Class 11 Finance Important Chapter 3 বেংক

Class 11 Finance Important Chapter 3 বেংক Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Finance Important Chapter 3 বেংক Solutions in Assamese and select need one. Class 11 Banking Additional Solutions Assamese Medium Download PDF. HS 1st Year Finance Important Question Answer in Assamese.

Class 11 Finance Important Chapter 3 বেংক

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Banking Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Finance Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 3

গোট – ২: বেংকৰ অৰ্থ আৰু বিভিন্ন প্ৰকাৰৰ বেংক
IMPORTANT QUESTION AND ANSWER

চুটি প্রশ্ন-উত্তৰ:

১। বেংক কি?

উত্তৰঃ বেংক হৈছে এক বিত্তীয় প্রতিষ্ঠান।

২। বেংক কিয় স্থাপন কৰা হয়?

উত্তৰঃ ধন জমা আৰু ঋণৰ লেনদেনৰ বাবে।

৩। বেংকে কিদৰে লাভ উপাৰ্জন কৰে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ বেংকে জমা আৰু ঋণৰ ওপৰত সূতৰ হাৰৰ পাৰ্থক্যৰে লাভ উপাৰ্জন কৰে।

৪। চেক কি ধৰণৰ দলীল?

উত্তৰঃ চেক এক মৌদ্রিক দলীল।

৫। বেংকিং নিয়ন্ত্রণ আইন কেতিয়া প্ৰচলিত হয়?

উত্তৰঃ বেংকিং নিয়ন্ত্রণ আইন ১৯৪৯ চনত প্ৰচলিত হয়।

৬। ছাৰ জন পেগেট কাক কোৱা হয়?

উত্তৰঃ ছাৰ জন পেগেট বেংকিঙৰ পিতৃক কোৱা হয়।

৭। চেকত আদান-প্রদান নকৰা প্রতিষ্ঠানক বেংক বুলিব পাৰি নে?

উত্তৰঃ নোৱাৰি।

৮। বেংকিং কোম্পানীৰ নামত কি শব্দ থাকিব লাগে?

উত্তৰঃ বেংকিং কোম্পানীৰ নামত বেংক, বেংকাৰ, বেংকিং শব্দ থাকিব লাগে।

৯। জমা ধনবোৰ কেনেদৰে উলিয়াব পাৰি?

উত্তৰঃ চেক, ড্রাফ্ট বা অন্য উপায়েৰে।

১০। বেংক কি ধৰণৰ প্রতিষ্ঠান?

উত্তৰঃ বেংক লাভ-উপাৰ্জনকাৰী প্রতিষ্ঠান।

১১। বেংকৰ মুখ্য কামটো কি?

উত্তৰঃ বেংকৰ মুখ্য কামটো হৈছে ৰাইজৰ পৰা ধন জমা কৰি সেই ধন প্ৰয়োজনীয় ব্যক্তি বা প্ৰতিষ্ঠানক ঋণ হিচাপে আগবঢ়োৱা।

১২। কোনে কয় যে বেংক হৈছে ধন সংগ্ৰহ আৰু ঋণ প্ৰদানকাৰীৰ প্রতিষ্ঠান?

উত্তৰঃ আৰ পি কেণ্টে কয় যে বেংক হৈছে ধন সংগ্ৰহ আৰু ঋণ প্ৰদানকাৰীৰ প্রতিষ্ঠান।

১৩। কোন বেংক মাত্ৰ চৰকাৰে চলায়?

উত্তৰঃ কেন্দ্রীয় বেংক মাত্ৰ চৰকাৰে চলায়।

১৪। বেংকে কি ধৰণৰ সেৱা দিয়ে?

উত্তৰঃ বেংকে বিত্তীয় সেৱা দিয়ে।

১৫। বেংকিঙৰ এক অনন্য বৈশিষ্ট্য কি?

উত্তৰঃ বেংকিঙৰ এক অনন্য বৈশিষ্ট্য হৈছে- ঋণ সৃষ্টি।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top