Class 8 Social Science MCQ Chapter 19 মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

resppost2025

Class 8 Social Science MCQ Chapter 19 মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 19 মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

Chapter – 19

PART – III: ECONOMICS

MCQ

১। ২০১১ চনৰ লোক গণনা মতে অসমৰ মুঠ জনসংখ্যা কিমান জন?

resppost2025

(ক) ৪,৫৫,৮৩,২৬৩ জন।

(খ) ৩,১১,৬৯,২৭২ জন।

(গ) ৫,১১,৮৯,৩৬৫ জন।

sqare

(ঘ) ৯,২২,৬২,২৯৮ জন।

উত্তৰঃ (খ) ৩,১১,৬৯,২৭২ জন।

২। আমাৰ দেশৰ প্ৰায় কিমান শতাংশ লোক নিৰক্ষৰ?

(ক) প্ৰায় ২৬ শতাংশ।

sqare

(খ) প্ৰায় ৩২ শতাংশ।

(গ) প্ৰায় ২০ শতাংশ।

(ঘ) প্ৰায় ১৫ শতাংশ।

sidebar2026

উত্তৰঃ (ক) প্ৰায় ২৬ শতাংশ।

৩। আমাৰ মৌলিক অধিকাৰ কি?

2026

(ক) সমতা।

(খ) স্বাধীনতা।

(গ) শিক্ষা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) শিক্ষা।

sidebar2026

৪। আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন কেতিয়া প্ৰৱৰ্তিত কৰা হৈছে?

(ক) ২০০৫ চনৰপৰা।

(খ) ২০০১ চনৰপৰা।

(গ) ২০০৭ চনৰপৰা।

(ঘ) ২০০৯ চনৰপৰা।

উত্তৰঃ (ঘ) ২০০৯ চনৰপৰা।

৫। মানুহৰ মৌলিক চাহিদাসমূহৰ ভিতৰত অন্যতম কি?

(ক) খাদ্য।

(খ) বস্ত্ৰ।

(গ) বাসস্থান।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) খাদ্য।

৬। দেশ এখনৰ জনসংখ্যা অনুপাতে খাদ্য সামগ্ৰীৰ উৎপাদন আৰু তাৰ যথাযথ সংৰক্ষণ কৰি সময় আৰু প্ৰয়োজন অনুসাৰে জনসাধাৰণৰ খাদ্য বস্তুৰ যোগান ধৰিব পৰা কাৰ্যটোকে কি বুলি কোৱা হয়?

(ক) প্ৰাকৃতিক দুৰ্যোগ।

(খ) খাদ্য সুৰক্ষা।

2026

(গ) ভূমি সম্পদ।

(ঘ) সম্পদ।

উত্তৰঃ (খ) খাদ্য সুৰক্ষা।

৭। বিষমতা কেই প্ৰকাৰৰ?

(ক) চাৰি প্ৰকাৰৰ।

(খ) দুই প্ৰকাৰৰ।

(গ) তিনিপ্ৰকাৰৰ।

(ঘ) ছয় প্ৰকাৰৰ।

উত্তৰঃ (গ) তিনিপ্ৰকাৰৰ।

৮। বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে?

(ক) ৭ খন।

(খ) ১০ খন।

(গ) ৮ খন।

(ঘ) ৬ খন।

উত্তৰঃ (ঘ) ৬ খন।

৯। অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন ক’ত অৱস্থিত?

(ক) ডিব্ৰুগড়ত অৱস্থিত।

(খ) শিলচৰত অৱস্থিত।

(গ) গুৱাহাটীৰত অৱস্থিত।

(ঘ) শিৱসাগৰত অৱস্থিত।

2026

উত্তৰঃ (খ) শিলচৰত অৱস্থিত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top