Class 7 Social Chapter 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ and select needs one.
SEBA Class 7 Social Chapter – 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Solutions for All Subject, You can practice these here…
গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
ইতিহাস খণ্ড
১) উত্তৰ দিয়া
ক) থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত ?
উত্তৰ: থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত ।
খ) হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি গৰাকীৰ নাম কি ?
উত্তৰ: হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি গৰাকীৰ নাম হল বাণভট্ট ।
গ) ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল ?
উত্তৰ: ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল ।
ঘ) চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি ?
উত্তৰ: চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হল প্ৰথম পৰান্তক ।
ঙ) গংগাইকুণ্দচোলপুৰম নগৰ কোনজন চোল ৰজাই নিৰ্মান কৰাইছিল ?
উত্তৰঃ গংগাইকুণ্ডচোলপুৰম নগৰ ৰাজেন্দ্র চোল ৰজাই নির্মাণ কৰাইছিল ।
২)খালী ঠাই পূৰোৱা –
ক) বমৰ্ণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল নৰসিংহ ।
খ)হৰ্ষবৰ্ধন ৰ আন এটি নাম আছিল শিলাদিত্য ।
গ) পল্লৱসকলে দ্ৰাবিড় শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্ট ।
ঘ) এলিফেন্টা আৰু্ মালখেদৰ মন্দিৰলমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায় ।
ঙ) চোল ৰজাসকলে ব্ৰাহ্মনসকলক দান দিয়া মাটিক ব্ৰাহ্মদেয় বোলা হৈছিল ।
৩) শুদ্ধ উত্তৰ বাছি উলিওৱা –
ক) গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল গ্ৰীকসকলৰ / হুণসকলৰ / তুৰ্কী- আফগানসকতৰ আফগানসকলৰ আক্ৰমণৰ ফলত ।
উত্তৰ: হুসকল
খ) হৰ্ষবৰ্ধনৰ খেতিৰ পৰা উতপাদিত শস্যৰ ১/৬/১/৫/১/৪ অংশ কৰ হিচাপে আদায় কৰিছিল
উত্তৰ: ১/৬
গ) হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ/তক্ষশীলা /কনৌজ ।
উত্তৰ: কনৌজ ।
ঘ) কাঞ্চী/কাঞ্চীপুৰম/ মহাৱলীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল ।
উত্তৰ: কাঞ্চীপুৰম ।
ঙ) ৰাজাৰাজ /প্ৰথমকৃষ্ণ/দান্তিদূৰ্গ/ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক ।
উত্তৰ: দান্তিদূৰ্গ ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
৪) চমু উত্তৰ লিখা
ক) গুপ্ত স্ৰাম্ৰাজ্য়ৰ পতনৰ মূল কাৰণ কি ।
উত্তৰ: গুপ্ত স্ৰাম্ৰাজ্য়ৰ পতনৰ মূল কাৰণ শক্তীসালি নোহোৱাৰ বাবে ।
খ) থানেশ্বৰ ৰাজ্য়ৰ লগত একত্ৰিত হোৱাৰাজ্য়খনৰ নাম কি ।
উত্তৰ: থানেশ্বৰ ৰাজ্য়ৰ লগত একত্ৰিত হোৱাৰাজ্য়খনৰ নাম হল – কৌনিজ ।
গ) পল্লৱ শাসক সকলৰ দিনত প্ৰধান দুটা অৱদান দুটা কি কি ।
উত্তৰ: পল্লৱ শাসক সকলৰ দিনত প্ৰধান দুটা অৱদান দুটা হল – সাহিত্য় চৰ্চাত সংস্কৃত ভাষাৰ বিকাশ আৰু শৈৱ সাহিত্যৰ বিকাশ ।
