Class 11 Finance MCQ Chapter 7 ভাৰতত বাণিজ্যিক বেংকৰ বিৱৰ্তন আৰু বিকাশ Question Answer in Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Finance Multiple Choice Solutions and select need one. Class 11 Finance MCQ Chapter 7 ভাৰতত বাণিজ্যিক বেংকৰ বিৱৰ্তন আৰু বিকাশ Notes Download PDF. AHSEC Class 11 Banking Objective Type Solutions.
Class 11 Finance MCQ Chapter 7 ভাৰতত বাণিজ্যিক বেংকৰ বিৱৰ্তন আৰু বিকাশ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Finance Objective Type Solutions are part of All Subject Solutions. Here we have given HS 1st Year Banking Multiple Choice Question and Answer, HS First Year Banking MCQ Solutions in Assamese Medium for All Chapters, You can practice these here.
ভাৰতত বাণিজ্যিক বেংকৰ বিৱৰ্তন আৰু বিকাশ
Chapter: 7
MCQ |
১। ভাৰতত বেংকিঙৰ উদ্ভৱ কোন সময়ৰ পৰা আৰম্ভ হৈছিল?
(ক) বৈদিক যুগৰ পৰা।
(খ) স্মৃতি যুগৰ পৰা।
(গ) প্ৰাচীন যুগৰ পৰা।
(ঘ) স্বাধীনতা লাভৰ পাছৰ সময়ৰ পৰা।
উত্তৰঃ (গ) প্ৰাচীন যুগৰ পৰা।
২। স্মৃতি যুগত কোনটো গোটে মূলত বেংকিঙৰ কাৰ্যবাহী কৰিছিল?
(ক) শূদ্ৰ।
(খ) ব্ৰাহ্মণ।
(গ) ক্ষত্ৰিয়।
(ঘ) বৈশ্য।
উত্তৰঃ (খ) ব্ৰাহ্মণ।
৩। ‘দ্য বেংক অফ্ বেংগল’ কিমান লাখ মূলধনৰে প্রতিষ্ঠা কৰা হৈছিল?
(ক) ১০ লাখ।
(খ) ৫০ লাখ।
(গ) ৪০ লাখ।
(ঘ) ৭৫ লাখ।
উত্তৰঃ (খ) ৫০ লাখ।
৪। কিমান চনত ভাৰতত প্ৰথম আধুনিক বেংক ‘দ্য অফ্ হিন্দুস্তান’ স্থাপিত হৈছিল?
(ক) ১৬৭৩ চনত।
(খ) ১৭৭০ চনত।
(গ) ১৮০৬ চনত।
(ঘ) ১৮০৭ চনত।
উত্তৰঃ (খ) ১৭৭০ চনত।
৫। ‘দ্য বেংক অফ্ হিন্দুস্তান’ কোনখন এজেঞ্চি হাউছে স্থাপন কৰিছিল?
(ক) বেংগল মাৰ্চেণ্টছ।
(খ) ইষ্ট ইণ্ডিয়া কোম্পানী।
(গ) হিন্দুস্তান ট্ৰেডিং কোম্পানী।
(ঘ) আলেকজেণ্ডাৰ এণ্ড কোম্পানী।
উত্তৰঃ (ঘ) আলেকজেণ্ডাৰ এণ্ড কোম্পানী।
৬। কিমান চনত ভাৰতীয় বেংকিং ব্যৱস্থাৰ বিকাশ শৰ্বোচ্চ পৰিসৰে আৰম্ভ হৈছিল?
(ক) ১৮৫৮ চনত।
(খ) ১৯৪৭ চনত।
(গ) ১৯৫০ চনত।
(ঘ) ১৯৫৬ চনত।
উত্তৰঃ (খ) ১৯৪৭ চনত।
৭। ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পিছত মুঠ বেংকৰ সংখ্যা কিমান আছিল?
(ক) ১০০
(খ) ৩৫০
(গ) ৬৪০
(ঘ) ৮০০
উত্তৰঃ (গ) ৬৪০
৮। ১৯৪৭ চনত ভাৰতত অনুসূচীত বেংকৰ সংখ্যা কিমান আছিল?
