🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 5 Assamese Chapter 12 আগতে নিজে নিকা হ’

Class 5 Assamese Chapter 12 আগতে নিজে নিকা হ’, Class 5 Assamese Chapter 12 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board আগতে নিজে নিকা হ’ Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.

Class 5 Assamese Chapter 12 আগতে নিজে নিকা হ’

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Solutions for All Subject, You can practice these here.

আগতে নিজে নিকা হ’

Chapter – 12

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

১। উত্তৰ দিয়া: 

(ক) পদ্যটিৰ ৰচক কোন?

উত্তৰ: “আগতে নিজে নিকা হ’ ” পদ্যটিৰ ৰচক হ’ল অম্বিকগিৰি ৰায়চৌধুৰী।

(খ) কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হ’বলৈ কৈছে?

উত্তৰ: কবিয়ে আনক ধোৱাৰ আগতে নিজকে নিকা হ’বলৈ কৈছে।

(গ) কবিৰ মতে নিজক নিকা কৰিবলৈ হ’লে কি কি কৰিব লাগে?

উত্তৰ: কবিৰ মতে নিজক নিকা কৰিবলৈ হ’লে নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি লবলৈ লাগে।

(ঘ) কবিৰ মতে আনক সঁচা কথা কবলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে?

উত্তৰ: কবিৰ মতে আনক সঁচা কথা কবলৈ উপদেশ দিয়াৰ আগতে নিজে সঁচা কথা কব লাগে।

২। তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানত চাই শিকোঁ আহা। 

নিকা, পখালি, দৃঢ়্তা, আত্মিক

উত্তৰ: নিকা – পৰিষ্কাৰ।

পখালি – পানীৰে চফাকৈ ধুই দিয়া। 

দৃঢ়তা – কঠিনতা।

আত্মিক – আত্মাৰ লগত জড়িত।

৩। কবিৰ মতে জীৱনত কেনেকৈ ধন – সোণ জমা কৰিব পাৰি লিখা। 

উত্তৰ: কবিৰ মতে নিজকে নিকা কৰি, নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি আৰু সদায় দৃঢ়তাৰে সত্য কথা কৈ জীৱনত প্ৰকৃত ধন – সোণ জমা কৰিব পাৰি।

৪। পদ্যকেইফাকি বুজাই লিখা।

(ক) নিজৰ হিয়া মনৰ মলি 

       ধুই পখালি ল ’ –

উত্তৰ: উক্ত পদ্যফাকিৰ জৰিয়তে কবি অম্বিকগিৰিয়ে মানুহক মনৰ বেয়া ভাৱ, বেয়া চিন্তা আদি ধুই পখালি ল’বলৈ কৈছে। তেতিয়াহে প্ৰকৃততে এজন ব্যক্তি নিকা হব।

(খ) আনক কোৱাৰ আগখিনিতে 

    নিজে সঁচা ক ’ 

উত্তৰ: উক্ত পদ্যফাকিৰ জৰিয়তে কবি অম্বিকগিৰিয়ে আনক উপদেশ দিয়াৰ আগতে নিজে সেই কাম কৰিব লাগে বুলি কৈছে। আনক সঁচা কবলৈ কোৱাৰ আগতে নিজে প্ৰথমে সঁচা কথা ক’বলৈ কৈছে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

2 thoughts on “Class 5 Assamese Chapter 12 আগতে নিজে নিকা হ’”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top