Class 12 Anthropology Additional Chapter 2 আনুবংশিক বিজ্ঞান Solutions, HS 2nd year Anthropology Extra Question Answer, Class 12 Anthropology Additional Chapter 2 আনুবংশিক বিজ্ঞান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Anthropology Additional Solutions and select needs one.
Class 12 Anthropology Additional Chapter 2 আনুবংশিক বিজ্ঞান
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. Class 12 Anthropology Extra Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Anthropology Important Notes for All Subject, You can practice these here.
আনুবংশিক বিজ্ঞান
Chapter – 2
ANTHROPOLOGY
ADDITIONAL QUESTION ANSWER
১। পৃথিৱীৰ সকলো মানুহক একেলগে কি আখ্যা দিয়া হয়?
উত্তৰঃ পৃথিৱীৰ সকলো মানুহক একেলগে মানৱগোষ্ঠী আখ্যা দিয়া হয়।
২। গ্ৰেগৰ জোহান মেণ্ডেল কোন আছিল?
উত্তৰঃ গ্ৰেগৰ জোহান মেণ্ডেল আছিল ইউৰোপৰ অষ্ট্ৰিয়াৰ এজন খ্ৰীষ্টীয়ান ধৰ্মযায়ক।
৩। মেণ্ডেল কোন চনত গীৰ্জাৰ ধৰ্মযাজক হিচাপে নিয়োজিত হৈছিল আৰু গীৰ্জাৰ পৰিচালক আছিল?
উত্তৰঃ মেণ্ডেল ১৮৪৮ চনত গীৰ্জাৰ ধৰ্মযাজক হিচাপে নিয়োজিত হৈছিল আৰু গীৰ্জাৰ পৰিচালক আছিল।
৪। মেণ্ডেলৰ মৃত্যু কেতিয়া হয়?
উত্তৰঃ মেণ্ডেলৰ মৃত্যু ১৮৮৪ চনত হয়।
৫। জিন কাক বোলে?
উত্তৰঃ ক্ৰ’ম’জমত থকা বংশগতি নিয়ন্ত্ৰণ কৰে ক্ষুদ্ৰ পদাৰ্থক জিন বোলে।
৬। মানৱদেহৰ ক্ৰ’ম’জমৰ সংখ্যা কিমান?
উত্তৰঃ মানৱদেহৰ ক্ৰ’ম’জমৰ সংখ্যা ৪৬ ডাল।
৭। জিন’টাইপ কি?
উত্তৰঃ কোনো জীৱৰ জিনৰ সমষ্টিয়েই হৈছে জিন’টাইপ।
৮। সমযুগ্মনজী কাক বোলে?
উত্তৰঃ এযোৰ এলিলিৰ দুয়োটা জিন যদি একে হয় তেতিয়া সমযুগ্মনজী বোলে।
৯। মেণ্ডেলৰ দ্বি-সংকৰ অনুপাত কি?
উত্তৰঃ মেণ্ডেলৰ দ্বি-সংকৰ অনুপাত হ’ব = 9: 3: 3: 1
১০। ডাউনৰ ৰোগ ভয়ানক ৰোগ হয় কিমান নং ক্ৰ’ম’জমৰ ত্ৰিসমসূত্ৰতাৰ বাবে?
উত্তৰঃ ডাউনৰ ৰোগ ভয়ানক ৰোগ হয় 21 নং ক্ৰ’ম’জমৰ ত্ৰিসমসূত্ৰতাৰ বাবে।
১১। টাৰ্নাৰছ ৰোগ কোনে উদ্ভাৱন কৰে?
উত্তৰঃ হেনৰী টাৰ্নাৰ নামৰ অখাহমাৰ এজন চিকিৎসকে।
১২। টাৰ্নাৰছ ৰোগ কিমান চনত হেনৰী টাৰ্নাৰ নামৰ অখাহমাৰ এজন চিকিৎসকে উদ্ভাৱন কৰে?
উত্তৰঃ টাৰ্নাৰছ ৰোগ ১৯৩৮ চনত হেনৰী টাৰ্নাৰ নামৰ অখাহমাৰ এজন চিকিৎসকে উদ্ভাৱন কৰে।
১৩। সু-প্ৰজনন বিজ্ঞান কোনে আৰম্ভ কৰিছিল?
উত্তৰঃ সু-প্ৰজনন বিজ্ঞান চাৰ ফ্ৰান্সিছ গেল্টনে আৰম্ভ কৰিছিল।
১৪। সু-প্ৰজনন বিজ্ঞান কিমান চনত চাৰ ফ্ৰান্সিছ গেল্টনে আৰম্ভ কৰিছিল?
উত্তৰঃ সু-প্ৰজনন বিজ্ঞান ১৮৮৩ চনত চাৰ ফ্ৰান্সিছ গেল্টনে আৰম্ভ কৰিছিল।
১৫। ধনাত্মক সুপ্ৰজনন বিজ্ঞানৰ মুখ্য উদ্দেশ্য কি?
উত্তৰঃ ধনাত্মক সুপ্ৰজনন বিজ্ঞানৰ মুখ্য উদ্দেশ্য হ’ল ভাল ভাল গুণসমূহৰে বংশগতি আগবঢ়াই নিয়া।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

