Class 12 Anthropology Additional Chapter 1 কোষ জীৱতত্ত্ব

Class 12 Anthropology Additional Chapter 1 কোষ জীৱতত্ত্ব Solutions, HS 2nd year Anthropology Extra Question Answer, Class 12 Anthropology Additional Chapter 1 কোষ জীৱতত্ত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Anthropology Additional Solutions and select needs one.

Class 12 Anthropology Additional Chapter 1 কোষ জীৱতত্ত্ব

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. Class 12 Anthropology Extra Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Anthropology Important Notes for All Subject, You can practice these here.

কোষ জীৱতত্ত্ব

Chapter – 1

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। কোষৰ প্ৰধান অংশ কেইটা?

উত্তৰঃ কোষৰ প্ৰধান অংশ দুটা।

২। কোষৰ প্ৰধান দুটা অংশ কি কি?

উত্তৰঃ কোষৰ প্ৰধান দুটা অংশ হ’ল– ছাইট’পাজম আৰু নিউক্লিয়াছ বা কোষকেন্দ্ৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। নিউক্লিঅ’লাছ কাক বোলে?

উত্তৰঃ নিউক্লিয়ছ এটা ঘন বিন্দু দেখা যায়, যি নিউক্লিঅ’পাজমতকৈ ঘন। ইয়াক নিউক্লিঅ’লাছ বোলে।

৪। ক্ৰ’ম’জম কাক বোলে?

উত্তৰঃ নিউক্লিঅপাজমত কিছুমান মিহি আঁহেৰে নিৰ্মিত জালিকাসদৃশ পদাৰ্থ থাকে। ইয়াকেই ক্ৰ’ম’জম বোলে।

৫। কোষ কেই প্ৰকাৰৰ?

উত্তৰঃ কোষ দুই প্ৰকাৰৰ।

৬। কোষৰ প্ৰকাৰসমূহ কি কি?

উত্তৰঃ কোষৰ প্ৰকাৰসমূহ হ’ল দৈহিক কোষ আৰু জনন কোষ।

৭। নিষেচন কাক বোলে?

উত্তৰঃ শুক্ৰকীট আৰু ডিম্বাণুৰ মিলনক নিষেচন বোলা হয়।

৮। কোষ বিভাজন বুলিলে কি বুজা?

উত্তৰঃ যি প্ৰক্ৰিয়াৰে জীৱদেহৰ কোষ বিভাজিত হৈ সিহঁতৰ অনুৰূপ অপত্য কোষৰ সৃষ্টি কৰে তাকে কোষ বিভাজন বুলি কোৱা হয়।

৯। কোনে পোন প্ৰথমবাবৰ বাবে কোষ বিভাজনৰ ধাৰণা অৱতাৰণা কৰে?

উত্তৰঃ হ’ফমেষ্টাৰে পোন প্ৰথমবাবৰ বাবে কোষ বিভাজনৰ ধাৰণা অৱতাৰণা কৰে।

১০। কিমান চনত হ’ফমেষ্টাৰে পোন প্ৰথমবাবৰ বাবে কোষ বিভাজনৰ ধাৰণা অৱতাৰণা কৰে?

উত্তৰঃ ইং ১৮৪০ চনত হ’ফমেষ্টাৰে পোন প্ৰথমবাবৰ বাবে কোষ বিভাজনৰ ধাৰণা অৱতাৰণা কৰে।

১১। মাইট’ছিছ কাক বোলে?

উত্তৰঃ যি কোষ বিভাজন বহুকোষী জীৱৰ দেহ কলাবোৰৰ বুদ্ধি আৰু বিকাশৰ লগত জড়িত তেনে কোষ বিভাজনক মাইট’ছিছ বোলা হয়।

১২। কোষকেন্দ্ৰ বিভাজনৰ প্ৰথম স্তৰটোক কি বোলে জনা যায়?

উত্তৰঃ কোষকেন্দ্ৰ বিভাজনৰ প্ৰথম স্তৰটোক আদ্যস্তৰ বোলে জনা যায়।

১৩। মিঅ’ছিছ কি?

উত্তৰঃ মিঅ’ছিছ হ’ল নিউক্লিয়াছ বিভাজনৰ এক জটিল প্ৰক্ৰিয়া।

১৪। চাইনেপছিছ কাক বোলা হয়?

উত্তৰঃ জাইগটিন অৱস্থাত সমধৰ্মী ক্ৰ’ম’জমবিলাকে ইডালে সিডালৰ কাষ চাপি যোৰ পাতে। এই যোৰ বন্ধা অৱস্থাক চাইনেপছিছ বোলা হয়।

১৫। ‘ক্ৰোমা’ মানে কি?

উত্তৰঃ ‘ক্ৰোমা’ মানে ৰঙ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top