Class 12 Geography MCQ Chapter 27 অসমৰ কৃষিকার্য আৰু শিল্প উদ্যোগ

Class 12 Geography MCQ Chapter 27 অসমৰ কৃষিকার্য আৰু শিল্প উদ্যোগ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 27 অসমৰ কৃষিকার্য আৰু শিল্প উদ্যোগ and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.

Class 12 Geography MCQ Chapter 27 অসমৰ কৃষিকার্য আৰু শিল্প উদ্যোগ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.

Chapter: 27

একাদশ গোট: অসমৰ জনসংখ্যা ভূগোল

১। অসমত জনসংখ্যাৰ কিমান শতাংশ লোক কৃষিকাৰ্যত নিযুক্ত?

(ক) ৭০.৫২%

(খ) ৫২.৩৬%

(গ) ৪৩.৭৮%

(ঘ) ৬৫.২৮%

উত্তৰঃ (খ) ৫২.৩৬%

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ২০১০-১১ চনত অসমৰ মুঠ কৃষিভূমি কিমান আছিল?

(ক) ৪৫ হাজাৰ হেক্টৰ।

(খ) ৭৮ . ৯৮ হাজাৰ হেক্টৰ।

(গ) ২৮.১১ হাজাৰ হেক্টৰ।

(ঘ) ২৭ হাজাৰ হেক্টৰ।

উত্তৰঃ (গ) ২৮.১১ হাজাৰ হেক্টৰ।

৩। অসমত বছৰি কিমান নাৰিকল উৎপাদন হয়?

(ক) ২০ কোটি।

(খ) ১০ কোটি।

(গ) ১৫ কোটি।

(ঘ) ২৫ কোটি।

উত্তৰঃ (গ) ১৫ কোটি।

৪। পৰম্পৰাগতভাৱে অসমত কিমান ধৰণৰ কৃষিপদ্ধতি আছে?

(ক) দুইধৰণৰ।

(খ) তিনিধৰণৰ।

(গ) চাৰিধৰণৰ।

(ঘ) পাঁচধৰণৰ।

উত্তৰঃ (খ) তিনিধৰণৰ।

৫। অন্তৰণ কৃষি সাধাৰণত ক’ত প্ৰচলিত?

(ক) সমতলভূমিত।

(খ) নগৰত।

(গ) বনাঞ্চলত।

(ঘ) পাহাৰীয়া অঞ্চলত।

উত্তৰঃ (ঘ) পাহাৰীয়া অঞ্চলত।

৬। অসমৰ মুঠ কৃষিভূমিৰ কিমান শতাংশ অন্নশস্য আৰু মাহজাতীয় শস্যৰ বাবে ব্যৱহাৰ হয়?

(ক) ৯০%

(খ) ৯৫%

(গ) ৯৭.৫৯%

(ঘ) ৮০%

উত্তৰঃ (গ) ৯৭.৫৯%

৭। অসমত চাহখেতি মুঠ কৃষিভূমিৰ কিমান শতাংশ?

(ক) ৭%

(খ) ১০%

(গ) ৫%

(ঘ) ১৫%

উত্তৰঃ (ক) ৭%

৮। পৰম্পৰাগত পোষক কৃষিত ধান খেতিৰ বাবে ব্যৱহৃত মুঠ ভূমি কিমান?

(ক) ৪৫ লাখ হেক্টৰ।

(খ) ২৫.৪৬ লাখ হেক্টৰ।

(গ) ২৮.১১ লাখ হেক্টৰ।

(ঘ) ১৫ লাখ হেক্টৰ।

উত্তৰঃ (খ) ২৫.৪৬ লাখ হেক্টৰ।

৯। অসমৰ মুঠ কৃষিভূমিৰ কিমান শতাংশত ধানখেতি কৰা হয়?

(ক) ৪৮.৩৬%

(খ) ৫৯.৭৪%

(গ) ৬১.২%

(ঘ) ৭৫.৩৩%

উত্তৰঃ (গ) ৬১.২%

১০। গ্ৰীষ্মকালীন ধানৰ গুণগত মান – 

(ক) অতি উন্নত।

(খ) সন্তোষজনক।

(গ) অতি উচ্চ মান।

(ঘ) উন্নত নহয়।

উত্তৰঃ (ঘ) উন্নত নহয়।

১১। শীতকালীন ধানক কি নামেৰে জনা যায়?

(ক) জেটু ধান।

(খ) শালি ধান।

(গ) বাও ধান।

(ঘ) গাহৰি ধান।

উত্তৰঃ (খ) শালি ধান।

১২। তলৰ কোনটো অসমৰ ধানখেতিত ব্যৱহৃত উচ্চ উৎপাদনক্ষম বীজ?

(ক) চকোৱা।

(খ) IR-8.

(গ) কণজহা।

(ঘ) বৰা।

উত্তৰঃ (খ) IR-8.

১৩। ২০১১-১২ চনত শালি ধানৰ খেতিত উচ্চ উৎপাদনক্ষম বীজ কিমান শতাংশ ভূমিত ব্যৱহৃত হৈছিল?

(ক) ৪৮.৩৬%

(খ) ৬১.২%

(গ) ৫৯.৭৪%

(ঘ) ৭৫.৩৩%

উত্তৰঃ (গ) ৫৯.৭৪%

১৪। গ্ৰীষ্মকালীন ধানৰ উদাহৰণ কোনটো?

(ক) চকোৱা।

(খ) বৰা, বাও।

(গ) IR-8.

(ঘ) জয়া, পংকজ।

উত্তৰঃ (খ) বৰা, বাও।

১৫। তলৰ কোনটো জিলাত ধানখেতিৰ অনুপাত ৭৫.৩৩%ৰো অধিক?

(ক) ধেমাজি। 

(খ) নলবাৰী।

(গ) কাছাৰ।

(ঘ) গোলাঘাট।

উত্তৰঃ (ক) ধেমাজি।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top