Class 8 Assamese Additional Chapter 7 বস্তু বিজ্ঞা ন অধ্যয়ন Solutions, SEBA Class 8 Assamese Additional and Short Type Question Answer, Class 8 Assamese Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Assamese Extra Notes and select needs one.
Class 8 Assamese Additional Chapter 7 বস্তু বিজ্ঞা ন অধ্যয়ন
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Assamese Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Important Solutions for All Subject, You can practice these here.
বস্তু বিজ্ঞা ন অধ্যয়ন
Chapter – 7
ADDITIONAL QUESTION ANSWER |
১। কিহৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে?
উত্তৰঃ বিজ্ঞানৰ বলত।
২। বিজ্ঞান চৰ্চাৰ ফলসমূহ কি কি?
উত্তৰঃ ৰেল, জাহাজ, টেলিফোন, দূৰবীক্ষণ যন্ত্ৰ, অণুবীক্ষণ যন্ত্ৰ, নানা বিধ ঔষধ ইত্যাদি।
৩। প্ৰকৃতিৰ গুপ্ত তত্ব ভেদ কেনেদৰে কৰিব পাৰি?
উত্তৰঃ বিজ্ঞান চৰ্চাৰ জৰিয়তে।
৪। প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ কেনেকৈ জানিব পাৰি?
উত্তৰঃ বিজ্ঞান শাস্ত্ৰৰ দ্বাৰা।
৫। কিহৰ তত্ব নিৰূপণ কৰি টেলিফোনৰে এঠাইৰ শব্দ আনঠাইলৈ চলাব পাৰিছে?
উত্তৰঃ শব্দৰ তত্ব।
৬। বিজ্ঞানবিদ পণ্ডিতসকলে কেনেকৈ মনুষ্য জাতিৰ অশেষ উপকাৰ সাধন কৰিছে?
উত্তৰঃ বিজ্ঞানৰ ফলত।
৭। কিহৰ তত্ব নিৰূপণ কৰি ফটোগ্ৰাফ কৰিছে?
উত্তৰঃ ৰশ্মিৰ তত্ব।
৮। কিহৰ তত্ব নিৰূপণ কৰি দূৰবীক্ষণ, অণুবীক্ষণ যন্ত্ৰ সাজিছে?
উত্তৰঃ দৰ্শন ক্ৰিয়াৰ তত্ব।
৯। কিহৰ তত্ব নিৰূপণ কৰি বায়ুক জুলীয়া অৱস্থালৈ পৰিৱৰ্তন কৰিছে?
উত্তৰঃ বায়ু তত্ব নিৰূপণ কৰি।
১০। মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কিহৰ ফল বুলি কোৱা হয়?
উত্তৰঃ বিজ্ঞান চৰ্চাৰ।
১১। উদ্ গতি পথৰ বাধা এটা লিখা?
উত্তৰঃ কু-সংস্কাৰ।
১২। জাতীয় উদ্ গতিৰ পথ কিহে ভেটে?
উত্তৰঃ জাতীয় কু সংস্কাৰে।
১৩। উদ্ গতিৰ পথ কিহে মোকলাই দিব পাৰে?
উত্তৰঃ বিজ্ঞানৰ জ্ঞানে।
১৪। বহুত চহা মানুহে কিহক প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে?
উত্তৰঃ ধনগুলৈক।
১৫। কিছুমান মানুহে পৃথিৱীখন কত আছে বুলি বিশ্বাস কৰে?
উত্তৰঃ হাতীৰ পিঠিত।
১৬। কিছুমান মানুহে ভূমিকম্প কিয় অহা বুলি ভাবে?
উত্তৰঃ হাতীয়ে গা লৰালে।
১৭। কিহৰ পৰা মানুহৰ মূলতত্ব জনা যায়?
উত্তৰঃ বিজ্ঞান শিক্ষাৰ পৰা।
১৮। কি কৰিলে মানুহৰ মনত কু-সংস্কাৰ থাকিব নোৱাৰিব?
উত্তৰঃ বিজ্ঞান শিক্ষা কৰিলে।
১৯। বস্তু বিজ্ঞান অধ্যয়ন পাঠটিৰ লেখক কোন?
উত্তৰঃ সত্যনাথ বৰা।
২০। সত্যনাথ বৰাৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ ১৮৬০ চনত।
২১। সত্যনাথ বৰাৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰঃ ১৯২৫ চনত।
২২। সত্যনাথ বৰাৰ জন্ম কত হৈছিল?
উত্তৰঃ গুৱাহাটীৰ ভৰলমুখত।
২৩। সত্যনাথ বৰা কিমান চনত বি. এল পৰীক্ষাত উত্তীৰ্ণ হৈছিল?
উত্তৰঃ ১৮৮৯ চনত।
২৪। সত্যনাথ বৰা প্ৰথমতে কত ওকালতি কৰিছিল?
উত্তৰঃ গুৱাহাটীত।
২৫। সত্যনাথ বৰা সামূহিকভাবে কোনখন কলেজত অধ্যাপনা কৰিছিল?
উত্তৰঃ আৰ্ল.ল কলেজত।
২৬। সত্যনাথ বৰা কেতিয়াৰ পৰা সাহিত্য চৰ্চাত মনোনিবেশ কৰিছিল?
উত্তৰঃ ছাত্ৰ অৱস্থাৰ পৰা।
২৭। সাৰথিৰ লেখক কোন আছিল?
উত্তৰঃ সত্যনাথ বৰা।
২৮। সত্যনাথ বৰাৰ অসমীয়া ভাষা-জ্ঞানৰ উজ্জ্বল নিৰ্দেশন কি আছিল?
উত্তৰঃ বহল ব্যাকৰণ।
২৯। সত্যনাথ বৰাৰ খ্যাতি কি হিচাপে আছিল?
উত্তৰঃ প্ৰবন্ধকাৰ আৰু ব্যাকৰণবিধ হিচাপে।
৩০। সত্যনাথ বৰাৰ এখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ সাহিত্য বিচাৰ।
৩১। ‘চিন্তকলি’ৰ প্ৰবন্ধকাৰ কোন?
উত্তৰঃ সত্যনাথ বৰা।
৩২। ‘আকাশ ৰহস্য’ৰ লেখক কোন আছিল?
উত্তৰঃ সত্যনাথ বৰা।
৩৩। বস্তু বিজ্ঞান অধ্যয়ন প্ৰৱন্ধটো কৰ পৰা লোৱা হৈছে?
উত্তৰঃ সত্যনাথ বৰাৰ ‘সাৰথি’ ৰ পৰা লোৱা হৈছে।
৩৪। সত্যনাথ বৰাৰ দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ সাহিত্য বিচাৰ আৰু আকাশ ৰহস্য।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.