Class 12 Geography MCQ Chapter 26 অসমত জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব

Class 12 Geography MCQ Chapter 26 অসমত জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Geography MCQ Chapter 26 অসমত জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব and select need one. AHSEC Class 12 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 12.

Class 12 Geography MCQ Chapter 26 অসমত জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Geography MCQ in Assamese Medium for All Chapters, You can practice these here.

Chapter: 26

একাদশ গোট: অসমৰ জনসংখ্যা ভূগোল

১। অসমৰ প্রতি এশজন বাসিন্দাৰ কিমানজন চহৰবাসী?

(ক) ৮ জন।

(খ) ১২ জন।

(গ) ১৪ জন।

(ঘ) ১৮ জন।

উত্তৰঃ (গ) ১৪ জন।

২। অসমৰ মুঠ জনগণনা চহৰ কিমান খন আছে?

(ক) ৮৯ খন।

(খ) ১২৫ খন।

(গ) ২০০ খন।

(ঘ) ২১৪ খন।

উত্তৰঃ (খ) ১২৫ খন।

৩। তলৰ কোনখন চহৰ ‘পৌৰ প্ৰশাসনবিহীন জনগণনা চহৰ’ৰ ভিতৰত নাহে?

(ক) গুৱাহাটী।

(খ) শিলচৰ।

(গ) যোৰহাট।

(ঘ) দিল্লী।

উত্তৰঃ (ঘ) দিল্লী।

৪। অসমত গড়ে এটা গাঁৱত কিমানজন লোকে বাস কৰে?

(ক) ৫০০ জন।

(খ) ৭৫০ জন।

(গ) ৮৮০ জন।

(ঘ) ১০০০ জন।

উত্তৰঃ (গ) ৮৮০ জন।

৫। অসমত মুঠ ভৌগোলিক এলেকাৰ কিমান শতাংশ অঞ্চল পৰ্বত বা মালভূমি?

(ক) ১০%

(খ) ২০%

(গ) ৩০%

(ঘ) ৫০%

উত্তৰঃ (খ) ২০%

৬। কোন উপত্যকাত অসমৰ জনসংখ্যাৰ সৰ্বাধিক অংশ বাস কৰে?

(ক) মণিপুৰ উপত্যকা।

(খ) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা।

(গ) দৰ্শন উপত্যকা।

(ঘ) হিমালয় উপত্যকা।

উত্তৰঃ (খ) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা।

৭। চহৰবোৰত জনসংখ্যাৰ সমাৱেশ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

(ক) উৰ্বৰ মাটি।

(খ) খনিজ সম্পদ।

(গ) ব্যৱহৃত প্ৰযুক্তি।

(ঘ) বৃষ্টিপাতৰ পৰিমাণ।

উত্তৰঃ (গ) ব্যৱহৃত প্ৰযুক্তি।

৮। অসমত কিমান খন পৌৰ এলাকা আছে?

(ক) ১২০ খন।

(খ) ২০০ খন।

(গ) ২১৪ খন।

(ঘ) ৩০০ খন।

উত্তৰঃ (গ) ২১৪ খন।

৯। কোন অঞ্চলত জনসংখ্যাৰ ধাৰণ ক্ষমতা সৰ্বাধিক?

(ক) পৰ্বত।

(খ) তৃণভূমি।

(গ) খনি এলাকা।

(ঘ) উৰ্বৰ কৃষিভূমি।

উত্তৰঃ (ঘ) উৰ্বৰ কৃষিভূমি।

১০। খনি অঞ্চলত জনসংখ্যাৰ সমাৱেশ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

(ক) ৰাস্তা ঘাট।

(খ) বাতৰিৰ পৰিমাণ।

(গ) নিষ্কাশনৰ প্ৰয়োজনীয়তা।

(ঘ) উৰ্বৰতা।

উত্তৰঃ (গ) নিষ্কাশনৰ প্ৰয়োজনীয়তা।

১১। ২০১১ চনৰ জনগণনা অনুসৰি অসমত কিমান শতাংশ লোক নগৰ অঞ্চলত থাকে?

(ক) ১৪%

(খ) ৩১.২%

(গ) ৪৫%

(ঘ) ২৫%

উত্তৰঃ (ক) ১৪%

১২। ২০১১ চনত ভাৰতৰ মুঠ পৌৰ জনসংখ্যাৰ শতকৰা কিমান আছিল?

(ক) ২৫.৬%

(খ) ৩১.২%

(গ) ৪২.৫%

(ঘ) ১৩%

উত্তৰঃ (খ) ৩১.২%

১৩। অসমৰ মুঠ গাঁৱৰ সংখ্যা তথ্য আৰু জনসংযোগ মন্ত্ৰণালয়ৰ মতে কিমান?

(ক) ২৬,৩৯৫ খন।

(খ) ২৫,১২৪ খন।

(গ) ৩০,০০০ খন।

(ঘ) ২০,০০০ খন।

উত্তৰঃ (খ) ২৫,১২৪ খন।

১৪। অসমত জনসংখ্যা ১০,০০০-ৰ অধিক কিমান গাঁও আছে?

(ক) ৫ খন।

(খ) ১৯ খন।

(গ) ৫০ খন।

(ঘ) ১০০ খন।

উত্তৰঃ (খ) ১৯ খন।

১৫। জনসংখ্যা ২,০০০-৪,৯৯৯ৰ ভিতৰত থকা গাঁৱৰ সংখ্যা কিমান?

(ক) ৫,৪৩৯ খন।

(খ) ২,৪৯৫ খন।

(গ) ১৮৫ খন।

(ঘ) ১৯ খন।

উত্তৰঃ (খ) ২,৪৯৫ খন।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top