Class 11 Anthropology MCQ Chapter 1 নৃতত্ত্ব পৰিচয়

Class 11 Anthropology MCQ Chapter 1 নৃতত্ত্ব পৰিচয় Solutions, HS 1st year Anthropology MCQ Notes, Class 11 Anthropology MCQ Chapter 1 নৃতত্ত্ব পৰিচয় Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology MCQ Chapter 1 নৃতত্ত্ব পৰিচয় and select needs one.

Class 11 Anthropology MCQ Chapter 1 নৃতত্ত্ব পৰিচয়

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Anthropology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Anthropology MCQ Notes for All Subject, You can practice these here.

নৃতত্ত্ব পৰিচয়

Chapter – 1

ANTHROPOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। ‘নৃ’ আৰু ‘তত্ত্ব’ এই দুয়োটা শব্দৰ কোনটো শব্দ সৃষ্টি হৈছে?

(ক) নৃতত্ত্ব।

(খ) প্ৰত্নতাত্ত্বিক নৃতত্ত্ব।

(গ) সাংস্কৃতিক নৃতত্ত্ব।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) পৰিৱেশৰ নৃতত্ত্ব।

উত্তৰঃ (ক) নৃতত্ত্ব।

২। নৃতত্ত্বৰ ইংৰাজী প্ৰতিশব্দ কি?

(ক) ‘Logos’

(খ) Anthropology

(গ) Structural Anth

(ঘ) Applied Anthropology

 উত্তৰঃ (খ) Anthropology

৩। নৃতত্ত্বৰ ইংৰাজী প্ৰতিশব্দ  ‘এনথ্ৰ’প’ল’জী’  দুটা কোনটো শব্দৰ পৰা উৎপত্তি হৈছে?

(ক) লেটিন শব্দ।

(খ) ফৰাচী শব্দ।

(গ) জাৰ্মানী শব্দ।

(ঘ) গ্ৰীক শব্দ।

উত্তৰঃ (ঘ) গ্ৰীক শব্দ।

৪। ‘মানুহৰ সৃষ্টি, ক্ৰমবিকাশ আৰু বিৱৰ্তনৰ লগতে বিভিন্নতাক সামৰি লোৱা অধ্যয়নক কি বুলি কোৱা হয়?

(ক) প্ৰত্নতাত্ত্বিক নৃতত্ত্ব।

(খ) নৃতত্ত্ব।

(গ) সাংস্কৃতিক নৃতত্ত্ব।

(ঘ) পৰিৱেশৰ নৃতত্ত্ব।

উত্তৰঃ (খ) নৃতত্ত্ব।

৫। লেটিন শব্দৰ ‘Anthropologia’ ৰ অৰ্থ কি?

(ক) মানৱ বিজ্ঞান বা মানৱ অধ্যয়ন।

(খ) মানৱ সৃষ্টি।

(গ) ক্ৰমবিকাশ।

(ঘ) নৃতত্ত্ব।

উত্তৰঃ (ক) মানৱ বিজ্ঞান বা মানৱ অধ্যয়ন।

৬। ‘নৃতত্ত্ব’ অৰ্থ কি?

(ক) এনথ্ৰ’প’ল’জী।

(খ) মানুহ।

(গ) মানৱ বিজ্ঞান।

(ঘ) মানৱ অধ্যয়ন।

উত্তৰঃ (গ) মানৱ বিজ্ঞান

৭। পোনপ্ৰথম বাৰৰ বাবে ইংৰাজীত ‘এনথ্ৰ’প’ল’জী’ শব্দটো কিমান শতিকত ব্যৱহাৰ কৰা হৈছিল?

(ক) ২০ শতিকত।

(খ) ২২ শতিকত।

(গ) ৭১ শতিকত।

(ঘ) ১৭ শতিকত।

উত্তৰঃ (ঘ) ১৭ শতিকত।

৮। পোনপ্ৰথম বাৰ ইংৰাজীত কোনটো শব্দ ব্যৱহাৰ কৰা হৈছিল?

