Class 11 Anthropology MCQ Chapter 4 মানৱ বিৱৰ্তন

Class 11 Anthropology MCQ Chapter 4 মানৱ বিৱৰ্তন Solutions, HS 1st year Anthropology MCQ Notes, Class 11 Anthropology MCQ Chapter 4 মানৱ বিৱৰ্তন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology MCQ Chapter 4 মানৱ বিৱৰ্তন and select needs one.

Class 11 Anthropology MCQ Chapter 4 মানৱ বিৱৰ্তন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Anthropology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Anthropology MCQ Notes for All Subject, You can practice these here.

মানৱ বিৱৰ্তন

Chapter – 4

ANTHROPOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। জীৱৰ উৎপত্তি সম্পৰ্কে থকা অৱধাৰণা সমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) তিনিটা ভাগত।

(খ) দুটা ভাগত।

(গ) চাৰিটা ভাগত।

(ঘ) ছয়টা ভাগত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (খ) দুটা ভাগত।

২। পৰিবেশৰ কোনটো উপাদানৰ পৰা প্ৰাকৃতিক প্ৰক্ৰিয়াৰে জীৱৰ উৎপত্তি হয়?

(ক) জৈৱ।

(খ) উদ্ভিদ।

(গ) অজৈৱ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) অজৈৱ।

৩। অধিভৌতিক শক্তিৰ দ্বাৰা কিহৰ উৎপত্তি হয়?

(ক) পশুৰ।

(খ) মানুহৰ।

(গ) প্ৰাণীৰ।

(ঘ) জীৱৰ।

উত্তৰঃ (ঘ) জীৱৰ।

৪। জীৱৰ উৎপত্তি তথা বিৱৰ্তন সম্পৰ্কে প্ৰধানকৈ কেইটা ভাগত বিভক্ত কৰিছে?

(ক) ছয়টা ভাগত।

(খ) চাৰিটা ভাগত।

(গ) আঠটা ভাগত।

(ঘ) তিনিটা ভাগত।

উত্তৰঃ (খ) চাৰিটা ভাগত।

৫। জীৱৰ উৎপত্তি তথা বিৱৰ্তন সম্পৰ্কে  থকা বিভিন্ন মতবাদসমূহ কোনে  বিভক্ত কৰিছে?

(ক) আৰ. এচ. লালে।

(খ) উইলিয়াম।

(গ) ‘ফিলছফি জুলজিক’।

(ঘ) লেমাৰ্ক।

উত্তৰঃ (ক) আৰ. এচ. লালে।

৬। মানুহৰ আবিৰ্ভাৱৰ সঠিক সময় বুলি কাল্পনিক অভিমত কোনে আগবঢ়াইছে?

(ক) আৰ. এচ. লালে।

(খ) উইলিয়াম।

(গ) ‘ফিলছফি জুলজিক’।  

(ঘ) আৰ্কবিশ্বপ উশ্বাৰে।

উত্তৰঃ (ঘ) আৰ্কবিশ্বপ উশ্বাৰে।

৭। আৰ্কবিশ্বপ উশ্বাৰে কোন চনত মানুহৰ আবিৰ্ভাৱৰ সঠিক সময় বুলি কাল্পনিক অভিমত আগবঢ়াইছে?

(ক) ৪০০০ চনৰ।

(খ) ৪০০৪ চনৰ।

(গ) ৪০০১ চনৰ।

(ঘ) ৪০০৬ চনৰ।

উত্তৰঃ (খ) ৪০০৪ চনৰ।

৮। আৰ্কবিশ্বপ উশ্বাৰে কিমান তাৰিখে মানুহৰ আবিৰ্ভাৱৰ সঠিক সময় বুলি কাল্পনিক অভিমত আগবঢ়াইছে?

(ক) ২৩ অক্টোবৰ।

(খ) ২২অক্টোবৰ।

(গ) ১২ অক্টোবৰ।

(ঘ) ২০ অক্টোবৰ।

উত্তৰঃ (ক) ২৩ অক্টোবৰ।

৯। এক দৈৱিক অলৌকিক শক্তিক এই সূত্ৰই কি বুলি অভিহিত কৰিছে?

(ক) মানুহ।

(খ) ধর্ম।

(গ) ঈশ্বৰ।

(ঘ) বিশ্ব।

উত্তৰঃ (গ) ঈশ্বৰ।

১০। ঈশ্বৰে প্ৰথমতে সৃষ্টি কৰা পুৰুষজনৰ নাম কি আছিল?

(ক) আডাম।

(খ) নাৰায়ণ। 

(গ) ইভ।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) আডাম।

১১। আডামৰ কামীহাড়ৰ পৰা আবিৰ্ভাৱ হোৱা নাৰীগৰাকীৰ নাম কি আছিল?

(ক) আডাম।

(খ) সৰস্বতী। 

(গ) ইভ।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) ইভ।

১২। নাৰায়ণৰ প্ৰথম অৱতাৰ কত হৈছিল?

(ক) মাটিত।

(খ) মৎসৰূপে পানীত।

(গ) অৰণ্যত।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) মৎসৰূপে পানীত।

১৩। কোনে জীৱৰ আবিৰ্ভাৱ সম্পৰ্কে হিন্দু ধৰ্মগ্ৰন্থত উল্লেখ থকা দশৱতাৰৰ উদাহৰণ ডাঙি ধৰিছে?

(ক) আডাম।

(খ) উইলিয়াম।

(গ) ‘ফিলছফি জুলজিক’।  

(ঘ) ভূৱন মোহন দাস।

উত্তৰঃ (ঘ) ভূৱন মোহন দাস।

১৪। জীৱৰ জীৱাশ্মৰ অৱশেষ অধ্যয়ন কৰি সংহাৰ সূত্ৰটো কোনে উপস্থাপন কৰিছিল।

(ক) আডাম।

(খ) উইলিয়াম।

(গ) জৰ্জ কুভিয়াৰে।

(ঘ) ‘ফিলছফি জুলজিক’।  

উত্তৰঃ (গ) জৰ্জ কুভিয়াৰে।

১৫। ‘বিৱৰ্তন সূত্ৰৰ জনক’ কাক কোৱা হয়?

(ক) চাৰ্লচ ডাৰউইন।

(খ) উইলিয়াম।

(গ) জৰ্জ কুভিয়াৰে।

(ঘ) ‘ফিলছফি জুলজিক’।  

উত্তৰঃ (ক) চাৰ্লচ ডাৰউইন।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top