Class 11 Finance MCQ Chapter 5 বাণিজ্যিক বেংক Question Answer in Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Finance Multiple Choice Solutions and select need one. Class 11 Finance MCQ Chapter 5 বাণিজ্যিক বেংক Notes Download PDF. AHSEC Class 11 Banking Objective Type Solutions.
Class 11 Finance MCQ Chapter 5 বাণিজ্যিক বেংক
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Finance Objective Type Solutions are part of All Subject Solutions. Here we have given HS 1st Year Banking Multiple Choice Question and Answer, HS First Year Banking MCQ Solutions in Assamese Medium for All Chapters, You can practice these here.
বাণিজ্যিক বেংক
Chapter: 5
MCQ |
১। স্থায়ী জমাৰ অন্য এটা নাম কি?
(ক) সঞ্চয় জমা।
(খ) চলিত জমা।
(গ) ম্যাদী জমা।
(ঘ) আধা-ম্যাদী জমা।
উত্তৰঃ (গ) ম্যাদী জমা।
২। কোনটো স্থায়ী জমাৰ সৰ্বাধিক সূত লাভ হয়?
(ক) হ্ৰস্বকালীন জমা।
(খ) দীর্ঘকালীন জমা।
(গ) বাচল জমা।
(ঘ) মুদ্ৰা সঞ্চয় জমা।
উত্তৰঃ (খ) দীর্ঘকালীন জমা।
৩। স্থায়ী জমাৰ সময়ম্যাদৰ ওপৰত কি নিৰ্ধাৰিত হয়?
(ক) সূত।
(খ) ঋণ সুবিধা।
(গ) উচ্চ সুদ।
(ঘ) জমা পৰিমাণ।
উত্তৰঃ (ক) সূত।
৪। তলবী ঋণ সাধাৰণতে কিমান দিনৰ বাবে দিয়া হয়?
(ক) ৩ দিন।
(খ) ৭ দিন।
(গ) ১৪ দিন।
(ঘ) ১৯ দিন।
উত্তৰঃ (গ) ১৪ দিন।
৫। হ্রস্বম্যাদী অগ্রিমটো কি?
(ক) স্থায়ী জমা।
(খ) দীর্ঘম্যাদী ঋণ।
(গ) তলবী ঋণ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) তলবী ঋণ।
৬। মধ্যম্যাদী ঋণ কিমান সময়ৰ বাবে মঞ্জুৰ কৰা হয়?
(ক) ১ বছৰৰ পৰা ৩ বছৰ।
(খ) ১ বছৰৰ পৰা ৫ বছৰ।
(গ) ১ বছৰৰ পৰা ৪ বছৰ।
(ঘ) ৩ বছৰৰ পৰা ৬ বছৰ।
উত্তৰঃ (খ) ১ বছৰৰ পৰা ৫ বছৰ।
৭। কোনটো ব্যৱস্থাত বেংকৰ গ্রাহক এজনক এক নির্দিষ্ট সীমালৈকে টকা ধাৰ লোৱাৰ অনুমতি দিয়া হয়?
(ক) মুদ্ৰা সঞ্চয়।
(খ) চলিত জমা।
(গ) নগদ ঋণ।
(ঘ) উপভোক্তা ঋণ।
উত্তৰঃ (গ) নগদ ঋণ।
৮। বাণিজ্যিক বেংকৰ গৌণ কার্য সেৱাসমূহক কেইটা শ্রেণীত ভাগ কৰিব পাৰি?
(ক) এটা।
(খ) তিনিটা।
(গ) দুটা।
(ঘ) চাৰিটা।
উত্তৰঃ (গ) দুটা।
৯। SWIFT ৰ সম্পূৰ্ণ ৰূপ কি?
(ক) Society for Worldwide International Financial Telecommunication.
(খ) Software for Worldwide Interbank Financial Transactions.
(গ) Software for Worldwide International Financial Transactions.
(ঘ) Society for Worldwide Interbank Financial Telecommunication.
উত্তৰঃ (ঘ) Society for Worldwide Interbank Financial Telecommunication.
১০। SWIFT বাৰ্তাৰ পদ্ধতিৰ দ্বাৰা কি প্ৰেৰণ কৰিব পাৰি?
(ক) পুঁজি।
(খ) মুদ্ৰা।
(গ) ঋণ।
(ঘ) চেক।
উত্তৰঃ (ক) পুঁজি।
১১। প্লাষ্টিক মুদ্ৰা বুলি কিহক কোৱা হয়?
(ক) চেক।
(খ) ক্ৰেডিট কাৰ্ড।
(গ) পেটিএম।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) ক্ৰেডিট কাৰ্ড।
১২। কোনখন বেংকিং সেৱাই গ্ৰাহকক ফোনৰ জৰিয়তে নগদৰ সৈতে সম্পৰ্কিত নোহোৱা লেনদেন কৰিবলৈ অনুমতি দিয়ে?
(ক) এটিএম।
(খ) ইণ্টাৰনেট বেংকিং।
(গ) এছএমএছ বেংকিং।
(ঘ) টেলে বেংকিং।
উত্তৰঃ (ঘ) টেলে বেংকিং।
১৩। বেংকে নিৰ্দিষ্ট সময়ৰ বাবে গ্ৰাহকক এটা এককালীন পৰিমাণৰ ধন আগবঢ়ায় আৰু এটা নিৰ্ধাৰিত বেয়াজৰ হাৰত লয় তাক কি বুলি কোৱা হয়?
(ক) ঋণ।
(খ) ওভাৰড্ৰাফ্ট।
(গ) কেছ ক্ৰেডিট।
(ঘ) মানি এট কল।
উত্তৰঃ (ক) ঋণ।
১৪। RTGS ৰ সম্পূৰ্ণ ৰূপ কি?
(ক) Real-Time Global Settlement.
(খ) Rapid Transaction Global System.
(গ) Real-Time Gross Settlement.
(ঘ) Rapid Transfer of Global Settlement.
উত্তৰঃ (গ) Real-Time Gross Settlement.
১৫। ইন্টাৰনেট বেংকিংৰ সুবিধা কি?
(ক) মুদ্ৰাস্ফীতি নিয়ন্ত্রণ।
(খ) বেংকগুলিৰ সঠিক পৰিসৰ বৃদ্ধি।
(গ) বেংকিং সেৱা লাভৰ বাবে গ্রাহকক মুদ্ৰা স্থানান্তৰ কৰিব লাগে।
(ঘ) গ্রাহক যিকোনো স্থান আৰু সময়ত বেংকিং সেৱা লাভ কৰিব পাৰে।
উত্তৰঃ (ঘ) গ্রাহক যিকোনো স্থান আৰু সময়ত বেংকিং সেৱা লাভ কৰিব পাৰে।