Class 11 Accountancy Chapter 9 বিত্তীয় বিবৃতি – ১

Class 11 Accountancy Chapter 9 বিত্তীয় বিবৃতি – ১ Question Answer in Assamese Medium, AHSEC Class 11 Accountancy Chapter 9 বিত্তীয় বিবৃতি – ১ Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Notes and select needs one.

Class 11 Accountancy Chapter 9 বিত্তীয় বিবৃতি – ১

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subjects, You can practice these here.

বিত্তীয় বিবৃতি – ১

ACCOUNTANCY

Chapter: 9

PART – II

১। বিত্তীয় বিবৃতি বুলিলে কি বুজা?

উত্তৰঃ ব্যৱসায় প্ৰতিষ্ঠানৰ সবিশেষ তথ্য বিভিন্ন ধৰণৰ ব্যৱহাৰকাৰী সকলক প্রয়োজন। কোনো নির্দিষ্ট ব্যৱহাৰকাৰীৰ কাৰণে বিশেষ ধৰণৰ তথ্য যুগুতোৱাৰ পৰিবৰ্ত্তে, ব্যৱসায় প্রতিষ্ঠানসমূহে সাধাৰণতে সকলো ব্যৱহাৰকাৰীক সন্তুষ্ট কৰিব পৰকৈ বিত্তীয় বিবৃতিসমূহ প্রস্তুত কৰে।

২। বিত্তীয় বিবৃতি প্ৰস্তুত কৰাৰ উদ্দেশ্য কি?

উত্তৰঃ বিত্তীয় বিবৃতিসমূহ প্ৰস্তুত কৰাৰ মূল উদ্দেশ্যবোৰ হ’ল—

(ক) ব্যৱসায়ৰ বিত্তীয় পৰিদৰ্শিতা সঠিক ভাৱে উপস্থাপন কৰা।

(খ) ব্যবসায়ৰ বিত্তীয় অৱস্থা সঠিক ভাৱে উপস্থাপন কৰা।

এই উদ্দেশ্য পূৰণৰ কাৰণে ব্যৱসায় প্রতিস্থানসমূহে সাধাৰণতে তলত উল্লেখিত বিত্তীয় বিবৃতিসমূহ প্ৰস্তুত কৰে—

(i) ক্রয়-বিক্ৰয় আৰু লাভ-লোকচান হিচাপ। 

(ii) উদ্বৃত্ত পত্র।

৩। ক্রয় – বিক্ৰয় আৰু লাভ লোকচান বুলিলে কি বুজা?

উত্তৰঃ ব্যৱসায় প্রতিষ্ঠানে হিচাপ বৰ্ষত উপার্জিত লাভ বা বহন কৰা লোকচান নিৰূপণ কৰিবৰ কাৰণে ক্রয়-বিক্রয় আৰু লাভ-লোকচান হিচাপে প্ৰস্তুত কৰা মূলতঃ ক্রয়-বিক্ৰয় আৰু লাভ লোকচান হিচাপে মানে ব্যৱসায় প্ৰতিষ্ঠানৰ ৰাজহ আৰু চলিত ব্যয়ৰ শতাংশ আৰু ই প্ৰকৃত লাভ বা লোকচান নির্ণয় কৰে। লাভ মানে ৰাজহ বাদ চলিত ব্যয়ৰ পৰিমাণ ৰাজহৰ পৰিমাণতকৈ বেছি হয়। তেতিয়া পার্থক্যখিনিক লোকচান বুলি কোৱা হয়।

৪। তলত দিয়া বিৱৰণৰ পৰা 2010 চনৰ মাৰ্চত অন্ত পৰা বছৰটোৰ বাবে এখন ক্ৰয়-বিক্ৰয় হিচাপে প্ৰস্তুত কৰা।

আৰম্ভণি মাজত পণ্য
ক্ৰয়37500 টকা
বিক্ৰী105000 টকা
মজুৰি270000 টকা

উত্তৰঃ

ক্ৰয়-বিক্ৰয় হিচাপ

2010 চনৰ 31 মাৰ্চত অন্ত পৰা বছৰটোৰ বাবে

ব্যয়/লোকচানটকাআয়/লাভটকা
আৰম্ভণি মজুত পণ্য37500বিক্ৰী270000
ক্ৰয়105000
মজুৰি30000
মুঠ লাভ97500
270000270000

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top