Issue a new Pass Book | নতুন পাছবুকৰ বাবে আবেদন

Issue a new Pass Book

Join Telegram channel

The Agent/ Manager          

………. Bank,……….. Branch,

Date……………..

Sub: Issue a new Pass Book.

Dear Sir,

I have a Savings (Bank) Account in/with your Bank the number of which is………………

Unfortunately my pass Book was lost a few days back when I was out of station. Hence, I request you to issue a new pass Book in my name. Please also let me know if I am to perform any formality for this. 

Your immediate action will be highly appreciated.

Thanking you,

Yours faithfully,

(Address of the Applicant)

Speciman Signature

নতুন পাছবুকৰ বাবে আবেদন।

প্ৰতি,                          

এজেণ্ট/ মেনেজাৰ                   

…….বেঙ্ক,……..শাখা,

তাৰিখ…………….

বিষয়: নতুন পাছবুকৰ বাবে আবেদন।

মহাশয়,

আপোনাৰ/আপোনালোকৰ বেঙ্কত মোৰ এটি চেভিংচ্ (বেঙ্ক) একাউণ্ট আছে। সেই একাউণ্টৰ নম্বৰ হ’ল…………।

দুৰ্ভাগ্যবশত: কিছুদিন আগতে মই যেতিয়া বাহিৰলৈ গৈছিলো মোৰ পাচবুকটো হেৰাই যায়। সেয়েহে মোৰ নামত এটা নতুন পাচবুক দিবলৈ অনুৰোধ জনালো। ইয়াৰ বাবে মোৰ কিবা কৰিবলগীয়া থাকিলে সেই বিষয়ে জনাব বুলি আশা ৰাখিলো। 

অতি সোনকালে বিহিত ব্যৱস্থা ল’লে বাধিত হ’ম।

ধন্যবাদ।   

ইতি

আপোনাৰ/ আপোনালোকৰ বিশ্বাসী

(আবেদনকাৰীৰ ঠিকনা)                                 

(বেঙ্কত যি স্বাক্ষৰ আছে)

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top