Class 11 Finance Important Chapter 4 কেন্দ্রীয় বেংক

Class 11 Finance Important Chapter 4 কেন্দ্রীয় বেংক Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Finance Important Chapter 4 কেন্দ্রীয় বেংক Solutions in Assamese and select need one. Class 11 Banking Additional Solutions Assamese Medium Download PDF. HS 1st Year Finance Important Question Answer in Assamese.

Class 11 Finance Important Chapter 4 কেন্দ্রীয় বেংক

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Banking Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Finance Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 4

গোট – ২: বেংকৰ অৰ্থ আৰু বিভিন্ন প্ৰকাৰৰ বেংক
IMPORTANT QUESTION AND ANSWER

চুটি প্রশ্ন-উত্তৰ:

১। কেন্দ্রীয় বেংক কাক কোৱা হয়?

উত্তৰঃ এখন দেশৰ সৰ্বোচ্চ মৌদ্রিক প্রতিষ্ঠানক কেন্দ্ৰীয় বেংক কোৱা হয়।

২। ভাৰতৰ কেন্দ্ৰীয় বেংক কোনটো?

উত্তৰঃ ভাৰতৰ কেন্দ্ৰীয় বেংক হ’ল – ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)।

৩। কেন্দ্ৰীয় বেংক লাভৰ উদ্দেশ্যেত কাম কৰে নে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ নকৰে, ই অনা-লাভ উপাৰ্জনকাৰীৰ সংগঠন।

৪। কেন্দ্ৰীয় বেংকৰ মুখ্য লক্ষ্যটো কি?

উত্তৰঃ কেন্দ্ৰীয় বেংকৰ মুখ্য লক্ষ্যটো হৈছে- ৰাষ্ট্ৰীয় কল্যাণ আৰু মুদ্রা-ঋণ নীতিৰ নিয়ন্ত্ৰণ।

৫। কেন্দ্ৰীয় বেংকে কি একচেটিয়া অধিকাৰ উপভোগ কৰে?

উত্তৰঃ মুদ্রা নোট জাৰী কৰাৰ একচেটিয়া অধিকাৰ উপভোগ কৰে।

৬। কেন্দ্ৰীয় বেংকে কাক “বেংকৰ বেংক” বুলি কয়?

উত্তৰঃ কেন্দ্ৰীয় বেংকে P. A. Samuelson-ক বেংকৰ বেংক” বুলি কয়।

৭। হাওট্ৰিয়ে কেন্দ্ৰীয় বেংকক কেনেকৈ সংজ্ঞা দিছে?

উত্তৰঃ “অন্তিম মুহূৰ্তৰ ঋণদাতা” হিচাপে।

৮। কেন্দ্ৰীয় বেংক আৰু সাধাৰণ ৰাইজৰ সম্পর্ক কিদৰে হয়?

উত্তৰঃ কোনো প্ৰত্যক্ষ সম্পর্ক নাথাকে।

৯। চৰকাৰৰ সৈতে কেন্দ্ৰীয় বেংকৰ কি ধৰণৰ সম্পর্ক থাকে?

উত্তৰঃ চৰকাৰৰ বেংকাৰ, এজেন্ট, আৰু পৰামৰ্শদাতাৰ সম্পর্ক থাকে।

১০। কেন্দ্ৰীয় বেংকে কেনেকৈ বাণিজ্যিক বেংকসমূহৰ সহায় কৰে?

উত্তৰঃ অন্তিম মুহূৰ্তৰ ঋণদাতা হিচাপে সাহায্য দিয়ে।

১১। পৰিশোধ ভৱনৰ কাম কি?

উত্তৰঃ বেংকসমূহৰ মাজত দাবী নিষ্পত্তি কৰা।

১২। কেন্দ্ৰীয় বেংকে বৈদেশিক মুদ্ৰাৰ ৰক্ষক হিচাপে কেনেকৈ কাম কৰে?

উত্তৰঃ ই বৈদেশিক মুদ্ৰা সংৰক্ষণ আৰু হাৰ নিয়ন্ত্ৰণ কৰে।

১৩। ঋণ নিয়ন্ত্ৰণৰ উদ্দেশ্য কি?

উত্তৰঃ মূল্য স্থিৰতা আৰু বিনিময় হাৰৰ স্থিৰতা।

১৪। কেন্দ্ৰীয় বেংকে কিদৰে মুদ্রা যোগান নিয়ন্ত্ৰণ কৰে?

উত্তৰঃ নোট জাৰী, হ্ৰস্বম্যাদী ঋণ, আৰু নীতি প্ৰণয়ন যোগে।

১৫। কেন্দ্ৰীয় বেংকৰ দ্বাৰা সংৰক্ষিত নগদ সংৰক্ষণৰ সুবিধা কি?

উত্তৰঃ স্থিতিশীলতা বৃদ্ধি আৰু জনবিশ্বাস স্থাপন।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top