Assamese Heart Touching Quotes and Status

Assamese heart touching quotes help us express our feelings in the happiest and saddest moments of our life [1]. They are a positive way of expressing our feelings to those around us.

In this article, we immerse ourselves in Assamese Heart touching quotes that inspire us to celebrate love and the essence of life and fill us with joy and inspiration.

Assamese Heart Touching Quotes and Status

Heart Touching Quotes and Status In Assamese

Heart Touching বা হৃদয় স্পৰ্শকাৰী উদ্ধৃতিয়ে আমাক আমাৰ জীৱনৰ আটাইতকৈ সুখী আৰু দুখৰ মুহূৰ্তবোৰত আমাৰ অনুভূতি প্ৰকাশ কৰাত সহায় কৰে। সেইবোৰ আমাৰ চাৰিওফালৰ লোকসকলৰ ওচৰত আমাৰ আৱেগ প্ৰকাশ কৰাৰ এক ইতিবাচক উপায়। মূল আন্তৰিক উদ্ধৃতিবোৰে আমাক বিভিন্ন মুহূৰ্ত প্ৰকাশ কৰিবলৈ সক্ষম কৰে, সেয়া সংগ্ৰাম, সুখ, বিশ্বাসঘাতকতা বা প্ৰেম। হৃদয় স্পৰ্শকাৰী উদ্ধৃতিবোৰ হৈছে সেইবোৰ যি হৃদয় আৰু আত্মাক স্পৰ্শ কৰে। সেইবোৰ প্ৰেম, ক্ষতি, আশা, বিশ্বাস বা আন যিকোনো বস্তুৰ বিষয়ে হ’ব পাৰে যি আমাক গভীৰভাৱে প্ৰেৰিত কৰে।

Join Telegram channel

Read Also: Assamese Love Quotes

এই উদ্ধৃতিবোৰে আমাক হাঁহিব, কন্দুৱাব পাৰে, বা জীৱনৰ বিষয়ে এক নতুন ধৰণে চিন্তা কৰিব পাৰে। এই  উদ্ধৃতিবোৰে আমাক উন্নত মানুহ হ’বলৈ অনুপ্ৰাণিত কৰিব পাৰে।আমাৰ এই প্ৰবন্ধত হৃদয় স্পৰ্শকাৰী সম্পৰ্কীয় ভিন্ন উদ্ধৃতি সমূহ সন্নিবিষ্ট কৰা হৈছে যি সমূহ আপুনি আপোনাৰ মনৰ অনুভৱ প্ৰকাশ কৰিবলৈ আপোনাৰ কাৰোবাৰ সৈতে ভাগ বতৰা কৰিব পাৰিব আৰু আপোনাৰ যিকোনো সামাজিক মাধ্যমত প্ৰকাশ কৰিব পাৰিব। আশা কৰোঁ আমাৰ এই প্ৰবন্ধত উল্লেখিত  হৃদয় স্পৰ্শকাৰী  উদ্ধৃতি সমূহে আপোনাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব।

