Class 11 History Additional Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য

Class 11 History Additional Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.

Class 11 History Additional Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Notes for All Subject, You can practice these here.

Chapter – 7

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER  

অতি চমু প্ৰশ্নোত্তৰঃ

১। ১৮৬০ চনত লিখা গ্ৰন্থখনৰ নাম কি আছিল?

উত্তৰঃ ১৮৬০ চনত লিখা গ্ৰন্থখনৰ নাম হ’ল The civilization of the renaissance in Italy।

২। ৰোমৰ চেণ্ট পিটাচবাৰ্গৰ গীৰ্জাৰ নিৰ্মাণৰ কাম কোনে আৰম্ভ কৰিছিল?

উত্তৰঃ মিচাইল এংগেলএ ৰোমৰ বিখ্যাত চেণ্ট পিটাৰ্চবাৰ্গৰ গীৰ্জাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।

৩। নৱজাগৰণৰ সময়ত বিখ্যাত ভাস্কৰ্য কি আছিল?

উত্তৰঃ Florantine Donatello হ’ল নৱজাগৰণৰ সময়ৰ বিখ্যাত ভাস্কৰ্য।

৪। লিউনাৰ্ডো-ডা-ভিন্সিৰ বিখ্যাত চিত্ৰশিল্প সমূহ কি কি আছিল?

উত্তৰঃ ‘ভাৰ্জিন অৱ দা ৰক’চ ‘দি লাষ্ট চাপাৰ’ আৰু ‘মনালিচা’ হ’ল লিউনাৰ্ডো-ডা-ভিন্সিৰ (১৪৫২-১৫১৯) উল্লেখযোগ্য চিত্ৰকৰ্ম।

৫। মাৰ্টিন লুথাৰ কোন আছিল?

উত্তৰঃ মাৰ্টিন লুথাৰ জাৰ্মানীৰ গুটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ এজন অধ্যপক আৰু সংস্কাৰক (১৪৮৩-১৫৪৫) আছিল।

৬। ডান্টে এলি কোন আছিল?

উত্তৰঃ তেওঁ ধৰ্মীয় বিষয়বস্তুৰ ওপৰত লিখিছিল। ফ্লোৰেন্স মহানগৰী গঢ়াৰ ক্ষেত্ৰতো তেওঁৰ বিশেষ ভূমিকা আছিল।

৭। Humanities শব্দটো ক’ৰ পৰা আহিছে?

উত্তৰঃ Humanities শব্দটো লেটিন শব্দ হিউমেনিটাছ শব্দৰ পৰা আহিছে।

৮। ৰেনেচাঁ বা পুনৰজাগৰণ শব্দটোৰ উদ্ভাৱক কোন?

উত্তৰঃ জেকব বাৰ্কহাৰ্ড হ’ল ৰেনেচাঁ বা পুনৰজাগৰণ শব্দটোৰ উদ্ভাৱক।

৯। কোনজন ইংৰাজ সম্ৰাটে ৰোমৰ পোপৰ ক্ষমতা বিলুপ্ত কৰিছিল?

উত্তৰঃ টিউদৰ সম্ৰাট অষ্টম হেনৰীয়ে ৰোমৰ পোপৰ ক্ষমতা হ্ৰাস কৰিছিল।

১০। কেলভিন কোন আছিল?

উত্তৰঃ কেলভিন চুইজাৰলেণ্ডত প্ৰটেষ্টান্ট আন্দোলন বিয়পোৱাত সহায় কৰিছিল।

১১। ছপাশাল কোনে উদ্ভাৱন কৰিছিল?

উত্তৰঃ ছপাশাল জোহান্স গুটেনবাৰ্গে উদ্ভাৱন কৰিছিল।

১২। আধুনিক যুগৰ দেহতত্ত্ববিদজন কোন আছিল?

উত্তৰঃ আধুনিক যুগৰ দেহতত্ত্ববিদজন অধ্যপক এইড্ৰিয়াচ ভোচলিয়াচ আছিল।

১৩। আৰৱ ভাষাত প্লেটোক কি বুলি কোৱা হৈছিল?

উত্তৰঃ আৰৱ ভাষাত প্লেটোক আলফাটুন বুলি কোৱা হয়।

১৪। কোনখিনি সময়ক পৰৱৰ্তী মধ্যযুগ বুলি কোৱা হৈছিল?

উত্তৰঃ একাদশৰ পৰা চতুৰ্দশ শতিকাৰ মাজৰ সময়ছোৱাক পৰৱৰ্তী মধ্যযুগ বুলি কোৱা হৈছিল।

১৫। কোনখিনি সময় আদি মধ্যযুগ বুলি কোৱা হয়?

উত্তৰঃ নৱমৰ পৰা একাদশ শতিকাৰ মাজৰ সময়ছোৱাক আদি মধ্যযুগ বুলি কোৱা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top