(ক) ২৫
(খ) ৩০
(গ) ১৫
(ঘ) ১৬
উত্তৰঃ (ঘ) ১৬
৯। ৰিজাৰ্ভ বেংক অফ্ ইণ্ডিয়া কোনটো আইনৰ অধীনত স্থাপন কৰা হৈছিল?
(ক) ৰিজাৰ্ভ বেংক অফ্ ইণ্ডিয়া আইন, ১৯৩৫
(খ) ৰিজাৰ্ভ বেংক অফ্ ইণ্ডিয়া আইন, ১৯২১
(গ) ইম্পেৰিয়েল অফ্ অৱ ইণ্ডিয়া আইন, ১৯২০
(ঘ) জয়েণ্ট ষ্টক কোম্পানী আইন, ১৮৫০
উত্তৰঃ (ক) ৰিজাৰ্ভ বেংক অফ্ ইণ্ডিয়া আইন, ১৯৩৫
১০। তলৰ কোনটো বেংক ১৯০৫ চনৰ স্বদেশী আন্দোলনৰ সময়ত স্থাপিত হৈছিল?
(ক) ৰিজাৰ্ভ বেংক অফ্ ইণ্ডিয়া।
(খ) পিপলছ বেংক।
(গ) বেংক অফ্ ইণ্ডিয়া।
(ঘ) আউধ কমাৰ্চিয়েল বেংক।
উত্তৰঃ (গ) বেংক অফ্ ইণ্ডিয়া।
১১। ১৯৬৮ চনত চৰকাৰে প্ৰৱৰ্তন কৰা ‘ছ’চিয়েল কণ্ট্ৰ’ল’ আঁচনিৰ উদ্দেশ্য কি আছিল?
(ক) গ্ৰাম্য বেংকিংৰ প্ৰসাৰণ।
(খ) বেংক ঋণৰ ন্যায়সঙ্গত বিতৰণ নিশ্চিত কৰা।
(গ) ব্যক্তিগত বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা।
(ঘ) বৈদেশিক পুঁজিৰ প্ৰচাৰ।
উত্তৰঃ (খ) বেংক ঋণৰ ন্যায়সঙ্গত বিতৰণ নিশ্চিত কৰা।
১২। ১৯৬৯ চনত কিমানটা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?
(ক) ৬ টা।
(খ) ১২ টা।
(গ) ১৪ টা।
(ঘ) ১৬ টা।
উত্তৰঃ (গ) ১৪ টা।
১৩। চৰকাৰে ‘বেংক অফ্ বোম্বাই’ আৰু ‘বেংক অফ্ মাদ্রাজ’ত কিমান টকা মূলধনৰ বৰঙণি আগবঢ়াইছিল?
(ক) ১ লাখ টকা।
(খ) ২ লাখ টকা।
(গ) ৫ লাখ টকা।
(ঘ) ৩ লাখ টকা।
উত্তৰঃ (ঘ) ৩ লাখ টকা।
১৪। কিমান চনত সৰ্বভাৰতীয় গ্রাম্য ঋণ জৰীপ সমিতিৰ পৰামৰ্শ অনুসৰি ইম্পেৰিয়েল বেংকক ৰাষ্ট্রীয়কৰণ কৰা হৈছিল?
(ক) ১৯৫৫ চনত।
(খ) ১৯৪৭ চনত।
(গ) ১৯৫৯ চনত।
(ঘ) ১৯৫০ চনত।
উত্তৰঃ (ক) ১৯৫৫ চনত।
১৫। ইম্পেৰিয়েল বেংকে বাণিজ্যিক বেংকিং আৰু কেন্দ্রীয় বেংকিংয়ে কেইটা কার্য সম্পাদন কৰিছিল?
(ক) এটা।
(খ) তিনিটা।
(গ) দুটা।
(ঘ) চাৰিটা।
উত্তৰঃ (গ) দুটা।