Class 11 Anthropology MCQ Chapter 3 জীৱজগতৰ শ্ৰেণীকৰণ Solutions, HS 1st year Anthropology MCQ Notes, Class 11 Anthropology MCQ Chapter 3 জীৱজগতৰ শ্ৰেণীকৰণ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology MCQ Chapter 3 জীৱজগতৰ শ্ৰেণীকৰণ and select needs one.
Class 11 Anthropology MCQ Chapter 3 জীৱজগতৰ শ্ৰেণীকৰণ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Anthropology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Anthropology MCQ Notes for All Subject, You can practice these here.
জীৱজগতৰ শ্ৰেণীকৰণ
Chapter – 3
ANTHROPOLOGY
MULTIPLE CHOICE QUESTION ANSWER
১। টেক্স’ন’মি শব্দটো কোনে ব্যৱহাৰ কৰিছিল।
(ক) পি দ্য কেনড’ল আৰু অগাস্তিন।
(খ) কেৰোলাছ লিনিয়াছ।
(গ) ‘চিষ্টেমা নেচাৰ’।
(ঘ) ‘হম’- চেপীয়েন্স’।
উত্তৰঃ (ক) পি দ্য কেনড’ল আৰু অগাস্তিন।
২। পি দ্য কেনড’ল অগাস্তিনয়ে পোন প্ৰথমে প্ৰকাশ কৰা তেখেতৰ গ্ৰন্থখনৰ নাম কি আছিল?
(ক) ‘Origin of Species’
(খ) ‘Descent of Man’s
(গ) ‘Theories elementaire de la botanique’
(ঘ) এটাও নহয়।
উত্তৰঃ (গ) ‘Theories elementaire de la botanique’
৩। ইংৰাজীত Taxonomy শব্দটো কি শব্দ?
(ক) লেটিন শব্দ।
(খ) গ্ৰীক শব্দ।
(গ) ফৰাচী শব্দ।
(ঘ) জাৰ্মান শব্দ।
উত্তৰঃ (খ) গ্ৰীক শব্দ।
৪। প্ৰাণীসমূহৰ বৈজ্ঞানিক নাম প্ৰদান কৰাৰ কৃতিত্বৰ অধিকাৰী কোন?
(ক) পি দ্য কেনড’ল।
(খ) লিনিয়াছ।
(গ) ‘চিষ্টেমা নেচাৰ’।
(ঘ) ‘হম’- চেপীয়েন্স’।
উত্তৰঃ (খ) লিনিয়াছ।
৫। কোনে পোন প্ৰথমে জীৱৰ দ্বীপদ নামকৰণ পদ্ধতি আগবঢ়াইছিল?
(ক) অগাস্তিন।
(খ) কেৰোলাছ লিনিয়াছ।
(গ) ‘চিষ্টেমা নেচাৰ’।
(ঘ) ‘হম’- চেপীয়েন্স’।
উত্তৰঃ (খ) কেৰোলাছ লিনিয়াছ।
৬। কেৰোলাছ লিনিয়াছক কি বোলা হয়?
(ক) টেক্স’ন’মিৰ জনক।
(খ) অগাস্তিন।
(গ) ‘চিষ্টেমা নেচাৰ’।
(ঘ) ‘হম’- চেপীয়েন্স’।
উত্তৰঃ (ক) টেক্স’ন’মিৰ জনক।
৭। কেৰোলাছ লিনিয়াছে কিমান চনত ‘চিষ্টেমা নেচাৰ’ নামৰ গ্ৰন্থ প্ৰকাশ কৰিছে।
(ক) ১৭৫৩ চনত।
(খ) ১৮৭১ চনত।
(গ) ১৭৩৫ চনত।
(ঘ) ১৭৭০ চনত।
উত্তৰঃ (গ) ১৭৩৫ চনত।
৮। ১৭৩৫ চনত কেৰোলাছ লিনিয়াছে কোনখন গ্ৰন্থ প্ৰকাশ কৰিছে।
(ক) যুগান্তকাৰী গ্ৰন্থ।
(খ) ‘চিষ্টেমা নেচাৰ’ গ্ৰন্থ।
(গ) ওপৰৰ দুয়োটা হয়।
(ঘ) এটাও নহয়।
উত্তৰঃ (খ) ‘চিষ্টেমা নেচাৰ’ গ্ৰন্থ।
৯। সকলো জীৱ কিহৰ দ্বাৰা গঠিত?
(ক) শৰীৰৰ।
(খ) হাড়ৰ।
(গ) কোষৰ।
(ঘ) তেজৰ।
উত্তৰঃ (গ) কোষৰ।
১০। কোষৰ সংখ্যা অনুযায়ী সকলো প্ৰাণীক প্ৰধানকৈ কেইটা ভাগত বিভক্ত কৰা হৈছে?
(ক) দুটা।
(খ) চাৰিটা।
(গ) পাঁচটা।
(ঘ) তিনিটা।
উত্তৰঃ (ক) দুটা।
১১। কোষৰ সংখ্যা অনুযায়ী সকলো প্ৰাণীক প্ৰধানকৈ কি কি ভাগত বিভক্ত কৰা হৈছে।
(ক) এককোষী প্ৰাণী আৰু উদ্ভিদ প্ৰাণী।
(খ) এককোষী প্ৰাণী আৰু বহুকোষী প্ৰাণী।
(গ) ক আৰু খ দুয়োটা হব পাৰে।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) এককোষী প্ৰাণী আৰু বহুকোষী প্ৰাণী।
১২। বহুকোষী প্ৰাণী আমি কেইটা ভাগত ভাগ কৰিব পাৰো-
(ক) দুটা।
(খ) চাৰিটা।
(গ) পাঁচটা।
(ঘ) তিনিটা।
উত্তৰঃ (ক) দুটা।
১৩। মেৰুদণ্ডী কেই প্ৰকাৰৰ?
(ক) দুই প্ৰকাৰৰ।
(খ) চাৰি প্ৰকাৰৰ।
(গ) পাঁচ প্ৰকাৰৰ।
(ঘ) তিনি প্ৰকাৰৰ।
উত্তৰঃ (গ) পাঁচ প্ৰকাৰৰ।
১৪। প্ৰাইমেটৰ শ্ৰেণীবিভাজন লিনিয়াছে কোন চনত আগবঢ়োবাইছিল?
(ক) ১৭৮৫ চনত।
(খ) ১৭৭৭ চনত।
(গ) ১৭৮৪ চনত।
(ঘ) ১৭৫৮ চনত।
উত্তৰঃ (ঘ) ১৭৫৮ চনত।
১৫। গণ প্ৰাইমেটৰ ভাগ কেইটা?
(ক) দুটা।
(খ) চাৰিটা।
(গ) পাঁচটা।
(ঘ) তিনিটা।
উত্তৰঃ (ক) দুটা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.