Class 12 Biology MCQ Chapter 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ

Class 12 Biology MCQ Chapter 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology MCQ Chapter 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ and select need one. AHSEC Class 12 Biology Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Biology MCQ Class 12.

Class 12 Biology MCQ Chapter 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Biology Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 8

MCQ

১। এজনৰ পৰা আন এজনলৈ সহজতে বিয়পি যোৱা ৰোগ হ’ল—

(ক) জিনীয় ৰোগ।

(খ) সংক্ৰামক ৰোগ।

(গ) অসংক্ৰামক ৰোগ।

(ঘ) এটাও নহয়।

উওৰঃ (খ) সংক্ৰামক ৰোগ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। বেমাৰ ঘটোৱা জীৱক কোৱা হয়—

(ক) ৰোগোৎপাদক।

(খ) DNA.

(গ) বাহক।

(ঘ) এটাও নহয়।

উওৰঃ (ক) ৰোগোৎপাদক।

৩। মানুহৰ শৰীৰত টাইফইড ৰোগ সৃষ্টি কৰে—

(ক) HIV.

(খ) চালমনেলা টাইফি।

(গ) পিঃ ভাইভেক্স।

(ঘ) পিঃ ফেলচিপেৰাম।

উওৰঃ (খ) চালমনেলা টাইফি।

৪। টাইফইড নিশ্চিতকৰণৰ বাবে ব্যৱহাৰ হয়—

(ক) উইডাল পৰীক্ষা।

(খ) এলিচা।

(গ) উৎপৰিৱৰ্তন।

(ঘ) এটাও নহয়।

উওৰঃ (ক) উইডাল পৰীক্ষা।

৫। নিউমনিয়া ৰোগ সৃষ্টি কৰে—

(ক) ষ্ট্ৰেপট’কক্কাচ নিউম’নি।

(খ) পি ভাইভেক্স।

(গ) পিফেলচিপেৰাম।

(ঘ) এটাও নহয়।

উওৰঃ (ক) ষ্ট্ৰেপট’কক্কাচ নিউম’নি।

৬। ৰাইন’ ভাইৰাচে সৃষ্টি কৰা ৰোগ হ’ল—

(ক) টাইফইড।

(খ) মেলেৰীয়া।

(গ) চৰ্দি।

(ঘ) এইডচ।

উওৰঃ (গ) চৰ্দি।

৭। মেলিগনেন্ট মেলেৰীয়া সৃষ্টি কৰে—

(ক) পি. ভাইভেক্সয়ে।

(খ) পিঃ ফেলচিপেৰাময়ে।

(গ) পি. মেলেৰীয়ে।

(ঘ) এটাও নহয়।

উওৰঃ (খ) পিঃ ফেলচিপেৰাময়ে।

৮। এমিবিয়াছিছ ৰোগৰ সৃষ্টি কৰে—

(ক) এন্টামিবা হিষ্টলাইটিকা।

(খ) HIV.

(গ) পি. ভাইভেক্স।

(ঘ) এটাও নহয়।

উওৰঃ (ক) এন্টামিবা হিষ্টলাইটিকা।

৯। উইচেৰেৰিয়া কৃমিয়ে সৃষ্টি কৰা ৰোগ হ’ল—

(ক) গোধ ৰোগ।

(খ) AIDS.

(গ) মেলেৰীয়া।

(ঘ) টাইফইড।

উওৰঃ (ক) গোধ ৰোগ।

১০। প্রত্যেক এন্টিবডিৰ __________ ডাল পেপটাইড শিকলি থাকে।

(ক) দুডাল।

(খ) তিনিডাল।

(গ) চাৰিডাল।

(ঘ) পাঁচডাল।

উওৰঃ (গ) চাৰিডাল।

১১। ক’লষ্ট্ৰামত থকা এন্টিবডি হ’ল—

(ক) IgA.

(খ) IgM.

(গ) IgG.

(ঘ) এটাও নহয়।

উওৰঃ (ক) IgA.

১২। তলৰ কোনটো প্রাথমিক লসিকা অংগ নহয়?

(ক) হাড়ৰ মজ্জা।

(খ) থাইমাছ।

(গ) স্নায়ুৰজ্জু।

(ঘ) এটাও নহয়।

উওৰঃ (গ) স্নায়ুৰজ্জু।

১৩। এইডচ নিৰ্ণয়ৰ বাবে ব্যৱহৃত এটা পৰীক্ষা হ’ল—

(ক) উইডাল পৰীক্ষা।

(খ) এলিচা।

(গ) উৎপৰিৱৰ্তন।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) এলিচা।

১৪। B আৰু T – লিম্ফ’চাইট হাড়ৰ মজ্জাত সৃষ্টি হয় যদিও, কেৱল T লিম্ফচাইটে ___________ লৈ গতি কৰি তাতে পৈণত হয়।

(ক) থাইমাছ।

(খ) মগজু।

(গ) স্নায়ুৰজ্জু।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) থাইমাছ।

১৫। ___________ য়ে মানুহৰ শৰীৰৰ লসিকা কলাৰ 50 শতাংশ গঠন কৰে।

(ক) থাইমাছ।

(খ) MALT.

(গ) মগজু।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) MALT.

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top