ঘ) ৰাষ্ট্ৰকোট সকলৰ শাসন কালত কি কি ভাষাৰ বিকাশ হৈছিল ।
উত্তৰ: ৰাষ্ট্ৰকোট সকলৰ শাসন কালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ বিকাশ হৈছিল ।
ঙ) কোন ৰজাৰ শাসন কালত পঞ্চায়তীৰাজ ব্য়ৱস্থাৰ পথ মুকলি হৈছিল ।
উত্তৰ: প্ৰথম পৰাত্মক ৰজাৰ দিনত পঞ্চায়তীৰাজ ব্য়ৱস্থাৰ পথ মুকলি হৈছিল ।
প্রশ্ন ৫। ৫০ টা মান শব্দৰ ভিতৰত লিখা—
( ক ) হর্ষবর্ধনৰ শাসন পদ্ধতি :
উত্তৰঃ হর্ষবর্ধন প্রাচীন ভাৰতৰ এজন শ্রেষ্ঠ ৰজা আছিল । তেওঁ এজন সুশাসক আছিল । তেওঁ তেওঁৰ ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল । বিভিন্ন বিভাগ চলােৱাৰ বাবে মন্ত্রী , বিষয়া আদি নিয়ােগ কৰিছিল । ৰাজ্যখনক প্রদেশ , ভুক্তি , বিষয় , গাঁও আদি ভাগত ভাগ কৰিছিল ।
( খ ) হর্ষবর্ধনৰ ৰাজহ ব্যৱস্থা :
উত্তৰঃ হর্ষবর্ধনে অর্জন কৰা ৰাজহেৰে প্ৰজাৰ হিত সাধন কৰিছিল । তেওঁ কৃষক আৰু ব্যৱসায়ী শ্ৰেণীৰ পৰা কৰকাটল সংগ্ৰহ কৰিছিল । কৃষকসকলে উৎপাদিত শস্যৰ ১/৬ অংশ কৰ হিচাপে দিব লাগিছিল । কেতিয়াবা নগদ ধনেৰেও এনে কৰ শােধাইছিল । এনেদৰে আদায় কৰাৰ প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল ।
( গ ) মহাৱলীপুৰম মন্দিৰৰ শিল্পৰীতি :
উত্তৰঃ মহাৱলীপুৰম মন্দিৰ দক্ষিণ ভাৰতত অৱস্থিত । মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে । এখন পাহাৰ কাটি ৰথৰ দৰে সজা এই ৰথ বা মন্দিৰবােৰ ধৰ্মৰাজৰথ , ভীমৰথ , অর্জুন ৰথ , দ্রৌপদীৰথ বােলা হয় । মহাবলী পুৰম মন্দিৰ দ্রাবিড় শিল্পকলাৰ অন্যতম নিদর্শন ।
( ঘ ) বাষ্ট্রকূট ৰাজ্যৰ অৱস্থিতি :
উত্তৰঃ ৰাষ্ট্রকূটৰাজ্য দাক্ষিণাত্যৰ পশ্চিম উপকূলত বৰ্তমানৰ গুজৰাট প্রদেশৰ তলফালে নর্মদা নদীৰ পৰা কৃষ্ণা আৰু তুঙ্গভদ্রা নদীলৈ বিস্তৃত আছিল ।
( ঙ ) চোল ৰজাসকলে নির্মাণ কৰা মন্দিৰবােৰৰ বৈশিষ্ট্য :
উত্তৰঃ চোল ৰজাসকলে নির্মাণ কৰা মন্দিৰসমূহ অকল উপাসনাস্থলীয়েই নাছিল বৰং এইবােৰ ৰাজ্যৰ অর্থনীতি সুদৃঢ় কৰাৰ একো একোটা কেন্দ্ৰ আছিল।মন্দিৰৰ সেৱাইতসকলক মন্দিৰৰ ওচৰে – পাঁজৰে সংস্থাপন দিয়া হৈছিল । মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবােৰক ভৰণ – পােষণ দিয়া হৈছিল । প্রকৃতাৰ্থত মন্দিৰবােৰে আৰ্থ সামাজিক , সাংস্কৃতিক জীৱন চহকী কৰিছিল ।
প্রশ্ন ৬। তলত উল্লেখ কৰা ৰাজ্যসমূহ উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ অন্তৰ্গত । বাছি উলিয়াই তালিকা প্রস্তুত কৰা –
গৌড় , চোল , ৰাজপুতনা , থানেশ্বৰ , পাণ্ড্য , কনৌজ , কেৰল , মালৱ , ৰাষ্ট্রকূট , কলিঙ্গ , চালুক্য , চাণ্ডেল্য
উত্তৰঃ উত্তৰ ভাৰতৰ ৰাজ্যসমূহঃ গৌড় , ৰাজপুতনা , থানেশ্বৰ , কনৌজ , মালৱ , চাণ্ডেল্য ।
দক্ষিণ ভাৰতৰ ৰাজ্যসমূহঃ চোল , পাণ্ড্যে , কেৰল , ৰাষ্ট্রকূট , কলিঙ্গ , চালুক্য ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.