Class 12 Geography MCQ Chapter 4 মানৱ সম্পদৰ বিকাশ

Class 12 Geography MCQ Chapter 4 মানৱ সম্পদৰ বিকাশ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 4 মানৱ সম্পদৰ বিকাশ and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.

Class 12 Geography MCQ Chapter 4 মানৱ সম্পদৰ বিকাশ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.

Chapter: 4

দ্বিতীয় গোট: জনসংখ্যা আৰু উন্নয়ন

১। মানৱ-সম্পদ উন্নয়ন কেনেদৰে নির্ধাৰিত হয়?

(ক) আর্থিক উন্নতিৰ ভিত্তিত।

(খ) স্বাস্থ্য, শিক্ষা, বিকল্প পন্থা নির্বাচন অর্হতাৰে।

(গ) সমাজ সেৱাৰে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) স্বাস্থ্য, শিক্ষা, বিকল্প পন্থা নির্বাচন অর্হতাৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কোনো অঞ্চলৰ অধিবাসী ধনাত্মক দিশৰ গুণগত পৰিৱৰ্তন কিহৰ অংশ?

(ক) আৰ্থিক উন্নয়ন।

(খ) মানৱ-সম্পদ উন্নয়ন।

(গ) সাংস্কৃতিক উন্নয়নম

(ঘ) ভৌগোলিক উন্নয়ন।

উত্তৰঃ (খ) মানৱ-সম্পদ উন্নয়ন।

৩। মানৱ-সম্পদ উন্নয়ন ৰোধৰ পন্থাবোৰ কী নামেৰে চিহ্নিত কৰা হয়?

(ক) অভিগমন।

(খ) পুঙ্খানুপুঙ্খ।

(গ) বিকাশ।

(ঘ) সংস্কৃতি।

উত্তৰঃ (ক) অভিগমন।

৪। বৃদ্ধি কি প্ৰকাৰৰ পৰিৱৰ্তনক বুজায়?

(ক) গুণগত পৰিৱৰ্তন।

(খ) পৰিমাণগত পৰিৱৰ্তন।

(গ) মানৱীয় পৰিৱৰ্তন।

(ঘ) সামাজিক পৰিৱৰ্তন।

উত্তৰঃ (খ) পৰিমাণগত পৰিৱৰ্তন।

৫। মেহবুব-উল-হক আৰু অমর্ত্য সেনৰ মতে, উন্নয়নৰ ক্ষেত্ৰত কি সমান্তৰালভাৱে চলাৰ উচিত?

(ক) আৰ্থিক অগ্রগতি।

(খ) জনকল্যাণ।

(গ) জনসংখ্যা বৃদ্ধি।

(ঘ) কৃষিক্ষেত্ৰৰ উন্নয়ন।

উত্তৰঃ (খ) জনকল্যাণ।

৬। কিমান চনৰ পাছৰ পৰা স্বাস্থ্য, শিক্ষা আৰু বিকল্প পন্থা নির্বাচন অৰ্হতাৰ সামগ্রিক আধাৰতহে মানৱ সম্পদ উন্নয়নৰ অৱস্থা নির্ণয়ৰ পৰম্পৰা আৰম্ভ হয়?

(ক) ১৯৮৫ চনৰ।

(খ) ১৯৯০ চনৰ।

(গ) ১৯৯৫ চনৰ।

(ঘ) ২০০০ চনৰ।

উত্তৰঃ (খ) ১৯৯০ চনৰ।

৭। “সমতা, স্থায়িত্ব, উৎপাদন আৰু অধিকাৰ” — এই চাৰিটা ধাৰণাক কি বুলি জনা যায়?

(ক) মানৱ উন্নয়নৰ লক্ষ্য।

(খ) মানৱ সম্পদ সূচক।

(গ) মানৱ সম্পদ উন্নয়নৰ চতুৰ্স্তম্ভ।

(ঘ) সমাজিক বিকাশৰ উপাদান।

উত্তৰঃ (গ) মানৱ সম্পদ উন্নয়নৰ চতুৰ্ত্তন্ত।

৮। মানৱ সম্পদৰ উন্নয়ন কেইটা পথেৰে সাধন কৰিব পাৰি?

