Class 11 Anthropology MCQ Chapter 2 মানৱ কংকাল

Class 11 Anthropology MCQ Chapter 2 মানৱ কংকাল Solutions, HS 1st year Anthropology MCQ Notes, Class 11 Anthropology MCQ Chapter 2 মানৱ কংকাল Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology MCQ Chapter 2 মানৱ কংকাল and select needs one.

Class 11 Anthropology MCQ Chapter 2 মানৱ কংকাল

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Anthropology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Anthropology MCQ Notes for All Subject, You can practice these here.

মানৱ কংকাল

Chapter – 2

ANTHROPOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। মানৱ দেহৰ কংকালটোত কেইডাল হাড় থাকে।

(ক) ২০৬ ডাল।

(খ) ২৭০ ডাল।

(গ) ২০০ ডাল।

(ঘ) ২০০৫ ডাল।

উত্তৰঃ (ক) ২০৬ ডাল।

২। মানৱ কংকাল জন্মতে কিমান ডাল হাড় থাকে?

(ক) ২০৬ ডাল।

(খ) ২৭০ ডাল।

(গ) ২০০ ডাল।

(ঘ) ২০০৫ ডাল।

উত্তৰঃ (খ) ২৭০ ডাল।

৩। আন্তঃকংকাল কেইটা ভাগত বিভক্ত।

(ক) এটা ভাগত।

(খ) চাৰিটা ভাগত।

(গ) ছয়টা ভাগত।

(ঘ) দুটা ভাগত।

উত্তৰঃ (ঘ) দুটা ভাগত।

৪। অক্ষীয় অংশ কোন দুটা হাড়ৰ দ্বাৰা গঠিত?

(ক) গ্ৰীবা আৰু লাওখোলাৰ।

(খ) কামিহাড় আৰু গ্ৰীবা।

(গ) ৰাজহাড় আৰু কৱন্ধৰ।

(ঘ) কৱন্ধৰ আৰু লাওখোলা।

উত্তৰঃ (ঘ) কৱন্ধৰ আৰু লাওখোলা।

৫। মানৱ কংকালৰ আন্তঃকংকালৰ অক্ষীয় অংশৰ লাওখোলাত কেই টুকুৰা হাড় থাকে।

(ক) ১২ টুকুৰা।

(খ) ১৯ টুকুৰা। 

(গ) ২২ টুকুৰা।

(ঘ) ১৪ টুকুৰা।

উত্তৰঃ (গ) ২২ টুকুৰা।

৬। লাওখোলাৰ অংশ দুটা কি কি?

(ক) কৰোটি আৰু মুখমণ্ডল।

(খ) কামিহাড় আৰু গ্ৰীবা।

(গ) ৰাজহাড় আৰু কৱন্ধৰ।

(ঘ) কৱন্ধৰ আৰু লাওখোলা।

উত্তৰঃ (ক) কৰোটি আৰু মুখমণ্ডল।

৭। মুখমণ্ডল কেই টুকুৰা হাড়ৰে গঠিত।

(ক) ৮ টুকুৰা।

(খ) ২২ টুকুৰা।

(গ) ১৪ টুকুৰা।

(ঘ) ৯  টুকুৰা।

উত্তৰঃ (গ) ১৪ টুকুৰা।

৮। ললাটিকা অস্থি হাড়ডালে কৰোটিৰ সন্মুখ অংশত থাকি কি গঠন কৰে?

(ক) কপালখন।

(খ) চক্ষুকোটৰ।

(গ) ললাটিকা সীৱন।

(ঘ) পদ।

উত্তৰঃ (ক) কপালখন।

৯। লালটিকা অস্থিত দুয়োকাষে কেইটা স্ফীত থাকে?

(ক) এটা স্ফীত।

(খ) চাৰিটা স্ফীত।

(গ) ছয়টা স্ফীত।

(ঘ) দুটা স্ফীত।

উত্তৰঃ (ঘ) দুটা স্ফীত।

১০। লালটিকা অস্থিত দুয়োকাষে দুটা স্ফীত থাকে তাক কি বোলা হয়?

(ক) ললাটিকা সীৱন।

(খ) ললাটিকা স্ফীত।

(গ) কপালখন।

(ঘ) চক্ষুকোটৰ।

উত্তৰঃ (খ) ললাটিকা স্ফীত।

১১। হাড়ডালৰ মাজ অংশত বাহিৰলৈ থকা স্ফীতটো কি?

(ক) মস্তক পাৰ্শ্বিস্থি স্ফীত।

(খ) ললাটিকা স্ফীত।

( গ) কপালখন।

(ঘ) চক্ষুকোটৰ।

উত্তৰঃ (ক) মস্তক পাৰ্শ্বিস্থি স্ফীত।

১২। সমমিতাধী সীৱনৰ দুয়োপিনে মস্তক পাৰ্শ্বিস্থিত থকা সৰু সৰু ৰন্ধ্র দুটাৰ মাজৰ অংশক কি বোলে।

(ক) স্ফীত।

(খ) ওবেলিয়ন।

(গ) মস্তক পাৰ্শ্বিস্থি স্ফীত।

(ঘ) ললাটিকা স্ফীত।

উত্তৰঃ (খ) ওবেলিয়ন।

১৩। অনুকপাল অস্থি হাড়ডাল লাওখোলাৰ কোন ফালে অৱস্থিত?

(ক) ওপৰফালে।

(খ) মাজফালে।

(গ) তলফালে।

(ঘ) চাৰিওফালে।

উত্তৰঃ (গ) তলফালে।

১৪। অনুকপাল অস্থি থকা মহাৰন্ধ্রৰ ভিতৰলৈ কোনটো হাড়ৰ প্ৰথম কশেৰুকাডোখৰ সোমাই থাকে।

(ক) ৰাজহাড়ৰ।

(খ) কামিহাড়।

(গ) পাৰ্শ্বিস্থিহাড়।

(ঘ) কৱন্ধৰহাড়।

উত্তৰঃ (ক) ৰাজহাড়ৰ।

১৫। মহাৰন্ধ্রৰ দুয়োকাষে কেইটা অস্থিকন্দ আছে।

(ক) তিনিটা।

(খ) পাঁচটা।

(গ) দুটা।

(ঘ) এটা।

উত্তৰঃ (গ) দুটা।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top