🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 11 Finance MCQ Chapter 4 কেন্দ্রীয় বেংক

Class 11 Finance MCQ Chapter 4 কেন্দ্রীয় বেংক Question Answer in Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Finance Multiple Choice Solutions and select need one. Class 11 Finance MCQ Chapter 4 কেন্দ্রীয় বেংক Notes Download PDF. AHSEC Class 11 Banking Objective Type Solutions.

Class 11 Finance MCQ Chapter 4 কেন্দ্রীয় বেংক

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Finance Objective Type Solutions are part of All Subject Solutions. Here we have given HS 1st Year Banking Multiple Choice Question and Answer, HS First Year Banking MCQ Solutions in Assamese Medium for All Chapters, You can practice these here.

Chapter: 4

MCQ

১। এখন দেশৰ সৰ্বোচ্চ মৌদ্রিক প্রতিষ্ঠানটো কি?

(ক) বাণিজ্যিক বেংক।

(খ) গ্ৰামীণ বেংক।

(গ) কেন্দ্রীয় বেংক।

(ঘ) সমবায় বেংক।

উত্তৰঃ (গ) কেন্দ্রীয় বেংক।

২। ভাৰতৰ কেন্দ্রীয় বেংকটোৰ নাম কি?

(ক) ষ্টেট বেংক অফ্ ইণ্ডিয়া।

(খ) পঞ্জাৱ নেশ্যনেল বেংক।

(গ) ভাৰতীয় ৰিজার্ভ বেংক।

(ঘ) এক্সিছ বেংক।

উত্তৰঃ (গ) ভাৰতীয় ৰিজার্ভ বেংক।

৩। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি?

(ক) বেংক অফ্ ইংলেণ্ড।

(খ) ভাৰতীয় ৰিজার্ভ বেংক।

(গ) পঞ্জাৱ নেশ্যনেল বেংক।

(ঘ) ফেডাৰেল ৰিজার্ভ ব্যৱস্থা।

উত্তৰঃ (ঘ) ফেডাৰেল ৰিজার্ভ ব্যৱস্থা।

৪। কাৰ মতে কেন্দ্রীয় বেংক হৈছে অন্তিম মুহূৰ্তৰ ঋণদাতা?

(ক) W. A. Shaw.

(খ) P. A. Samuelson.

(গ) Hawtrey.

(ঘ) Adam Smith.

উত্তৰঃ (গ) Hawtrey.

৫। কোনে কেন্দ্রীয় বেংকক বেংকৰ বেংক” বুলি সংজ্ঞায়িত কৰে?

(ক) Hawtrey.

(খ) P. A. Samuelson.

(গ) W. A. Shaw.

(ঘ) Adam Smith.

উত্তৰঃ (খ) P. A. Samuelson.

৬। কোনে কেন্দ্রীয় বেংকক ঋণ নিয়ন্ত্ৰণ কৰা বেংক বুলি মত প্রকাশ কৰে?

(ক) Hawtrey.

(খ) W. A. Shaw.

(গ) P. A. Samuelson.

(ঘ) Adam Smith.

উত্তৰঃ (খ) W. A. Shaw.

৭। ভাৰতত ভাৰতীয় ৰিজার্ভ বেংকে কি জাৰী কৰে?

(ক) মুদ্রা নোট।

(খ) চেক বুক।

(গ) মুদ্ৰা (কইন)।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) মুদ্রা নোট।

৮। কেন্দ্রীয় বেংকে কেইটা ক্ষমতাৰ ওপৰত বেংকৰ বেংক হিচাপে কাম কৰে?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) ছয়টা।

উত্তৰঃ (খ) তিনিটা।

৯। তলৰ কোনটো বেংকৰ অনুৰোধত কেন্দ্রীয় বেংকে অন্তিম মুহূৰ্তৰ ঋণদাতা হিচাপে সাহাৰ্য প্ৰদান কৰে?

(ক) সমবায় বেংক।

(খ) উন্নয়ন বেংক।

(গ) গ্ৰামীণ বেংক।

(ঘ) বাণিজ্যিক বেংক।

উত্তৰঃ (ঘ) বাণিজ্যিক বেংক।

১০। তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ পৰিশোধ ভৱনৰ কাৰ্যৰ মুখ্য সুবিধা?

(ক) কেন্দ্ৰীয় বেংক ৰাষ্ট্ৰীয় মুদ্রাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।

(খ) কেন্দ্ৰীয় বেংকে ৰাষ্ট্ৰীয় ঋণ নিৰ্ধাৰণ কৰে।

(গ) কেন্দ্ৰীয় বেংকে নগদ ধন ব্যৱহাৰ হ্ৰাস কৰে।

(ঘ) কেন্দ্ৰীয় বেংক কিনা – বেচাৰ মাৰ্কেট নিয়ন্ত্ৰণ কৰে।

উত্তৰঃ (গ) কেন্দ্ৰীয় বেংকে নগদ ধন ব্যৱহাৰ হ্ৰাস কৰে।

১১। এটা কেন্দ্ৰীয় বেংকে মুখ্যতঃ কেইটা উদ্দেশ্যৰ বাবে সোণ আৰু বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ সংৰক্ষণ কৰে?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) ছয়টা।

উত্তৰঃ (ক) দুটা।

১২। কেন্দ্রীয় বেংকৰ মুখ্য কাৰ্য বুলি কিহক গণ্য কৰা হয়?

(ক) মুদ্ৰাস্ফীতি নিয়ন্ত্রণ।

(খ) মুদ্ৰা সংকটৰ পৰিচালনা।

(গ) ঋণ নিয়ন্ত্রণ।

(ঘ) বিনিময় হাৰত।

উত্তৰঃ (গ) ঋণ নিয়ন্ত্রণ।

১৩। তলৰ কোনটোৰ লগত কেন্দ্ৰীয় বেংকৰ প্ৰত্যক্ষ সম্পৰ্ক আছে?

(ক) বাণিজ্যিক বেংক।

(খ) সাধাৰণ জনতা।

(গ) ব্যক্তিগত কোম্পানী।

(ঘ) অবেংকিং বিত্তীয় কোম্পানী।

উত্তৰঃ (ক) বাণিজ্যিক বেংক।

১৪। ৰাছিয়াৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি?

(ক) বাণিজ্যিক বেংক।

(খ) গছ বেংক।

(গ) ভাৰতীয় ৰিজার্ভ বেংক। 

(ঘ) ফেডাৰেল ৰিজার্ভ ব্যৱস্থা।

উত্তৰঃ (খ) গছ বেংক।

১৫। ফেডাৰেল ৰিজার্ভ ব্যৱস্থা কোনটো ঠাইৰ কেন্দ্ৰীয় বেংক?

(ক) চীন।

(খ) জাপান।

(গ) ভাৰত।

(ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

উত্তৰঃ (ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top