Class 11 Anthropology MCQ Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব

Class 11 Anthropology MCQ Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব Solutions, HS 1st year Anthropology MCQ Notes, Class 11 Anthropology MCQ Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology MCQ Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব and select needs one.

Class 11 Anthropology MCQ Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Anthropology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Anthropology MCQ Notes for All Subject, You can practice these here.

প্ৰাগৈতিহাসিক নৃতত্ত্ব

Chapter – 5

ANTHROPOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। “The Old Stone Age” কিতাপখন কোনে লিখিছিল?

(ক) Edward Burnett Tylor

(খ) M.C. Burkitt

(গ) Sir John Lubbock

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) Daniel Wilson

উত্তৰঃ (খ) M.C. Burkitt

২। কোনটো ভাষাত প্ৰাক্ইতিহাস শব্দটো প্ৰথমে প্ৰয়োগ কৰে?

(ক) অসমীয়া ভাষাত।

(খ) হিন্দী ভাষাত।

(গ) ইংৰাজী ভাষাত।

(ঘ) জাৰ্মান ভাষাত।

উত্তৰঃ (গ) ইংৰাজী ভাষাত।

৩। ইংৰাজী ভাষাত প্ৰাক্ইতিহাস শব্দটো প্ৰথমে কোনে প্ৰয়োগ কৰে?

(ক) ডেনিয়েল উইলছন।

(খ) এডৱাৰ্ড টাইলৰ।

(গ) ছাৰ জ’ন লাবক।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ডেনিয়েল উইলছন।

৪। ডেনিয়েল উইলছনে কিমান চনত “The Archaeology and Prehistoric Annals of Scotland” নামৰ কিতাপ লিখিছিল?

(ক) ১৮৫০ চনত।

(খ) ১৮৪৯ চনত।

(গ) ১৮৯০ চনত।

(ঘ) ১৮৫১ চনত।

উত্তৰঃ (ঘ) ১৮৫১ চনত।

৫। ডেনিয়েল উইলছনে লিখা কিতাপখনৰ নাম কি?

(ক) “Prehistoric Times”

(খ) “Primitive Culture”

(গ) “The Archaeology and Prehistoric Annals of Scotland” 

(ঘ) “The Old Stone Age”

উত্তৰঃ (গ) “The Archaeology and Prehistoric Annals of Scotland” 

৬। ছৰ জ’ন লাবকে কিমান চনত  “Prehistoric Times” নামৰ কিতাপখন প্ৰকাশ কৰিছিল?

(ক) ১৮৬৭ চনত।

(খ) ১৮৮৮ চনত।

(গ) ১৮৬৮ চনত।

(ঘ) ১৮৬৫ চনত।

উত্তৰঃ (ঘ) ১৮৬৫ চনত।

৭। “Prehistoric Times” নামৰ কিতাপখন কোনে প্ৰকাশ কৰিছিল?

(ক) ডেনিয়েল উইলছন।

(খ) এডৱাৰ্ড টাইলৰ।

(গ) ছাৰ জ’ন লাবক।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) ছাৰ জ’ন লাবক।

৮। এডৱাৰ্ড টাইলৰে লিখা কিতাপখনৰ নাম কি আছিল?

(ক) “Prehistoric Times”

(খ) “Primitive Culture”

(গ) “The Archaeology and Prehistoric Annals of Scotland” 

(ঘ) “The Old Stone Age”

উত্তৰঃ (খ) “Primitive Culture”

৯। “Primitive Culture” নামৰ এখন বিশেষ কিতাপত কোনটো শব্দ ব্যৱহাৰ কৰা হয়?

(ক) “History”

(খ) “Anthropology”

(গ) “Prehistory”

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) “Prehistory”

১০। কত মেছ’পটেমিয়াৰ উইফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ সমভূমিত প্ৰথম লিপিৰ ব্যৱহাৰ হৈছিল?

(ক) পশ্চিম এচিয়া।

(খ) আফ্ৰিকা।

(গ) মুম্বাই।

(ঘ) দিল্লী।

উত্তৰঃ (ক) পশ্চিম এচিয়া।

১১। মানৱ ইতিহাস কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) এটা ভাগত।

(খ) দুটা ভাগত।

(গ) চাৰিটা ভাগত।

(ঘ) ছয়টা ভাগত।

উত্তৰঃ (খ) দুটা ভাগত।

১২। কোন চনত জাৰ্মান প্ৰত্নতাত্ত্বিক হেনৰিক শ্লেইমানে প্ৰমাণ কৰে।

(ক) ১৮৭০ চনত।

(খ) ১৮৬৯ চনত।

(গ) ১৮৭২ চনত।

(ঘ) ১৮৮০ চনত।

উত্তৰঃ (গ) ১৮৭২ চনত।

১৩। প্ৰাক্ইতিহাসক কেইটা ভাগত ভাগ কৰিছে?

(ক) এটা ভাগত।

(খ) দুটা ভাগত।

(গ) চাৰিটা ভাগত।

(ঘ) তিনিটা ভাগত।

উত্তৰঃ (ঘ) তিনিটা ভাগত।

১৪। কিমান চনত ডেনমাৰ্কৰ প্ৰত্নতাত্ত্বিক খ্ৰীষ্টিয়ান থমচনে প্ৰাক্ইতিহাসক ভাগ কৰিছিল?

(ক) ১৮৩০ চনত।

(খ) ১৮৩৯ চনত।

(গ) ১৮৩৬ চনত।

(ঘ) ১৮৪০ চনত।

উত্তৰঃ (গ) ১৮৩৬ চনত।

১৫। প্ৰত্নপ্ৰস্তুৰ যুগত পৃথিৱীৰ ঠায়ে ঠায়ে মানুহে কত বাস কৰিছিল?

(ক) গুহাৰ ভিতৰত।

(খ) ঘৰৰ ভিতৰত।

(গ) ওপৰৰ দুটায়ে হয়।

(ঘ) ওপৰৰ দুটায়ে নহয়।

উত্তৰঃ (ক) গুহাৰ ভিতৰত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top