adplus-dvertising

Class 12 Geography MCQ Chapter 24 অসমৰ ভূ-প্রকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু

Class 12 Geography MCQ Chapter 24 অসমৰ ভূ-প্রকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 24 অসমৰ ভূ-প্রকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.

Class 12 Geography MCQ Chapter 24 অসমৰ ভূ-প্রকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.

Chapter: 24

দশম গোট: অসমৰ ভৌগোলিক পটভূমি

১। বৰাক নদী কোনখন ৰাজ্যৰ পৰা উৎপন্ন হয়?

(ক) অসম।

(খ) নাগালেণ্ড।

(গ) মণিপুৰ।

(ঘ) ত্ৰিপুৰা।

উত্তৰঃ (গ) মণিপুৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান?

(ক) ২৫৫ কি.মি.।

(খ) ৫০০ কি.মি.।

(গ) ৭০০ কি.মি.।

(ঘ) ৯০০ কি.মি.।

উত্তৰঃ (ঘ) ৯০০ কি.মি.।

৩। বৰাক নদীৰ উৎসস্থানৰ উচ্চতা প্ৰায় কিমান?

(ক) ২০০০ মিটাৰ।

(খ) ৩০০০ মিটাৰ।

(গ) ১০০০ মিটাৰ।

(ঘ) ১৫০০ মিটাৰ।

উত্তৰঃ (খ) ৩০০০ মিটাৰ।

৪। জিৰি নদী কি ধৰণৰ উপনদী?

(ক) উত্তৰবাহিনী।

(খ) দক্ষিণবাহিনী।

(গ) পশ্চিমবাহিনী।

(ঘ) পূববাহিনী।

উত্তৰঃ (খ) দক্ষিণবাহিনী।

৫। বৰাক নদী অসমৰ ভিতৰত প্ৰায় কিমান কিলোমিটাৰ বয়?

(ক) ১৮০ কি.মি.।

(খ) ২০০ কি.মি.।

(গ) ২২৫ কি.মি.।

(ঘ) ২৫০ কি.মি.।

উত্তৰঃ (গ) ২২৫ কি.মি.।

৬। বৰাক নদী কোন চহৰৰ ওচৰত বাংলাদেশত সোমায়?

(ক) শিলচৰ।

(খ) বদৰপুৰ।

(গ) মহীশাষণ।

(ঘ) হাফলঙ।

উত্তৰঃ (গ) মহীশাষণ।

৭। বৰাক নদীৰ উত্তৰ শাখাটোৰ নাম কি?

(ক) কুছিয়াৰা।

(খ) ধলেশ্বৰী।

(গ) সুৰমা।

(ঘ) কাটাখাল।

উত্তৰঃ (গ) সুৰমা।

৮। কুছিয়াৰা নদী কোন জিলাৰ পৰা বাংলাদেশত সোমায়?

(ক) কাছাৰ।

(খ) হাইলাকান্দি।

(গ) কৰিমগঞ্জ।

(ঘ) গোসাইগাঁও।

উত্তৰঃ (গ) কৰিমগঞ্জ।

৯। ব্ৰহ্মপুত্ৰ অসমত কিমান কি.মি. দৈৰ্ঘ্যত বৈ যায়?

(ক) ২৯০০ কি.মি.।

(খ) ৭০০ কি.মি.।

(গ) ৬৫০ কি.মি.।

(ঘ) ৫০০ কি.মি.।

উত্তৰঃ (গ) ৬৫০ কি.মি.।

১০। দিহাং, দিৰং আৰু লোহিত মিলি কোন নদী গঠন কৰে?

(ক) গঙ্গা।

(খ) ব্ৰহ্মপুত্ৰ।

(গ) তিস্তা।

(ঘ) পদ্মা।

উত্তৰঃ (খ) ব্ৰহ্মপুত্ৰ।

১১। ব্ৰহ্মপুত্ৰৰ মূল উৎসস্থান কোনটো?

(ক) মানাহ।

(খ) চাম্পো।

(গ) দিহাং।

(ঘ) সোণকোষ।

উত্তৰঃ (খ) চাম্পো।

১২। ব্ৰহ্মপুত্ৰৰ জলপ্রৱাহ ধুবুৰীত বছৰি কিমান হয়?

(ক) ৫৪৩ ঘন কি.মি.।

(খ) ১৯৮৬ ঘন কি.মি.।

(গ) ৩২২ ঘন কি.মি.।

(ঘ) ৭৪৩ ঘন কি.মি.।

উত্তৰঃ (ঘ) ৭৪৩ ঘন কি.মি.।

১৩। ব্ৰহ্মপুত্ৰৰ গড় গভীৰতা খৰাং ঋতুত কিমান হয়?

(ক) ৬-৮ মিটাৰ।

(খ) ৩.৬-৫.০ মিটাৰ।

(গ) ১০-১২ মিটাৰ।

(ঘ) ২-৩ মিটাৰ।

উত্তৰঃ (খ) ৩.৬-৫.০ মিটাৰ।

১৪। পাণ্ডু-যোগীঘোপাৰ মাজত ব্ৰহ্মপুত্ৰৰ গভীৰতা কিমান?

(ক) ১০ মিটাৰ।

(খ) ২০ মিটাৰ।

(গ) ১৫-১৮ মিটাৰ।

(ঘ) ৫ মিটাৰ।

উত্তৰঃ (গ) ১৫-১৮ মিটাৰ।

১৫। নিমাতী-তেজপুৰ খণ্ডত ব্ৰহ্মপুত্ৰৰ গড় প্ৰস্থ কিমান?

(ক) ৭.১ কি.মি.।

(খ) ৩.৭৮ কি.মি.।

(গ) ৫.০৬ কি.মি.।

(ঘ) ৬.১ কি.মি.।

উত্তৰঃ (গ) ৫.০৬ কি.মি.।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top