Class 11 History Additional Chapter 2 লিখনি আৰু নগৰীয়া জীৱন

Class 11 History Additional Chapter 2 লিখনি আৰু নগৰীয়া জীৱন Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 2 লিখনি আৰু নগৰীয়া জীৱন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.

Class 11 History Additional Chapter 2 লিখনি আৰু নগৰীয়া জীৱন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Notes for All Subject, You can practice these here.

Chapter – 2

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER  

অতি চমু প্ৰশ্নোত্তৰঃ

১। জুইৰ ব্যৱহাৰৰ নিদৰ্শন কিমান লাখ বছৰৰ পূৰ্বে পোৱা হৈছে?

উত্তৰঃ জুইৰ ব্যৱহাৰৰ নিদৰ্শন ৫৬ লাখ বছৰৰ পূৰ্বে পোৱা হৈছে।

২। মৌর্য্য সাম্রাজ্যৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ মৌর্য্য সাম্রাজ্যৰ প্ৰতিষ্ঠা ৩২১ খ্ৰী: পূ: ত হৈছিল।

৩। ‘On the origin of Species’ নামৰ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ ‘On the origin of Species’ নামৰ গ্ৰন্থখনৰ লেখক চালৰ্চ ডাৰউইন।

৪। স্পেইনৰ আল্‌ল্টামিবা গুহাটো কোন চনত আবিষ্কাৰ হয়?

উত্তৰঃ স্পেইনৰ আল্‌ল্টামিবা গুহাটো ১৮৭৯ চনত আবিষ্কার হয়।

৫। মাৰীৰ ৰাজকাৰেঙৰ কোঠাৰ সংখ্যা কিমান আছিল?

উত্তৰঃ মাৰীৰ ৰাজকাৰেঙৰ কোঠাৰ সংখ্যা ২৬০ টা আছিল।

৬। স্বাধীন বেলিনৰ শেষৰ জন ৰজা কোন আছিল?

উত্তৰঃ স্বাধীন বেলিনৰ শেষৰ জন ৰজা নব’নিদাচ আছিল।

৭। কেতিয়াৰ পৰা ইজিপ্তত লোৰ ব্যৱহাৰ হৈছিল?

উত্তৰঃ খ্ৰী: পূ: ৭০০ – ৬০০ ৰ ভিতৰত ইজিপ্তত লোৰ ব্যৱহাৰ হৈছিল।

৮। আলেকজেণ্ডাৰে কেতিয়া বেবিলন আক্রমণ কৰিছিল?

উত্তৰঃ আলেকজেণ্ডাৰে ৩৩১ খ্ৰী: ত বেবিলন আক্রমণ কৰিছিল।

৯। জীৱাশ্ম কি?

উত্তৰঃ জীৱাশ্ম (fossil) হ’ল বহুত পুৰণি উদ্ভিদ, জন্তু বা মানুহৰ শিলালৈ ৰূপান্তৰিত অৱশেষ। এইবোৰ সাধাৰণতে শিলাখণ্ডৰ মাজত লাখ লাখ বছৰ ধৰি সংৰক্ষিত হৈ থাকে।

১০। প্ৰাইমেটসকল কোন গোটৰ অন্তৰ্ভুক্ত?

উত্তৰঃ প্ৰাইমেটসকল এক বৃহৎ স্তন্যপায়ী গোটৰ অন্তৰ্ভুক্ত।

১১। মেছোপটেমিয়া নামটো কৰ পৰা আহিছে?

উত্তৰঃ মেছোপটেমিয়া নামটো গ্ৰীক শব্দ Mesos আৰু Potamos ৰ পৰা আহিছে। Mesos শব্দৰ অৰ্থ হল মধ্য আৰু Potamos শব্দৰ অৰ্থ হল নদী।

১২। মেছোপটেমিয়া লিখন পদ্ধতি আৰু সাহিত্য কেতিয়া আৰু ক’ত বিস্তাৰিত হৈছিল?

উত্তৰঃ মেছোপটেমিয়া লিখন পদ্ধতি আৰু সাহিত্য ২০০০ খ্ৰী:পূৰ্বৰ পিছত ভূমধ্যসাগৰ, উত্তৰ চিৰিয়া আৰু তুৰস্ক অঞ্চললৈ বিস্তাৰিত হৈছিল।

১৩। মেছোপটেমিয়াত কেতিয়া পুৰাতাত্বিক গৱেষণা আৰম্ভ হয়?

উত্তৰঃ ১৮৪০ দশকত।

১৪। বাইবেলৰ মতে ভগৱানে কাক জীৱৰ ধাৰাবাহিকতাৰ বাবে ৰাখিছিল? তেওঁ কি কৰিছিল?

উত্তৰঃ বাইবেলৰ মতে ভগৱানে নৱাক জীৱৰ ধাৰাবাহিকতাৰ বাবে ৰাখিছিল। 

তেওঁ জীৱৰ ধাৰাবাহিকতাৰ বাবে এখন ডাঙৰ নাও নিৰ্মান কৰি প্ৰত্যেক প্ৰজাতিৰ জীৱ একোযোৰা নাৱত ৰাখি থলে।

১৫। মেছোপটেমিয়া খনিজ সম্পদত চহকী আছিল নে দুখীয়া আছিল?

উত্তৰঃ মেছোপটেমিয়া খনিজ সম্পদত দুখীয়া আছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top