Class 12 Political Science MCQ Chapter 8 পাৰিপাৰ্শ্বিক আৰু প্ৰাকৃতিক সম্পদ

Class 12 Political Science MCQ Chapter 8 পাৰিপাৰ্শ্বিক আৰু প্ৰাকৃতিক সম্পদ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Political Science MCQ Chapter 8 পাৰিপাৰ্শ্বিক আৰু প্ৰাকৃতিক সম্পদ and select need one. AHSEC Class 12 Political Science Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Political Science MCQ Class 12.

Class 12 Political Science MCQ Chapter 8 পাৰিপাৰ্শ্বিক আৰু প্ৰাকৃতিক সম্পদ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Political Science Multiple Choice in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 12 Political Science MCQ Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 8

সমসাময়িক বিশ্ব ৰাজনীতি

১। Earth Summit কেতিয়া অনুষ্ঠিত হৈছিল?

(ক) ১৯৮৭ চনত।

(খ) ১৯৯২ চনত।

(গ) ২০০২ চনত।

(ঘ) ২০১২ চনত।

উত্তৰঃ (খ) ১৯৯২ চনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰা হয়?

(ক) ২ জুন তাৰিখে।

(খ) ৫ জুন তাৰিখে।

(গ) ৮ জুন তাৰিখে।

(ঘ) ১০ জুন তাৰিখে।

উত্তৰঃ (খ) ৫ জুন তাৰিখে।

৩। কোনটো Earth Summit-এ পৰিৱেশৰ বিষয়টোক বিশ্ব ৰাজনীতিত গুৰুত্বপূৰ্ণ কৰি তোলে?

(ক) প্ৰথমটো।

(খ) দ্বিতীয়টো।

(গ) ৰিঅ’ সন্মিলন।

(ঘ) কিয়’টো চুক্তি।

উত্তৰঃ (গ) ৰিঅ’ সন্মিলন।

৪। Greenhouse গেছ বুলিলে কি বুজা যায়?

(ক) অক্সিজেন।

(খ) নাইট্ৰজেন।

(গ) কাৰ্বন-ডাই-অক্সাইড।

(ঘ) হাইড্ৰজেন।

উত্তৰঃ (গ) কাৰ্বন-ডাই-অক্সাইড।

৫। Agenda 21 ৰ মূল উদ্দেশ্য কি?

(ক) শিক্ষা বিকাশ।

(খ) উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণ।

(গ) চিকিৎসা।

(ঘ) পৰমাণু শক্তি।

উত্তৰঃ (খ) উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণ।

৬। UNEP ৰ পূৰ্ণ ৰূপ কি?

(ক) United Nations Environment Programme.

(খ) United Nations Energy Plan.

(গ) United Nations Environmental Policy.

(ঘ) United Nations for Earth Protection.

উত্তৰঃ (ক) United Nations Environment Programme.

৭। Earth Summit 1992 ক’ত অনুষ্ঠিত হৈছিল?

(ক) জাপানত।

(খ) ইণ্ডিয়াত।

(গ) ব্ৰাজিলত।

(ঘ) মেক্সিকোত।

উত্তৰঃ (গ) ব্ৰাজিলত।

৮। Agenda 21 ৰ প্ৰস্তাৱ কোন সন্মিলনত দিয়া হৈছিল?

(ক) কিয়’টো।

(খ) ৰিঅ’ সন্মিলন।

(গ) বিশ্ব জলবায়ু সন্মেলন।

(ঘ) জলবায়ু চুক্তি।

উত্তৰঃ (খ) ৰিঅ’ সন্মিলন।

৯। Kyoto Protocol কেতিয়া স্বাক্ষৰিত হয়?

(ক) ১৯৯৭ চনত।

(খ) ২০০০ চনত।

(গ) ২০১২ চনত।

(ঘ) ২০০৫ চনত।

উত্তৰঃ (ক) ১৯৯৭ চনত।

১০। Kyoto Protocol ক’ত স্বাক্ষৰিত হৈছিল?

(ক) আমেৰিকাত।

(খ) পাকিস্তানত।

(গ) জাপানত।

(ঘ) চীনত।

উত্তৰঃ (গ) জাপানত।

১১। Kyoto Protocol কেতিয়া শেষ হয়?

(ক) ২০০২ চনত।

(খ) ২০০০ চনত।

(গ) ২০১২ চনত।

(ঘ) ২০১৩ চনত।

উত্তৰঃ (গ) ২০১২ চনত।

১২। UNFCCC ৰ পূৰ্ণ ৰূপ কি?

(ক) United Nations for Climate and Carbon Control.

(খ) United Nations Framework Convention on Climate Change.

(গ) United Nations Forestry Committee for Climate Control.

(ঘ) United Nations Federation for Climate Control and Conservation.

উত্তৰঃ (খ) United Nations Framework Convention on Climate Change.

১৩। Greenhouse গেছ নিৰ্গমনৰ মূল কাৰণ কি?

(ক) শিল্প আৰু যানবাহন।

(খ) শিক্ষাৰ প্ৰসাৰ।

(গ) প্ৰাকৃতিক বৃষ্টিপাত।

(ঘ) উদ্ভিদ বৃদ্ধি।

উত্তৰঃ (ক) শিল্প আৰু যানবাহন।

১৪। ‘Agenda 21’ কি?

(ক) বিশ্ব শিক্ষা পৰিকল্পনা।

(খ) চিকিৎসা নীতি।

(গ) পৰিৱেশ-সম্পৰ্কীয় উন্নয়ন কর্মসূচি।

(ঘ) পৰমাণু যুদ্ধ প্ৰস্তুতি।

উত্তৰঃ (গ) পৰিৱেশ-সম্পৰ্কীয় উন্নয়ন কর্মসূচি।

১৫। UNFCCC চুক্তি জলবায়ু পৰিৱর্তনৰ ক্ষেত্ৰত কেতিয়া গৃহীত হৈছিল?

(ক) ১৯৯২ চনত।

(খ) ১৯৯৭ চনত।

(গ) ২০০১ চনত।

(ঘ) ২০০৫ চনত।

উত্তৰঃ (ক) ১৯৯২ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top