Class 12 Anthropology Additional Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ

Class 12 Anthropology Additional Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ Solutions, HS 2nd year Anthropology Extra Question Answer, Class 12 Anthropology Additional Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Anthropology Additional Solutions and select needs one.

Class 12 Anthropology Additional Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. Class 12 Anthropology Extra Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Anthropology Important Notes for All Subject, You can practice these here.

প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ

Chapter – 4

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। প্ৰাগৈতিহাসিক সংস্কৃতিক কেইটা ভাগত ভগোৱা হৈছে?

উত্তৰঃ প্ৰাগৈতিহাসিক সংস্কৃতিক দুটা ভাগত ভগোৱা হৈছে।

২। প্ৰাগৈতিহাসিক সংস্কৃতিক দুটা ভাগ কি কি?

উত্তৰঃ প্ৰাগৈতিহাসিক সংস্কৃতিক দুটা ভাগ হ’ল

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ক) প্ৰস্তৰ যুগ।

(খ) ধাতুৰ যুগ।

৩। দীৰ্ঘ সময় ধৰি প্ৰৱৰ্তিত হৈ থকা প্ৰস্তৰ যুগক বস্তুগত সাংস্কৃতিক বিকাশৰ আধাৰত কেইটা ভাগত ভাগ কৰা হয়।

উত্তৰঃ দীৰ্ঘ সময় ধৰি প্ৰৱৰ্তিত হৈ থকা প্ৰস্তৰ যুগক বস্তুগত সাংস্কৃতিক বিকাশৰ আধাৰত তিনিটা ভাগত ভাগ কৰা হয়।

৪। দীৰ্ঘ সময় ধৰি প্ৰৱৰ্তিত হৈ থকা প্ৰস্তৰ যুগক বস্তুগত সাংস্কৃতিক বিকাশৰ আধাৰত ভাগ তিনিটা কি কি?

উত্তৰঃ দীৰ্ঘ সময় ধৰি প্ৰৱৰ্তিত হৈ থকা প্ৰস্তৰ যুগক বস্তুগত সাংস্কৃতিক বিকাশৰ আধাৰত ভাগ তিনিটা হ’ল-

(ক) প্ৰত্নপ্ৰস্তৰ যুগ।

(খ) মধ্য প্ৰস্তৰ যুগ।

(গ) নৱপ্ৰস্তৰ যুগ।

৫। প্ৰত্নপ্ৰস্তৰ যুগক কেইটা ভাগত ভাগ কৰিছে?

উত্তৰঃ প্ৰত্নপ্ৰস্তৰ যুগক তিনিটা ভাগত ভাগ কৰিছে।

৬। প্ৰত্নপ্ৰস্তৰ যুগক তিনিটা ভাগত ভাগ কৰিছে সেই ভাগ কেইটা কি কি?

উত্তৰঃ প্ৰত্নপ্ৰস্তৰ যুগক তিনিটা ভাগত ভাগ কৰিছে সেই ভাগ কেইটা হ’ল—

(ক) নিম্ন বা আদি প্ৰত্নপ্ৰস্তৰ যুগ।

(খ) মধ্য প্ৰত্নপ্ৰস্তৰ যুগ।

(গ) উচ্চ প্ৰত্নপ্ৰস্তৰ যুগ।

৭। ধাতুৰ যুগক কেই ধৰণে ভাগ কৰা হয়?

উত্তৰঃ ধাতুৰ যুগক তিনি ধৰণে ভাগ কৰা হয়।

৮। ধাতুৰ যুগক তিনি ধৰণে ভাগ কৰা হয় ভাগ কেইটা কি?

উত্তৰঃ ধাতুৰ যুগক তিনি ধৰণে ভাগ কৰা হয় ভাগ কেইটা হ’ল—

(ক) তাম্ৰ যুগ।

(খ) ব্ৰঞ্জ যুগ।

(গ) লৌহ যুগ।

৯। হস্তকুঠাৰৰ আকৃতিগত বৈশিষ্ট্য কি?

উত্তৰঃ হস্তকুঠাৰৰ আকৃতিগত বৈশিষ্ট্য হ’ল জোঙাল কৰ্তন মুখ আৰু তুলনামূলকভাৱে ভোটা আৰু ডাঠ পিঠিয়া পশ্চাৎ মূৰ।

১০। মানুহে শিল এটুকুৰাৰপৰা সঁজুলি নিৰ্মাণ কৰে কি পদ্ধতিৰদ্বাৰা?

উত্তৰঃ মানুহে শিল এটুকুৰাৰপৰা সঁজুলি নিৰ্মাণ কৰে চলিয়ন পদ্ধতিৰদ্বাৰা।

১১। প্ৰস্তৰ যুগৰ শিলৰ সঁজুলিসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ প্ৰস্তৰ যুগৰ শিলৰ সঁজুলিসমূহক দুটা ভাগত ভাগ কৰিব পাৰি।

১২। প্ৰস্তৰ যুগৰ শিলৰ সঁজুলিসমূহৰ ভাগ দুটা কি কি?

উত্তৰঃ প্ৰস্তৰ যুগৰ শিলৰ সঁজুলিসমূহৰ ভাগ দুটা হ’ল–

(ক) স্থূল সঁজুলি।

(খ) চলি সঁজুলি।

১৩। আঘাত স্ফীতি শূন্যাঞ্চল কাক বোলে?

উত্তৰঃ মূল শিলাখণ্ডৰ পৰা তৈয়াৰ কৰা এনে সঁজুলিত আঘাত কৰি চলি এৰুওৱা অঞ্চল খিনি তললৈ বহি যায় তাক আঘাত স্ফীতি শূন্যাঞ্চল বোলে।

১৪। স্থূল সঁজুলি সাধাৰণতে কেই পিঠিয়া হয়?

উত্তৰঃ স্থূল সঁজুলি সাধাৰণতে দুপিঠিয়া হয়।

১৫। মধ্য প্ৰত্নপ্ৰস্তৰ যুগৰ কোনটো গোষ্ঠীৰ মানুহ সকলে স্থূল সঁজুলিৰ পৰিবৰ্তে চলি সঁজুলি নিৰ্মাণ কৰিবলৈ লয়?

উত্তৰঃ মধ্য প্ৰত্নপ্ৰস্তৰ যুগৰ নিয়েনডাৰথেল গোষ্ঠীৰ মানুহ সকলে স্থূল সঁজুলিৰ পৰিবৰ্তে চলি সঁজুলি নিৰ্মাণ কৰিবলৈ লয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top