Class 11 Finance MCQ Chapter 6 অন্যান্য বেংকসমূহ

Class 11 Finance MCQ Chapter 6 অন্যান্য বেংকসমূহ Question Answer in Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Finance Multiple Choice Solutions and select need one. Class 11 Finance MCQ Chapter 6 অন্যান্য বেংকসমূহ Notes Download PDF. AHSEC Class 11 Banking Objective Type Solutions.

Class 11 Finance MCQ Chapter 6 অন্যান্য বেংকসমূহ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Finance Objective Type Solutions are part of All Subject Solutions. Here we have given HS 1st Year Banking Multiple Choice Question and Answer, HS First Year Banking MCQ Solutions in Assamese Medium for All Chapters, You can practice these here.

Chapter: 6

MCQ

১। বিনিময় বেংকবোৰক আন কি নামত জনা যায়?

(ক) খুচৰা বেংক।

(খ) বৈদেশিক মুদ্রা বেংক।

(গ) ৰাজহ বেংক।

(ঘ) বীমা বেংক।

উত্তৰঃ (খ) বৈদেশিক মুদ্রা বেংক।

২। দেশীয় মুদ্রাক বিদেশী মুদ্রালৈ আৰু বিপৰীত ৰূপান্তৰ কাৰ্য কোনটো বেংকে কৰে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ক) কেন্দ্ৰীয় বেংক।

(খ) বাণিজ্যিক বেংক।

(গ) বিনিময় বেংক।

(ঘ) পঞ্চায়ত বেংক।

উত্তৰঃ (গ) বিনিময় বেংক।

৩। ভাৰতত বিনিময় বেংকে সাধাৰণতে কিমান মাহৰ পিছত ম্যাদ সম্পূৰ্ণ হোৱা ভাৰতীয় ৰপ্তানি বিল ক্রয় কৰে?

(ক) তিনি মাহ।

(খ) চাৰিমাহ।

(গ) পাঁচ মাহ।

(ঘ) ছয়মাহ।

উত্তৰঃ (ক) তিনি মাহ।

৪। আঞ্চলিক গ্রাম্য বেংকসমূহ কেতিয়া স্থাপন কৰা হৈছিল?

(ক) ১৯৭৫ চনৰ ২ অক্টোবৰ।

(খ) ১৯৭৬ চনৰ ২৬ ছেপ্টেম্বৰ।

(গ) ১৯৭৫ চনৰ ২৬ ছেপ্টেম্বৰ।

(ঘ) ১৯৭৪ চনৰ ২ অক্টোবৰ।

উত্তৰঃ (ক) ১৯৭৫ চনৰ ২ অক্টোবৰ।

৫। কোন সমিতিৰ পৰামৰ্শৰ ভিত্তিত আঞ্চলিক গ্রাম্য বেংকসমূহ স্থাপন কৰা হৈছিল?

(ক) অমৰ দেৱ সমিতি।

(খ) বি আৰ অম্বেদকাৰ সমিতি।

(গ) এম নৰসিংহম সমিতি।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) এম নৰসিংহম সমিতি।

৬। আঞ্চলিক গ্রাম্য বেংক আইন কেতিয়া গৃহীত হৈছিল?

(ক) ১৯৭৪ চনত।

(খ) ১৯৭৫ চনত।

(গ) ১৯৭৯ চনত।

(ঘ) ১৯৭৬ চনত।

উত্তৰঃ (ঘ) ১৯৭৬ চনত।

৭। আঞ্চলিক গ্রাম্য বেংকৰ অংশীদাৰী মূলধন কিমান অনুপাতত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু পৃষ্ঠপোষকতা কৰা বেংকে ক্ৰমান্বয়ে বহন কৰে?

(ক) ৬০:২০:২০

(খ) ৫০:১৫:৩৫

(গ) ৪০:৩০:৩০

(ঘ) ৪৫:২৫:৩০

উত্তৰঃ (খ) ৫০:১৫:৩৫

৮। আঞ্চলিক গ্রাম্য বেংকৰ অনুমোদিত আৰু বিলিকৃত মূলধন ক্ৰমান্বয়ে কিমান টকা নিৰ্ধাৰণ কৰা হৈছিল?

