Class 12 Geography MCQ Chapter 6 দ্বিতীয়ক খণ্ডৰ জীৱিকা

Class 12 Geography MCQ Chapter 6 দ্বিতীয়ক খণ্ডৰ জীৱিকা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 6 দ্বিতীয়ক খণ্ডৰ জীৱিকা and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.

Class 12 Geography MCQ Chapter 6 দ্বিতীয়ক খণ্ডৰ জীৱিকা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.

Chapter: 6

তৃতীয় গোট: মানুহৰ অৰ্থনৈতিক কামকাজ

১। ছোভিয়েট ৰুছিয়াৰ বস্ত্ৰ উদ্যোগসমূহে কোন ধৰণৰ বস্ত্ৰ উৎপাদন কৰে?

(ক) ৰেচম বস্ত্ৰ।

(খ) পশমী বস্ত্ৰ।

(গ) কপাহী বস্ত্ৰ।

(ঘ) নাইলন বস্ত্ৰ।

উত্তৰঃ (গ) কপাহী বস্ত্ৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। মস্কো-ইভানোভো অঞ্চলক কি বুলি কোৱা হয়?

(ক) ছোভিয়েটৰ উন্নত অঞ্চল।

(খ) ৰুছিয়াৰ মানচেষ্টাৰ।

(গ) কপাহ উদ্যোগ অঞ্চল।

(ঘ) দক্ষিণ বস্ত্ৰ অঞ্চল।

উত্তৰঃ (খ) ৰুছিয়াৰ মানচেষ্টাৰ।

৩। ছোভিয়েট ৰুছিয়াৰ বস্ত্ৰ উদ্যোগসমূহৰ উন্নতিৰ মূল কাৰণসমূহৰ ভিতৰত কোনটো অন্তর্ভুক্ত নহয়?

(ক) কয়লা।

(খ) কেচামাল।

(গ) পৰ্যটন।

(ঘ) প্রযুক্তি।

উত্তৰঃ (গ) পৰ্যটন।

৪। তলৰ কোনখন অঞ্চলত কপাহ খেতিৰ বিস্তাৰৰ লগে লগে বস্ত্ৰ উদ্যোগ স্থাপন কৰা হৈছে?

(ক) উত্তৰ এছিয়া।

(খ) দক্ষিণ আমেৰিকা।

(গ) মধ্য এছিয়া।

(ঘ) পশ্চিম ইউৰোপ।

উত্তৰঃ (গ) মধ্য এছিয়া।

৫। তলৰ কোনখন স্থান কপাহী বস্ত্ৰ উদ্যোগৰ বাবে উন্নত মানৰ নতুন কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে?

(ক) দিল্লী।

(খ) টাচকেন্ট।

(গ) ব্ৰাজিলিয়া।

(ঘ) অষ্ট্ৰেলিয়া।

উত্তৰঃ (খ) টাচকেন্ট।

৬। ভাৰতত সৰ্বপ্ৰথম যন্ত্ৰচালিত কাপোৰৰ কল কেতিয়া আৰু ক’ত স্থাপিত হৈছিল?

(ক) ১৮৬১ চন, আহমেদাবাদ।

(খ) ১৮৫৪ চন, মুম্বঈ।

(গ) ১৮৫৪ চন, দিল্লী।

(ঘ) ১৮৬৫ চন, কলকাতা।

উত্তৰঃ (খ) ১৮৫৪ চন, মুম্বই।

৭। ভাৰতবৰ্ষত কিমান কপাহী কাপোৰ প্ৰস্তুত কৰা হয়?

(ক) ২৭,০০০ নিযুত বর্গমিটাৰ।

(খ) ৩০,০০০ নিযুত বর্গমিটাৰ।

(গ) ২৭,৯৪৫ নিযুত বর্গমিটাৰ।

(ঘ) ২৮,৫০০ নিযুত বর্গমিটাৰ।

উত্তৰঃ (গ) ২৭,৯৪৫ নিযুত বর্গমিটাৰ।

৮। ২০০৩-০৪ চনত কপাহী বস্ত্ৰৰ ৰপ্তানিৰে ভাৰত কিমান বৈদেশিক মুদ্রা উপাৰ্জন কৰিছিল?

(ক) ৬০,০০০ কোটি টকা।

(খ) ৪৫,০০০ কোটি টকা।

(গ) ৫৫,০০০ কোটি টকা।

(ঘ) ৫০,০০০ কোটি টকা।

উত্তৰঃ (গ) ৫৫,০০০ কোটি টকা।

৯। কপাহী বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত আহমেদাবাদ চহৰক কি বুলি কোৱা হয়?

(ক) ভাৰতৰ কটন নগৰ।

(খ) বস্ত্ৰনগৰী।

(গ) প্ৰাচ্যৰ মানচেষ্টাৰ।

(ঘ) গুজৰাটৰ গৌৰৱ।

উত্তৰঃ (গ) প্ৰাচ্যৰ মানচেষ্টাৰ।

১০। তলৰ কোনখন ৰাজ্যত সৰ্বাধিক কপাহী কাপোৰ কল আছে?

(ক) মহাৰাষ্ট্ৰ।

(খ) তামিলনাডু।

(গ) গুজৰাট।

(ঘ) পশ্চিমবঙ্গ।

উত্তৰঃ (গ) গুজৰাট।

১১। তলৰ কোনখন ৰাজ্যত কপাহী বয়ন উদ্যোগৰ বিকাশ গুজৰাট আৰু মহাৰাষ্ট্ৰতকৈ খৰতকীয়া হৈছে?

(ক) দিল্লী।

(খ) মুম্বাই।

(গ) পঞ্জাৱ।

(ঘ) হাৰিয়ানা।

উত্তৰঃ (গ) পঞ্জাৱ।

১২। কিমান চনত চীনদেশৰ প্ৰথম কপাহী বস্তু উদ্যোগ স্থাপন হয়?

(ক) ১৮৯০ চনত।

(খ) ১৭৬৭ চনত।

(গ) ১৯৯০ চনত।

(ঘ) ১৪৫৪ চনত।

উত্তৰঃ (ক) ১৮৯০ চনত।

১৩। চীনৰ কোন উপত্যকাক “চীনৰ মানচেষ্টাৰ” বুলি কোৱা হয়?

(ক) হোৱাংহো উপত্যকা।

(খ) ইয়াংছি উপত্যকা।

(গ) দক্ষিণ চীন উপত্যকা।

(ঘ) লোৱেছ প্লেইন।

উত্তৰঃ (খ) ইয়াংছি উপত্যকা।

১৪। বিশ্বত কপাহী বস্ত্ৰৰ ৫০% ক্ৰেতা কোন মহাদেশত অৱস্থিত?

(ক) এছিয়া।

(খ) আফ্ৰিকা।

(গ) ইউৰোপ।

(ঘ) দক্ষিণ আমেৰিকা।

উত্তৰঃ (গ) ইউৰোপ।

১৫। বুনিয়াদী উদ্যোগ কিহৰ পৰা উৎপাদন কৰা হয়?

(ক) কাঁচামাল।

(খ) প্রস্তুত দ্রব্য।

(গ) পৰিসজ্জিত সামগ্ৰী।

(ঘ) সম্পূৰ্ণ যন্ত্রপাতি।

উত্তৰঃ (ক) কাঁচামাল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top