Class 11 Anthropology MCQ Chapter 7 সামাজিক নৃতত্ত্ব

Class 11 Anthropology MCQ Chapter 7 সামাজিক নৃতত্ত্ব Solutions, HS 1st year Anthropology MCQ Notes, Class 11 Anthropology MCQ Chapter 7 সামাজিক নৃতত্ত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology MCQ Chapter 7 সামাজিক নৃতত্ত্ব and select needs one.

Class 11 Anthropology MCQ Chapter 7 সামাজিক নৃতত্ত্ব

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Anthropology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Anthropology MCQ Chapter 7 সামাজিক নৃতত্ত্ব Notes for All Subject, You can practice these here.

সামাজিক নৃতত্ত্ব

Chapter – 7

ANTHROPOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। কিমান চনত ‘Principles of Rural-Urban Sociology’ গ্ৰন্থ ৰচনা কৰিছিল?

(ক) ১৯৯২ চনত।

(খ) ১৯৯০ চনত।

(গ) ১৯২৯ চনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) ১৯৯৮ চনত।

উত্তৰঃ (গ) ১৯২৯ চনত।

২। চৰোকিন আৰু জিমাৰমেনে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?

(ক) ‘Principles of Rural-Urban Sociology’

(খ) “Primitive Culture”

(গ) “The Archaeology and Prehistoric Annals of Scotland” 

(ঘ) “The Old Stone Age”

উত্তৰঃ (ক) ‘Principles of Rural-Urban Sociology’

৩। “এটা বা একে ধৰণৰ উদ্দেশ্য আৰু কাম-কাজৰ কাৰণে সংগঠিত হোৱা ব্যক্তি সমষ্টিয়েই হৈছে সামাজিক গোট।” এই যুক্তিটো কাৰ?

(ক) জনচন।

(খ) গ্ৰিণ।

(গ) ডি. এন. মজুমদাৰ।

(ঘ) কিংছলে ডেভিছ।

উত্তৰঃ (খ) গ্ৰিণ।

৪। “সামাজিক আন্তঃক্ৰিয়াৰ সমষ্টিয়েই হৈছে সামাজিক গোট।” এই উক্তিটো কাৰ?

(ক) জনচন।

(খ) গ্ৰিণ।

(গ) ডি. এন.মজুমদাৰ।

(ঘ) কিংছলে ডেভিছ।

উত্তৰঃ (ক) জনচন।

৫। সামাজিক গোটৰ এটা বৈশিষ্ট্য লিখা?

(ক) প্ৰাথমিক গোট।

(খ) লিংগৰ আধাৰত প্ৰতিষ্ঠিত গোট।

(গ) পাৰস্পৰিক সম্পৰ্ক।

(ঘ) স্থানৰ আধাৰত প্ৰতিষ্ঠিত গোট।

উত্তৰঃ (গ) পাৰস্পৰিক সম্পৰ্ক।

৬। সামাজিক গোট কেনেকৈ সৃষ্টি হয়?

(ক) যেতিয়া এক বা ততোধিক মানুহৰ মাজত সম্পৰ্ক থাকে।

(খ) যেতিয়া সমাজত জনসংখ্যা কম হয়।

(গ) ওপৰৰ দুটায়ে শুদ্ধ হয়।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) যেতিয়া এক বা ততোধিক মানুহৰ মাজত সম্পৰ্ক থাকে।

৭। কোনে সামাজিক গোটসমূহক প্ৰাথমিক গোট আৰু অন্যান্য গোট বুলি ভাগ কৰিছিল?

(ক) জনচন।

(খ) গ্ৰিণ।

(গ) চি. এইচি. কুলিয়ে।

(ঘ) কিংছলে ডেভিছ।

উত্তৰঃ (গ) চি. এইচি. কুলিয়ে

৮। সামাজিক গোটসমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) দুটা ভাগত।

(খ) পাঁচটা ভাগত।

(গ) এটা ভাগত।

(ঘ) চাৰিটা ভাগত।

উত্তৰঃ (ক) দুটা ভাগত।

৯। ‘মুখামুখী সম্পৰ্ক থকা পাৰস্পৰিক সাহচাৰ্য আৰু পৰস্পৰৰ মাজত সহযোগিতাৰ ধাৰণা থকা ব্যক্তিসমষ্টিয়ে হৈছে প্ৰাথমিক গোট’। এই উক্তি কাৰ আছিল?

(ক) জিছবাৰ্ট।

(খ) গ্ৰিণ।

(গ) চি. এইচি. কুলিয়ে।

(ঘ) কিংছলে ডেভিছ।

উত্তৰঃ (গ) চি. এইচি. কুলিয়ে।

১০। “গোটৰ সদস্যসকলৰ মাজত মুখামুখি সম্পৰ্ক নথকা দলক গৌণ গোট বোলে।” এই কথাষাৰ কাৰ আছিল?

(ক) ডি. এন. মজুমদাৰ।

(খ) গ্ৰিণ।

(গ) চি. এইচি. কুলিয়ে।

(ঘ) কিংছলে ডেভিছ।

উত্তৰঃ (ক) ডি. এন. মজুমদাৰ।

১১। গোটৰ প্ৰকৃতি কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক) দুটা ভাগত।

(খ) পাঁচটা ভাগত।

(গ) এটা ভাগত।

(ঘ) চাৰিটা ভাগত।

উত্তৰঃ (ক) দুটা ভাগত।

১২। সামাজিক গোটক কি কি ভাগত ভাগ কৰিব পাৰি?

(ক) ১। গৌণ গোট, ২। প্ৰাথমিক গোট।

(খ) ১। প্ৰাথমিক গোট, ২। অন্ত:গোট।

(গ) ১। অন্ত:গোট, ২। বহি:গোট।

(ঘ) ১। গৌণ গোট,  ২। অন্ত:গোট।

উত্তৰঃ (গ) ১। অন্ত:গোট, ২। বহি:গোট।

১৩। সামাজিক গোট গঠনৰ এটা নীতি লিখা?

(ক) প্ৰাথমিক গোট।

(খ) লিংগৰ আধাৰত প্ৰতিষ্ঠিত গোট।

(গ) পাৰস্পৰিক সম্পৰ্ক।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) লিংগৰ আধাৰত প্ৰতিষ্ঠিত গোট।

১৪। বৰ্তমান উদ্যোগিক বা জটিল সমাজতো লিংগৰ ভিত্তিত কোনটো গোট দেখা যায়?

(ক) প্ৰতিষ্ঠিত গোট।

(খ) জীৱিকা বৃত্তিৰ গোট।

(গ) সামাজিক গোট।

(ঘ) মহিলা গোট।

উত্তৰঃ (ঘ) মহিলা গোট।

১৫। অৰুণাচলৰ নক্টে জনজাতিৰ মাজত কেইটা সামাজিক স্তৰ দেখা যায়?

(ক) দহটা স্তৰত।

(খ) চাৰিটা স্তৰত।

(গ) দুটা স্তৰত।

(ঘ) ছয়টা স্তৰত।

উত্তৰঃ (গ) দুটা স্তৰত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top