Class 12 Anthropology Additional Chapter 3 মানৱ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা

Class 12 Anthropology Additional Chapter 3 মানৱ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা Solutions, HS 2nd year Anthropology Extra Question Answer, Class 12 Anthropology Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Anthropology Additional Solutions and select needs one.

Class 12 Anthropology Additional Chapter 3 মানৱ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. Class 12 Anthropology Extra Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Anthropology Important Notes for All Subject, You can practice these here.

মানৱ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা

Chapter – 3

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। প্ৰজাতিয় লক্ষণ কাক বোলে?

উত্তৰঃ পজাতি শ্ৰেণীকৰণত বংশগতিৰ দ্বাৰা নিয়ন্ত্ৰিত যিবোৰ আৱয়বিক চৰিত্ৰ বা লক্ষণ ব্যৱহাৰ কৰা হয় সেইবোৰক প্ৰজাতিয় লক্ষণ বোলে।

২। কিমান চনত চুলিৰ বিভাগৰ লক্ষণৰ ওপৰত ভিত্তি কৰি মুখ্য প্ৰজাতিৰ শ্ৰেণীকৰণ কৰা হৈছিল?

উত্তৰঃ ১৮৪০ চনত চুলিৰ বিভাগৰ লক্ষণৰ ওপৰত ভিত্তি কৰি মুখ্য প্ৰজাতিৰ শ্ৰেণীকৰণ কৰা হৈছিল।

৩। ঋতুকেশী সাধাৰণতে কাৰ মাজত দেখা যায়?

উত্তৰঃ ঋতুকেশী সাধাৰণতে মংগোলীয়সকলৰ মাজত দেখা যায়।

৪। চুলিৰ আকৃতি প্ৰধানকৈ কেই প্ৰকাৰৰ?

উত্তৰঃ চুলিৰ আকৃতি প্ৰধানকৈ তিনি প্ৰকাৰৰ।

৫। চুলিৰ আকৃতি প্ৰধানকৈ তিনি প্ৰকাৰৰ কি কি?

উত্তৰঃ চুলিৰ আকৃতি প্ৰধানকৈ তিনি প্ৰকাৰৰ হ’ল ঋতুকেশী, তৰংগকেশী আৰু উলকেশী।

৬। ঋতুকেশী কেশবোৰৰ ভাগ কেইটা আছে?

উত্তৰঃ ঋতুকেশী কেশবোৰৰ ভাগ তিনিটা আছে।

৭। তৰংগকেশী কেশৰ ভাগ কেইটা?

উত্তৰঃ তৰংগকেশী কেশৰৰ ভাগ তিনিটা।

৮। উলকেশী কেশৰ ভাগ কেইটা?

উত্তৰঃ উলকেশী কেশৰ ভাগ তিনিটা।

৯। তৰংগকেশী কেশৰ ভাগ তিনিটা কি কি?

উত্তৰঃ তৰংগকেশী কেশৰ ভাগ তিনিটা হ’ল মধ্য তৰংগায়িত, উচ্চ তৰংগায়িত আৰু বক্রকেশী বা চক্ৰকেশী।

১০। উলকেশী কেশৰ ভাগ তিনিটা কি কি?

উত্তৰঃ উলকেশী কেশৰ ভাগ তিনিটা হ’ল কুঞ্চিত কেশ, ফিলফিল, পিম্পল কেশ।

১১। চুলিৰ বিন্যাস সাধাৰণতে কেই প্ৰকাৰৰ?

উত্তৰঃ চুলিৰ বিন্যাস সাধাৰণতে তিনি প্ৰকাৰৰ।

১২। চুলিৰ বিন্যাস সাধাৰণতে তিনি প্ৰকাৰৰ কি কি? 

উত্তৰঃ চুলিৰ বিন্যাস সাধাৰণতে তিনি প্ৰকাৰৰ হ’ল মিহি বা মসৃণ, খহটা যাদু মধ্যমিয়া।

১৩। চুলিৰ ঘনত্ব কেই প্ৰকাৰৰ?

উত্তৰঃ চুলিৰ ঘনত্ব তিনি প্ৰকাৰৰ।

১৪। চুলিৰ ঘনত্ব তিনি প্ৰকাৰৰ কি কি?

উত্তৰঃ চুলিৰ ঘনত্ব তিনি প্ৰকাৰৰ হ’ল তাকৰ, মধ্যমীয়া আৰু ঘন।

১৫। অপ্ৰক্ষিপ্ত মুখমণ্ডল কাক বোলে?

উত্তৰঃ যিবিলাক মানুহৰ মুখমণ্ডলৰ প্ৰক্ষিপ্ত নহয়, তেনেকুৱা মুখমণ্ডলক অপ্ৰক্ষিপ্ত মুখমণ্ডল বোলে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top