A Petition to The Chairman Seeking Permission to Construct House | ঘৰ সাজিবলৈ অনুমতি বিচাৰি পৌৰসভালৈ কৰা আবেদন পত্ৰ

ঘৰ সাজিবলৈ অনুমতি বিচাৰি পৌৰসভালৈ কৰা আবেদন পত্ৰ।

প্ৰতি,

মাননীয় চেয়াৰমেন ডাঙৰীয়া

সমীপেষু,

নগাঁও পৌৰসভা,

নগাঁও, অসম।

তাৰিখ…………….

বিষয়: ঘৰ সাজিবলৈ অনুমতি বিচাৰি পৌৰসভালৈ কৰা আবেদন পত্ৰ।

মাননীয় মহোদয়,

অধীনৰ বিনীত নিবেদন এই যে মই নগাৱতে আজি দহ বছৰ ধৰি বাস কৰি আহিছোঁ। বৰ্তমান মই ভাৰাঘৰতে আছোঁ। মোৰ চাকৰিৰ কাৰ্য্যকালো আৰু বেছিদিন নাই। সেয়েহে চাকৰি থাকোতেই ইয়াতে স্থায়ীভাৱে থাকিবলৈ নিজাকৈ এটা ঘৰ সাজিবলৈ স্থিৰ কৰিছোঁ। সেই উদ্দেশ্য ইয়াৰে আমোলাপট্টীত দুইকঠাৰ এটুকুৰা মাটি কিনিছো। ইতিমধ্যে মই ঘৰৰ যাৱতীয় নক্সা আদি তৈয়াৰ কৰিছো। মাটিৰ খাজনা দিয়া ৰচিদসহ-ঘৰৰ নক্সা আদি এই আবেদন পত্ৰৰ লগত গাঠি দিছো আপোনাৰ বিবেচনাৰ্থে।

গতিকে দয়ালু মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি যেন ঘৰ সজোৱাৰ যাৱতীয় অনুমতি সোনকালে দি মোক বাধিত কৰে যেন।

ইয়াৰ লগতে মাটিৰ খাজনা দিয়া ৰচিদৰ ফটোকপি আৰু দুখন ঘৰৰ নক্সা গাঠি দিয়া হ’ল।

ধন্যবাদসহ,

ইতি

আপোনাৰ বিশ্বাসী

জ্যোতিপ্ৰসাদ ডেকা

ফৌজদাৰীপট্টি

নগাঁও (অসম)

A Petition to The Chairman Seeking Permission to Construct House.

To                                        

Hon’ble Chairman,

Municipality,

Nagaon (Assam)

Date_________

Sub: A Petition to The Chairman Seeking Permission to Construct House.

Respected Sir,

With due respect, I would like to state that I have been living in Nagaon for the last ten years in a rented house. My service period is also coming to an end soon. Therefore, I have decided to live here permanently for which I would like to construct a house of my own. I have already purchased a plot of land measuring “two Katha” at Amolapatty here. I have also prepared the necessary plans and drawings of the proposed house. As such land revenue receipt and the plan and drawing of the house have been attached to this application for your kind consideration.

Therefore, Sir, this is my humble request and prayer to you to accord necessary permission to me soon to construct the proposed house and oblige.

Enclosed:

1. A Xerox copy of the land revenue receipt.

2. Two copies of the plan and drawing of the proposed house.

With thanks,

Yours faithfully,

Jyotiprasad Deka

Fouzdary patty, Nagaon (Assam)

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top