(ক) দুটা।

(খ) তিনি‌টা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (গ) চাৰিটা।

৯। মানৱ সম্পদ উন্নয়নৰ সূচকাংক ভিত্তিক ৰাষ্ট্রসংঘৰ অন্তর্ভুক্ত ৰাষ্ট্রসমূহক কেইটা শ্রেণীৰ অন্তর্ভুক্ত কৰা হৈছে?

(ক) দুটা।

(খ) তিনি‌টা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (খ) তিনিটা।

১০। মানৱ-সম্পদ উন্নয়নৰ প্ৰক্ৰিয়াটো কেইটা স্তম্ভ অর্থাৎ উন্নতিকামী উপকৰণক আশ্রয় কৰি লোৱা দেখা যায়?

(ক) তিনিটা।

(খ) এটা।

(গ) দুটা।

(ঘ) চাৰিটা।

উত্তৰঃ (ঘ) চাৰিটা।

১১। ড° মেহবুব-উল হক আৰু অধ্যাপক অমর্ত্য সেনৰ যুগ্ম চিন্তাধাৰাৰ আধাৰত কি দৃষ্টিভংগী সূচনা হৈছিল?

(ক) আর্থিক অগ্ৰগতি।

(খ) সামাজিক আৰু ৰাজনৈতিক পৰিক্ৰমাত ব্যক্তিগত অংশগ্ৰহণৰ স্বাধীনতা।

(গ) শিক্ষা আৰু স্বাস্থ্য।

(ঘ) সম্পদ বৃদ্ধি।

উত্তৰঃ (খ) সামাজিক আৰু ৰাজনৈতিক পৰিক্ৰমাত ব্যক্তিগত অংশগ্ৰহণৰ স্বাধীনতা।

১২। মানৱ-সম্পদ উন্নয়নত সুস্বাস্থ্যৰ ভূমিকা কি?

(ক) দৰিদ্ৰতাৰ সূচক।

(খ) প্রাথমিক উপকৰণ।

(গ) শিক্ষা।

(ঘ) সম্পদ বৃদ্ধি।

উত্তৰঃ (খ) প্রাথমিক উপকৰণ।

১৩। কোনো দেশৰ জনসাধাৰণৰ উন্নয়নৰ প্ৰধান চাবিকাঠী কি?

(ক) পৰিৱেশ।

(খ) সম্পদ, স্বাস্থ্য, আৰু শিক্ষা।

(গ) কৰ্মসংস্থান।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) সম্পদ, স্বাস্থ্য, আৰু শিক্ষা।

১৪। মানৱ সম্পদ উন্নয়নৰ যাত্ৰাত তুলনামূলকভাৱে পিছুৱাই ৰোৱা ৰাষ্ট্ৰৰ সংখ্যা সর্বমুঠ কিমান খন?

(ক) ২৫ খন।

(খ) ৩২ খন।

(গ) ৩৫ খন।

(ঘ) ৪০ খন।

উত্তৰঃ (খ) ৩২ খন।

১৫। কিহৰ ভিত্তিত ৰাষ্ট্ৰসমূহ উচ্চ পৰ্যায়ৰ মানৱ-সম্পদ উন্নয়ন শ্রেণীত অন্তর্ভুক্ত হয়?

(ক) সূচকাংক ০.৫ অথবা ইয়াতকৈ অধিক।

(খ) সূচকাংক ০.৮ অথবা ইয়াতকৈ অধিক।

(গ) সূচকাংক ০.৬ অথবা ইয়াতকৈ অধিক।

(ঘ) সূচকাংক ০.৭ অথবা ইয়াতকৈ অধিক।

উত্তৰঃ (খ) সূচকাংক ০.৮ অথবা ইয়াতকৈ অধিক।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top