Class 12 Geography MCQ Chapter 25 অসমৰ জনগাঁথনি

Class 12 Geography MCQ Chapter 25 অসমৰ জনগাঁথনি Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 25 অসমৰ জনগাঁথনি and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.

Class 12 Geography MCQ Chapter 25 অসমৰ জনগাঁথনি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.

Chapter: 25

দশম গোট: অসমৰ ভৌগোলিক পটভূমি

১। অসমে ভাৰতৰ কিমান শতাংশ ভৌগোলিক এলাকা অধিকাৰ কৰি আছে?

(ক) ৩%

(খ) ২.৩৯%

(গ) ২.৫৭%

(ঘ) ৪.৩১%

উত্তৰঃ (খ) ২.৩৯%

২। অসমৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ?

(ক) ২%

(খ) ২.৩৯%

(গ) ২.৫৭%

(ঘ) ৪.৩১%

উত্তৰঃ (গ) ২.৫৭%

৩। বিগত কুৰি শতিকাৰ কালছোৱাত অসমৰ জনসংখ্যা কিমান গুণ বৃদ্ধি পাইছে?

(ক) ৪.৩১ গুণ

(খ) ৮.১ গুণ

(গ) ২.৫৭ গুণ

(ঘ) ৬ গুণ

উত্তৰঃ (খ) ৮.১ গুণ

৪। ভাৰতৰ মুঠ জনসংখ্যা বিগত কুৰি শতিকাত কিমান গুণ বৃদ্ধি পাইছে?

(ক) ৪.৩১ গুণ।

(খ) ৮.১ গুণ।

(গ) ৬ গুণ।

(ঘ) ২ গুণ।

উত্তৰঃ (ক) ৪.৩১ গুণ।

৫। অসমৰ জনসমষ্টিত কোন ধৰণৰ বৈচিত্র্য দেখা যায়?

(ক) অৰ্থনৈতিক।

(খ) সামাজিক, নৃতাত্ত্বিক আৰু ধৰ্মীয়।

(গ) প্ৰাকৃতিক।

(ঘ) কেৱল ধৰ্মীয়।

উত্তৰঃ (খ) সামাজিক, নৃতাত্ত্বিক আৰু ধৰ্মীয়।

৬। অসমৰ মুঠ কৰ্মী জনসংখ্যাৰ কিমান শতাংশ ব্যক্তি প্ৰাথমিক খণ্ডত নিযুক্ত?

(ক) ৫২.৩৬%

(খ) ৩৯.১১%

(গ) ১৩.২৫%

(ঘ) ৮.১%

উত্তৰঃ (ক) ৫২.৩৬%

৭। অসমত কৃষি-শ্রমিকৰ সংখ্যা মুঠ কৰ্মী জনসংখ্যাৰ কিমান শতাংশ?

(ক) ৫২.৩৬%

(খ) ৩৯.১১%

(গ) ১৩.২৫%

(ঘ) ২.৩৯%

উত্তৰঃ (গ) ১৩.২৫%

৮। ২০০১ চনৰ জনগণনা অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান আছিল?

(ক) ৩১,১৬৯,২৭২

(খ) ২৬,৩৯৫

(গ) ৩৮২

(ঘ) ৭৮,৪৩৮

উত্তৰঃ (ক) ৩১,১৬৯,২৭২

৯। ২০০১ চনত অসমৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ আছিল?

(ক) ৩%

(খ) ২.৩৯%

(গ) ২.৫৭%

(ঘ) ৪%

উত্তৰঃ (গ) ২.৫৭%

১০। অসমৰ আয়তন কিমান বৰ্গ কিলোমিটাৰ?

(ক) ৩৮২ কি.মি.।

(খ) ৩১,১৬৯ কি.মি.।

(গ) ৭৮,৪৩৮ কি.মি.।

(ঘ) ২১৪ কি.মি.।

উত্তৰঃ (গ) ৭৮,৪৩৮ কি.মি.।

১১। অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ গাঁও অঞ্চলত বাস কৰে?

(ক) ১৩%

(খ) ৩৮%

(গ) ৮৬%

(ঘ) ২৬%

উত্তৰঃ (গ) ৮৬%

১২। অসমৰ জনসংখ্যা বৃদ্ধিৰ আটাইতকৈ শক্তিশালী কাৰণ কি বুলি ধৰা হয়?

(ক) স্বাভাৱিক বৃদ্ধি।

(খ) প্ৰব্ৰজন।

(গ) শিল্প।

(ঘ) শিক্ষা।

উত্তৰঃ (খ) প্ৰব্ৰজন।

১৩। লিংগ অনুপাত বুজায়—

(ক) প্রতি হাজাৰ পুৰুষৰ বিপৰীতে নাৰী।

(খ) প্রতি হাজাৰ নাৰীৰ বিপৰীতে পুৰুষ।

(গ) গাঁওবাসীৰ সংখ্যা।

(ঘ) সাক্ষৰতাৰ হাৰ।

উত্তৰঃ (ক) প্রতি হাজাৰ পুৰুষৰ বিপৰীতে নাৰী।

১৪। ২০১১ চনৰ জনগণনা অনুসৰি অসমত লিংগ অনুপাত কিমান?

(ক) ৯৪০ জন।

(খ) ৯৫৪ জন।

(গ) ৯৭৭ জন।

(ঘ) ৯৩১ জন।

উত্তৰঃ (খ) ৯৫৪ জন।

১৫। ২০১১ চনৰ জনগণনা অনুসৰি ভাৰতৰ গড় লিংগ অনুপাত কিমান?

(ক) ৯৭৭

(খ) ৯৫৪

(গ) ৯৪০

(ঘ) ৯৩১

উত্তৰঃ (গ) ৯৪০

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top