Class 11 History Additional Chapter 5 অঘৰী সাম্ৰাজ্য

Class 11 History Additional Chapter 5 অঘৰী সাম্ৰাজ্য Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 5 অঘৰী সাম্ৰাজ্য Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.

Class 11 History Additional Chapter 5 অঘৰী সাম্ৰাজ্য

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Notes for All Subject, You can practice these here.

Chapter – 5

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER  

অতি চমু প্ৰশ্নোত্তৰঃ

১। অঘৰীসকল কোন আছিল?

উত্তৰঃ অঘৰীসকল সাধাৰণতে যাযাবৰী লোকসকলকে কোৱা হৈছিল।

২। বৰ্বৰ শব্দটো কোনটো শব্দৰ পৰা অহা হৈছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ বৰ্বৰ শব্দটো গ্ৰীক barbaros শব্দৰ পৰা অহা হৈছে।

৩। আচা বুলিলে কি বুজা?

উত্তৰঃ আচা বুলিলে- মংগোলসকলৰ আইনবিধি। ইয়ে মংগোল শাসন ব্যৱস্থাৰ নিয়ম বিধিও প্ৰস্তুত কৰিছিল।

৪। প্ৰথম শতিকাত হুনসকলক কোনটো মংগোল জনগোষ্ঠীয়ে পৰাভূত কৰিছিল?

উত্তৰঃ জিনবিন্ত নামৰ মংগোল নেতাজনে হুনসকলক পৰাভূত কৰিছিল।

৫। মংগীখান কোন আছিল?

উত্তৰঃ মংগীখান জেংগিছ খাঁৰ মাতৃ আছিল।

৬। মংগোল সাম্ৰাজ্য পতনৰ এটি মুখ্য কাৰণ উল্লেখ কৰা।

উত্তৰঃ মংগোল সাম্ৰাজ্য পতনৰ এটি মুখ্য কাৰণ হ’ল- পিছৰ কালৰ শাসকসকলৰ দুৰ্বলতা আছিল।

৭। কোবলাই খানে তেওঁৰ ৰাজসভা ক’লৈ স্থানান্তৰিত কৰিছিল?

উত্তৰঃ কোবলাই খানে তেওঁৰ ৰাজসভা বেইজিংলৈ তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিল।

৮। কোনজন ইটালীৰ পৰিব্ৰাজক কোবলাই খানৰ ৰাজদৰবাৰলৈ আহিছিল?

উত্তৰঃ মাৰ্কোপলো নামৰ ইটালীৰ পৰিব্ৰাজকজন কোবলাই খানৰ ৰাজদৰবাৰলৈ আহিছিল।

৯। য়াম কি?

উত্তৰঃ য়াম হ’ল- সামগ্ৰী সৰবৰাহ কৰা এটি পথ বা যোগাযোগ ব্যৱস্থা।

১০। মুংগক খান কোন আছিল?

উত্তৰঃ মুংগক খান জেংগিছখাঁৰ নাতি আছিল।

১১। চীনৰ সংস্কৃতি সম্পৰ্কে কুবলাই খানৰ দৃষ্টিভংগী কেনে আছিল?

উত্তৰঃ কুবলাইখানে চীনা সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰিছিল। তেওঁৰ শাসন কালত চীনৰ নাট্য অনুষ্ঠান সমূহৰ তেওঁ পৃষ্ঠপোষকতা আগবাঢ়াইছিল।

১২। Al-Qanum Fial-Tibb কিতাপখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ Al-Qanum Fial-Tibb কিতাপখন ইবনচিনা নামৰ লেখকজনে ৰচনা কৰিছিল।

১৩। মংগোল সকলক পৰিশোধ কৰিবলগীয়া দুবিধ কৰৰ নাম লিখা।

উত্তৰঃ মংগোল সকলক পৰিশোধ কৰিবলগীয়া দুবিধ কৰৰ নাম হ’ল- পাইজা আৰু বাজ।

১৪। চেংগিজখাই কেতিয়া নিশাপুৰ নামৰ ঠাইখন দখল কৰিছিল?

উত্তৰঃ চেংগিজখাই ১২২১ খ্ৰীঃত নিশাপুৰ নামৰ ঠাইখন দখল কৰিছিল।

১৫। জৱানী কোন আছিল?

উত্তৰঃ জৱানী তেৰ শতিকাৰ এজন পাৰ্চিয়ান বুৰঞ্জীবিদ লোক আছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top