Class 11 Anthropology MCQ Chapter 6 সংস্কৃতিক নৃতত্ত্ব

Class 11 Anthropology MCQ Chapter 6 সংস্কৃতিক নৃতত্ত্ব Solutions, HS 1st year Anthropology MCQ Notes, Class 11 Anthropology MCQ Chapter 6 সংস্কৃতিক নৃতত্ত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology MCQ Chapter 6 সংস্কৃতিক নৃতত্ত্ব and select needs one.

Class 11 Anthropology MCQ Chapter 6 সংস্কৃতিক নৃতত্ত্ব

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Anthropology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Anthropology MCQ Notes for All Subject, You can practice these here.

সংস্কৃতিক নৃতত্ত্ব

Chapter – 6

ANTHROPOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। ‘সামাজিক নৃতত্ত্ব’ ধাৰণাটো কোনটো দেশৰ অৱদান।

(ক) এছিয়া।

(খ) ইউৰোপ।

(গ) ইংলেণ্ড।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) আফ্ৰিকা।

উত্তৰঃ (খ) ইউৰোপ।

২। কত সাংস্কৃতিক নৃতত্ত্ব ধাৰণাটোহে অধিক ব্যৱহাৰ কৰা হয়?

(ক) এছিয়া।

(খ) ইউৰোপ।

(গ) আমেৰিকা।

(ঘ) আফ্ৰিকা।

উত্তৰঃ (গ) আমেৰিকা।

৩। সাংস্কৃতি শব্দটো কোনটো শব্দৰ পৰা আহিছে?

(ক) সংস্কৃতৰ সংস্কাৰ শব্দৰ পৰা।

(খ) লেটিন শব্দৰ পৰা।

(গ) গ্ৰীক শব্দৰ পৰা।

(ঘ) কালচাৰ শব্দৰ পৰা।

উত্তৰঃ (ক) সংস্কৃতৰ সংস্কাৰ শব্দৰ পৰা।

৪। সাংস্কৃতিৰ ইংৰাজী প্ৰতিশব্দটো কি?

(ক) ‘জ্ঞানৰ কৰ্ষণ’।

(খ) ‘কালচাৰ’।

(গ) ‘কলৰে’।

(ঘ) জ্ঞান।

উত্তৰঃ (খ) ‘কালচাৰ’।

৫। সংস্কৃতি শব্দটো সংস্কৃতৰ সংস্কাৰ শব্দৰ পৰা আহিছে ইয়াৰ অৰ্থ কি?

(ক) ‘আত্মাৰ শুদ্ধি’।

(খ) ‘কালচাৰ’।

(গ) ‘কলৰে’।

(ঘ) ‘জ্ঞানৰ কৰ্ষণ’।

উত্তৰঃ (ক) ‘আত্মাৰ শুদ্ধি’।

৬। কালচাৰ শব্দটো কোনটো শব্দৰ পৰা উদ্ভৱ হৈছিল?

(ক) ‘আত্মাৰ শুদ্ধি’।

(খ) ‘কালচাৰ’।

(গ) ‘কলৰে’।

(ঘ) ‘জ্ঞানৰ কৰ্ষণ’।

উত্তৰঃ (গ) ‘কলৰে’।

৭। ১৯৫২ চনত সংস্কৃতিৰ বিষয়ে কেইটা সংজ্ঞাৰ সৃষ্টি হৈছিল?

(ক) ১৭০

(খ) ১০৭

(গ) ১৫৭

(ঘ) ১৭৫

উত্তৰঃ (ঘ) ১৭৫

৮। কাৰ সংজ্ঞায়ে নৃতত্ত্বত সদায়েই বিশিষ্ট স্থান পাই আহিছে?

(ক) এডৱাৰ্ড বাৰনেট টাইলৰ।

(খ) ক্লাইড ক্লাকহন।

(গ) আলফ্ৰেদ ক্ৰোবাৰ।

(ঘ) কিছিং।

উত্তৰঃ (ক) এডৱাৰ্ড বাৰনেট টাইলৰ।

৯। কিমান চনত ‘প্ৰিমিটিভ কালচাৰ’ নামৰ কিতাপখনত সংস্কৃতিৰ সংজ্ঞাটো আগবঢ়ায়।

(ক) ১৮৭০ চনত।

(খ) ১৮৭১ চনত।

(গ) ১৮৬৯ চনত।

(ঘ) ১৮৭৫ চনত।

উত্তৰঃ (খ) ১৮৭১ চনত।

১০। কোনে ‘প্ৰিমিটিভ কালচাৰ’ নামৰ কিতাপখনত সংস্কৃতিৰ সংজ্ঞাটো আগবঢ়ায়।

(ক) এডৱাৰ্ড টাইলৰ।

(খ) ক্লাইড ক্লাকহন।

(গ) আলফ্ৰেদ ক্ৰোবাৰ।

(ঘ) কিছিং।

উত্তৰঃ (ক) এডৱাৰ্ড টাইলৰ।

১১। ১৮৭১ চনত এডৱাৰ্ড টাইলৰে আগবঢ়োৱা কিতাপখনৰ নাম কি আছিল?

(ক) “Prehistoric Times”

(খ) “Primitive Culture”

(গ) “The Archaeology and Prehistoric Annals of Scotland” 

(ঘ) “The Old Stone Age”

উত্তৰঃ (খ) “Primitive Culture”

১২। সাংস্কৃতিক কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক) দুটা ভাগত।

(খ) পাঁচটা ভাগত।

(গ) এটা ভাগত।

(ঘ) ছয়টা ভাগত।

উত্তৰঃ (ক) দুটা ভাগত।

১৩। কোনে ‘কালচাৰেল ৰিলেটিভিজিম’ৰ ধাৰণা পোনপ্ৰথমে আগবঢ়াইছিল।

(ক) এডৱাৰ্ড টাইলৰ।

(খ) ক্লাইড ক্লাকহন।

(গ) আলফ্ৰেদ ক্ৰোবাৰ।

(ঘ) ফ্ৰেঞ্জ বোৱাজ।

উত্তৰঃ (ঘ) ফ্ৰেঞ্জ বোৱাজ।

১৪। সংস্কৃতিক প্ৰসাৰণ কেই প্ৰকাৰৰ?

(ক) দুই প্ৰকাৰৰ।

(খ) তিনি প্ৰকাৰৰ।

(গ) চাৰি প্ৰকাৰৰ।

(ঘ) ছয় প্ৰকাৰৰ।

উত্তৰঃ (খ) তিনি প্ৰকাৰৰ।

১৫। কিমান চনত ইংৰাজীত Acculturation ৰ সাংস্কৃতায়ন ধাৰণাটো আগবঢ়াইছিল?

(ক) ১৯৬৩ চনত।

(খ) ১৯৬০ চনত।

(গ) ১৯৩৬ চনত।

(ঘ) ১৯৩০ চনত।

উত্তৰঃ (গ) ১৯৩৬ চনত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top