Class 12 Anthropology Additional Chapter 6 উত্তৰ-পূব ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা

Class 12 Anthropology Additional Chapter 6 উত্তৰ-পূব ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা Solutions, HS 2nd year Anthropology Extra Question Answer, Class 12 Anthropology Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Anthropology Additional Solutions and select needs one.

Class 12 Anthropology Additional Chapter 6 উত্তৰ-পূব ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. Class 12 Anthropology Extra Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Anthropology Important Notes for All Subject, You can practice these here.

উত্তৰ-পূব ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা

Chapter – 6

ANTHROPOLOGY

ADDITIONAL QUESTION ANSWER

১। কৃষিজীৱী গাৰো সকলে পৰম্পৰাগতভাৱে কি খেতিৰ ওপৰত নিৰ্ভৰ কৰি আহিছিল?

উত্তৰঃ কৃষিজীৱী গাৰো সকলে পৰম্পৰাগতভাৱে ঝুম খেতিৰ ওপৰত নিৰ্ভৰ কৰি আহিছিল।

২। গাৰোসকলৰ প্ৰধান বাসভূমি কত?

উত্তৰঃ মেঘালয় ৰাজ্যৰ গাৰো পাহাৰ অঞ্চলেই হৈছে গাৰোসকলৰ প্ৰধান বাসভূমি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। গাৰো সকলৰ প্ৰধান খাদ্য কি?

উত্তৰঃ গাৰো সকলৰ প্ৰধান খাদ্য ভাত।

৪। গাৰো সকলৰ নূন্যতম গোট কি?

উত্তৰঃ গাৰো সকলৰ নূন্যতম গোট হৈছে পৰিয়াল।

৫। ঝুম খেতিক গাৰো ভাষাত কি বোলে?

উত্তৰঃ ঝুম খেতিক গাৰো ভাষাত আৰংগা-গামা বোলে।

৬। ৰংচুগালা উৎসৱটো কেতিয়া পালন কৰা হয়?

উত্তৰঃ ৰংচুগালা উৎসৱটো শস্য চপোৱাৰ সময়ত পালন কৰা হয়।

৭। গাৰো সকলৰ প্ৰধান উৎসৱ কি?

উত্তৰঃ গাৰো সকলৰ প্ৰধান উৎসৱ হৈছে ৱানগালা।

৮। মিচিংসকলৰ প্ৰধান উৎসৱ কি?

উত্তৰঃ মিচিংসকলৰ প্ৰধান উৎসৱ হৈছে আলি-আয়-লৃগাং।

৯। মিচিংসকলৰ প্ৰধান জীৱিকা কি?

উত্তৰঃ মিচিংসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি।

১০। মিচিংসকলে আলি-আয়-লৃগাং কেতিয়া পালন কৰে?

উত্তৰঃ মিচিংসকলে আলি-আয়-লৃগাং ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰে।

১১। পুৰণি কালত মিচিংসকলে কিহত পাকৈত আছিল?

উত্তৰঃ পুৰণি কালত মিচিংসকলে চিকাৰ কৰাত পাকৈত আছিল।

১২। ভিৰাং কি?

উত্তৰঃ ভিৰাং এবিধ যাঠিৰ নিচিনা সঁজুলি।

১৩। মিচিংসকলৰ প্ৰধান খাদ্য কি?

উত্তৰঃ মিচিংসকলৰ প্ৰধান খাদ্য হ’ল ভাত।

১৪। ডুমেৰ কি?

উত্তৰঃ ডুমেৰ হ’ল মিচিং পুৰুষ সকলৰ মূৰত পাগুৰি হিচাপে ব্যৱহাৰ কৰা কপাহী সূতাৰ এখন দীঘল কাপোৰ।

১৫। এগে কি?

উত্তৰঃ এগে হ’ল স্কাৰ্টৰ দৰে এবিধ সাজ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top