Class 12 Geography MCQ Chapter 28 অসমৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা

Class 12 Geography MCQ Chapter 28 অসমৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 28 অসমৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.

Class 12 Geography MCQ Chapter 28 অসমৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.

Chapter: 28

একাদশ গোট: অসমৰ জনসংখ্যা ভূগোল

১। অসমৰ পৰিবহন ব্যৱস্থাত নিম্নলিখিত কোনটো পথ নাই?

(ক) স্থলপথ।

(খ) বজ্জপথ।

(গ) নলিকাপথ।

(ঘ) সমুদ্রপথ।

উত্তৰঃ (ঘ) সমুদ্রপথ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ভাৰতৰ কোনখন ৰাজ্য ভু-ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত?

(ক) পাঞ্জাব।

(খ) অসম।

(গ) হিমাচল প্ৰদেশ।

(ঘ) ছত্তিশগড়।

উত্তৰঃ (খ) অসম।

৩। অসমত ৰে’লপথৰ মুঠ দৈৰ্ঘ্য কিমান (২০১৫ অনুসৰি)?

(ক) ৩৫০০ কি.মি।

(খ) ২৫০৬ কিমি।

(গ) ২০৬১ কি.মি।

(ঘ) ৭৯৫ কি.মি।

উত্তৰঃ (খ) ২৫০৬ কি.মি।

৪। অসমত বৰ্তমান ব্ৰডগজ ৰে’লপথ কিমান কিলোমিটাৰ?

(ক) ৪৪৫ কি.মি।

(খ) ১০২ কি.মি।

(গ) ২০৬১ কি.মি।

(ঘ) ৭৯৫ কি.মি।

উত্তৰঃ (গ) ২০৬১ কি.মি।

৫। অসমত প্ৰথম ৰে’লপথ কেতিয়া স্থাপন হৈছিল?

(ক) ১৮৫৩ চনত।

(খ) ১৮৮২ চনত।

(গ) ১৯০১ চনত।

(ঘ) ১৮৭০ চনত।

উত্তৰঃ (খ) ১৮৮২ চনত।

৬। অসমত প্ৰথম ৰে’লপথ কোন দুই ঠাইৰ মাজত স্থাপন হৈছিল?

(ক) গুৱাহাটী–ডিব্ৰুগড়।

(খ) ডিব্ৰুগড়–লেখাপানী।

(গ) গুৱাহাটী–শিলচৰ।

(ঘ) গুৱাহাটী–নগাঁও।

উত্তৰঃ (খ) ডিব্ৰুগড়–লেখাপানী।

৭। অসমৰ কোনখন ৰে’লমণ্ডলৰ মুখ্য পথ ৭৯৫ কিমি দীঘল?

(ক) উত্তৰ পূব সীমান্ত।

(খ) পশ্চিম ৰেলৱে।

(গ) উত্তৰ-পূব সীমান্ত।

(ঘ) দক্ষিণ পূব ৰেলৱে।

উত্তৰঃ (ক) উত্তৰ পূব সীমান্ত।

৮। অসমত ৰে’লপথৰ ঘনত্ব কিমান?

(ক) ১.৯২৫ কিমি/১০০ বৰ্গ কিমি।

(খ) ৩.১৯৪ কিমি/১০০ বৰ্গ কিমি।

(গ) ৪.৪৫ কিমি/১০০ বৰ্গ কিমি।

(ঘ) ২.১৩ কিমি/১০০ বৰ্গ কিমি।

উত্তৰঃ (খ) ৩.১৯৪ কিমি/১০০ বৰ্গ কিমি।

৯। ভাৰতৰ ভিতৰত দীর্ঘতম ৰে’লপথ কোনটো?

(ক) ডিব্ৰুগড়-কলকাতা।

(খ) ডিব্ৰুগড়-চেন্নাই।

(গ) গুৱাহাটী-দিল্লী।

(ঘ) ডিব্ৰুগড়-কন্যাকুমাৰী। 

উত্তৰঃ (ঘ) ডিব্ৰুগড়-কন্যাকুমাৰী।

১০। অসমৰ নাও-জাহাজ চলাচলযোগ্য জলপথৰ মুঠ দৈৰ্ঘ্য কিমান?

(ক) ৪,০৯৮ কি.মি।

(খ) ৫,০২৩ কি.মি।

(গ) ৯২৫ কি.মি।

(ঘ) ১,১৪ কোটি কি.মি।

উত্তৰঃ (খ) ৫,০২৩ কি.মি।

১১। নাব্য জলপথৰ ভিতৰত কিমান কিলোমিটাৰ মেচিন-নাও বা ১০০ টন ভাৰবাহী জাহাজ চলাচল উপযোগী?

(ক) ৪,০৯৮ কি.মি।

(খ) ৫,০২৩ কি.মি।

(গ) ৯২৫ কি.মি।

(ঘ) ২৯ কি.মি।

উত্তৰঃ (গ) ৯২৫ কি.মি।

১২। অসমৰ অধিকাংশ নদী কোন সময়ত নাও চলাচলৰ অযোগ্য হৈ পৰে?

(ক) শীতকালত।

(খ) বৰষুণত।

(গ) খৰাংকালত।

(ঘ) বসন্তত।

উত্তৰঃ (গ) খৰাংকালত।

১৩। ১৯৬৫ চনত কোন পথৰ উন্নয়নৰ লগত ব্ৰহ্মপুত্ৰ জলপথৰ আন্তঃজিলা জাহাজ চলাচল অন্ত পৰে?

(ক) নলিকাপথ।

(খ) স্থলপথ।

(গ) ব্রডগজ ৰেলপথ।

(ঘ) বজ্জপথ।

উত্তৰঃ (গ) ব্রডগজ ৰেলপথ।

১৪। বৰ্তমান অসমত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কিমান পাৰঘাট আছে?

(ক) ২৫টা।

(খ) ২৯টা।

(গ) ৫টা।

(ঘ) ৪৪টা।

উত্তৰঃ (খ) ২৯টা।

১৫। বৰাক নদীৰ পাৰত কিমানটা পাৰঘাট আছে?

(ক) ২৯টা।

(খ) ২৫টা।

(গ) ৫টা।

(ঘ) ১০টা।

উত্তৰঃ (খ) ২৫টা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top