(ক) লেটিন শব্দ।

(খ) ফৰাচী শব্দ।

(গ) ‘এনথ্ৰ’প’ল’জী’।

(ঘ) জাৰ্মানী শব্দ।

উত্তৰঃ (গ) ‘এনথ্ৰ’প’ল’জী’।

৯। “Anthropologies Abstracted: The idea of Human nature reflected in brief philosophical and anatomical collections” কিতাপ এখন কোনে প্ৰকাশ কৰিছিল?

(ক) হাৰস্ক’ভিট।

(খ) ফ্ৰেঞ্জ ইউৰি বৱাজ।

(গ) হেনৰী হেৰিংমেন।

(ঘ) এ.এল.ক্রোবাৰ।

উত্তৰঃ (গ) হেনৰী হেৰিংমেন।

১০। “Anthropologies Abstracted: The idea of Human nature reflected in brief philosophical and anatomical collections” কিতাপ এখন কোন চনত প্ৰকাশ কৰা হৈছিল?

(ক) ১৬৫৫ চনত।

(খ) ১৭৭২ চনত।

(গ) ১৫৬৫ চনত।

(ঘ) ১৬৬৪ চনত।

উত্তৰঃ (ক) ১৬৫৫ চনত।

১১। ১৬৫৫ চনত প্ৰকাশ হোৱা পুথিখনত নৃতত্ত্বক কি বুলি আখ্যা দিয়া হৈছে?

(ক) প্ৰাক্ইতিহাস।

(খ) ‘মানৱ ইতিহাস’।

(গ) মানৱ বিজ্ঞান।

(ঘ) মানৱ অধিকাৰ।

উত্তৰঃ (খ) ‘মানৱ ইতিহাস’।

১২। কোন চনত শৃংখলাবদ্ধভাৱে নৃতত্ত্বক এক বিষয় হিচাপে প্ৰতিষ্ঠা কৰে আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত দৰ্শন নৃতত্ত্ব অন্তৰ্ভুক্ত কৰে?

(ক) ১৭২৭ চনত।

(খ) ১৭৭৭ চনত।

(গ) ১৮১৭ চনত।

(ঘ) ১৭৭২ চনত।

উত্তৰঃ (ঘ) ১৭৭২ চনত।

১৩। কোন বিখ্যাত দাৰ্শনিকে বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত দৰ্শন নৃতত্ত্ব অন্তৰ্ভুক্ত কৰে?

(ক) ইমানুৱেল কান্টে।

(খ) ফ্ৰেঞ্জ ইউৰি বৱাজ।

(গ) হেনৰী হেৰিংমেন।

(ঘ) এ.এল.ক্রোবাৰ।

উত্তৰঃ (ক) ইমানুৱেল কান্টে।

১৪। কিমান শতিকাৰত শৃংখলাবদ্ধভাৱে নৃতত্ত্বক এক বিষয় হিচাপে প্ৰতিষ্ঠা কৰে আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত দৰ্শন নৃতত্ত্ব অন্তৰ্ভুক্ত কৰে?

(ক) ২০ শতিকত।

(খ) ২২ শতিকত।

(গ) ১৮ শতিকত।

(ঘ) ১৭ শতিকত।

উত্তৰঃ (গ) ১৮ শতিকত।

১৫। ১৮৫৯ চনত কোনে যুগান্তকাৰী ‘Origin of Species’ গ্ৰন্থ প্ৰকাশ পায়?

(ক) চাৰ্লচ ডাৰউইন।

(খ) ইমানুৱেল কান্টে।

(গ) ফ্ৰেঞ্জ ইউৰি বৱাজ।

(ঘ) হেনৰী হেৰিংমেন।

উত্তৰঃ (ক) চাৰ্লচ ডাৰউইন।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top