(ক) এক কোটি আৰু ২৫ লাখ টকা।

(খ) দুই কোটি আৰু ৩০ লাখ টকা।

(গ) তিনি কোটি আৰু ৩৬ লাখ টকা।

(ঘ) চাৰি কোটি আৰু ৪০ লাখ টকা।

উত্তৰঃ (ক) এক কোটি আৰু ২৫ লাখ টকা।

৯। ১৯৮৮ চনত আঞ্চলিক গ্ৰাম্য বেংক আইন সংশোধন কৰি অনুমোদিত আৰু বিলিকৃত মূলধন ক্ৰমান্বয়ে কিমানলৈ বৃদ্ধি কৰা হৈছিল?

(ক) ৩ কোটি আৰু ৩ কোটিলৈ।

(খ) ৪ কোটি আৰু ২ কোটিলৈ।

(গ) ৫ কোটি আৰু ১ কোটিলৈ।

(ঘ) ৬ কোটি আৰু ৪ কোটিলৈ।

উত্তৰঃ (গ) ৫ কোটি আৰু ১ কোটিলৈ।

১০। বেংকিং নিয়ন্ত্রণ আইন-১৯৪৯ৰ কোন ধাৰাৰ অধীনত আঞ্চলিক গ্রাম্য বেংকসমূহ বাণিজ্যিক বেংকৰ কাম সম্পাদন কৰে?

(ক) ধাৰা ৪(ক) আৰু ৫(গ)

(খ) ধাৰা ৫(খ) আৰু ৬(ক)

(গ) ধাৰা ৩(ঘ) আৰু ৬(খ)

(ঘ) ধাৰা ৮(খ) আৰু ৫(খ)

উত্তৰঃ (খ) ধাৰা ৫(খ) আৰু ৬(ক)

১১। আঞ্চলিক গ্রাম্য বেংকসমূহ ১৯৩৪ চনৰ ভাৰতীয় ৰিজার্ভ বেংক আইনৰ কোনটো অনুসূচিত অন্তর্ভুক্ত কৰা হৈছে?

(ক) দ্বিতীয় অনুসূচিত।

(খ) তৃতীয় অনুসূচিত।

(গ) চতুৰ্থ অনুসূচিত।।

(ঘ) পঞ্চম অনুসূচিত।

উত্তৰঃ (ক) দ্বিতীয় অনুসূচিত।

১২। বিনিয়োগ বেংকসমূহ মূলত কি ধৰণৰ খণ্ডৰ বিকাশৰ সৈতে জড়িত থাকে?

(ক) কৃষি খণ্ড।

(খ) সেৱা খণ্ড।

(গ) ঔদ্যোগিক খণ্ড।

(ঘ) শিক্ষা খণ্ড।

উত্তৰঃ (গ) ঔদ্যোগিক খণ্ড।

১৩। বিনিয়োগ বেংকক আন কি নামেৰে জনা যায়?

(ক) ব্যৱসায়িক বেংক।

(খ) কৃষি বেংক।

(গ) ব্যৱহাৰকাৰী বেংক।

(ঘ) ঔদ্যোগিক বেংক।

উত্তৰঃ (ঘ) ঔদ্যোগিক বেংক।

১৪। কোন বেংকবোৰে ব্যৱসায় আৰু উদ্যোগৰ বাবে মধ্যম্যাদী আৰু দীর্ঘম্যাদী বিত্তৰ ব্যৱস্থা কৰে?

(ক) বাণিজ্যিক বেংকবোৰে।

(খ) বিনিয়োগ বেংকবোৰে।

(গ) কৃষি বেংকবোৰে।

(ঘ) গ্রাম্য বেংকবোৰে।

উত্তৰঃ (খ) বিনিয়োগ বেংকবোৰে।

১৫। কোনে ঔদ্যোগিক বিত্ত আৰু উন্নয়ন নিগমসমূহক “উন্নয়ন বেংক” হিচাপে বিবেচনা কৰিছে?

(ক) উইলিয়াম ডাইমণ্ড।

(খ) শাৰ্লি বস্কি।

(গ) পিটাৰ ড্রাকাৰ।

(ঘ) জোহন মেকড’নাল্ড।

উত্তৰঃ (ক) উইলিয়াম ডাইমণ্ড।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top