Best Assamese Heart Touching Quotes 

Assamese Heart Touching Quotes and Status
  • প্ৰতিটো ক্ষণে হৃদয় আৰু মগজুৰ সংঘাটত বলি হয় কোমল মনৰ। – Mahezubin Saikia 
Heart Touching Quotes
  • বুজিবলৈ সঁচাকৈ কঠিন যে ভুল কাৰ আমাৰ মানুহবোৰৰ নে সময়ৰ। – Mahezubin Saikia 
Assamese Quotes
  • সকলোবোৰ শেষ হৈও স্মৃতিবোৰে প্ৰতিনিশা নয়নক সেমেকাই থৈ যায়। – Mahezubin Saikia 
হয় প্ৰেমক বিশ্বাস বহু কৰোঁ কিন্তু মানুহক নহয়
  • হয় প্ৰেমক বিশ্বাস বহু কৰোঁ কিন্তু মানুহক নহয়। – Mahezubin Saikia
অপেক্ষাবোৰ সময়ৰ সোঁতত উপেক্ষালৈ পৰিৱৰ্তিত হৈ যায়
  • অপেক্ষাবোৰ সময়ৰ সোঁতত উপেক্ষালৈ পৰিৱৰ্তিত হৈ যায়।– Mahezubin Saikia 
Assamese Heart Touching Status
  • সকলো উত্তৰ সময়ে দিয়ে আমি যিমানেই কিয়ানো চেষ্টা নকৰোঁ কিন্তু সময়ৰ বানৰ আগত সকলো পৰাজিত।– Mahezubin Saikia 
Assamese Love Quotes
  • অৱহেলিত যিমানেই হ’ব এদিন আপুনিও শিলৰ দৰে কঠিন হৈ পৰিব তেতিয়া আপোনাক কোনেও ভাঙিব নোৱাৰিব।– Mahezubin Saikia 
Best Heart Touching Quotes
  • সময়টো লাগিবই সকলোবোৰ ইমান সহজ নহয় পাহৰিবলৈ এয়াই বাস্তৱ এয়াই জীৱন। সময়ে বাস্তৱৰ সৈতে কৰা আপোনাৰ যুঁজ খনত এদিন আপোনাক শক্তিশালী এনেদৰেই কৰিব যে যি জীৱনে আপোনাক আজি ভাগৰুৱাইছে সেই জীৱনক এদিন কালি আপুনি ভাগৰুৱাই দিব।– Mahezubin Saikia 
Heart Touching Status
  • নিজ নিজ সপোনবোৰ বাস্তৱলৈ পৰিণত কৰিবৰ বাবে আপুনিযে চেষ্টা কৰিব লগিব সকলোবোৰ আপুনি সময়ৰ ওপৰত জাপি দিলে নহ’ব সপোন যেতিয়া আপোনাৰ চেষ্টাও আপোনাৰ হ’ব লাগিব।– Mahezubin Saikia 
যেতিয়া এটা সম্পৰ্কৰ আৰম্ভণি দুয়োজনৰ সন্মতিত হয় পিছত সেই সম্পৰ্কই কিয় এজনৰ সন্মতিত বিছিন্ন হৈ যায়
  • যেতিয়া এটা সম্পৰ্কৰ আৰম্ভণি দুয়োজনৰ সন্মতিত হয় পিছত সেই সম্পৰ্কই কিয় এজনৰ সন্মতিত বিছিন্ন হৈ যায়।– Mahezubin Saikia 

Best Assamese Heart touching Status

Best Assamese Heart touching Status
  • যদি কোনোবা আপোনাৰ অবিহনে সুখী আছে তেন্তে আপুনিও সেই মানুহজনৰ অবিহনে সুখী থাকিবলৈ শিকক তেঁও যদি পৰিছে আপুনি কিয় নোৱাৰিব।– Mahezubin Saikia 
Best Love Assamese Heart touching Status
  • “মোৰ কবিতাবোৰে আজি মোক বেয়া পোৱা হৈছে

মোৰ কলমটোৱেও মোৰ লগ এৰা হৈছে 

কেনেকৈ বুজাও মই মোৰ কবিতা আৰু কলমটোক

যাৰ বাবে হাতত কলম ধৰি

 উকা কাগজত নীলা চিয়াঁহীৰ

প্ৰেমৰ কবিতা লিখিছিলো 

সেই প্ৰেম যেন 

অভীশপ্ত বাস্তৱৰ ধুমুহাত

চুৰ্ণ – বিচুৰ্ণ হৈ পৰিল” -Mahezubin Saikia

Best Assamese Love Heart touching Status
  •  “তুমি জানো তাইক চিনি পালা

      যদিহে তুমি তাইক 

      সঁচাকৈয়ে চিনিবলৈ চেষ্টা কৰিলা হৈ 

            তেন্তে তোমাৰ মনলৈ এই কথা 

           কেতিয়াও নাহিল হৈ যে 

            তোমাৰ সাফল্যত তাই জ্বলিব” – Mahezubin Saikia

Best Love Assamese Heart touching Quotes
  • জীৱনলৈ ক’ত বিপদ কিয়নো নাহক কিন্তু সেই সময়কণ আপোনাৰ  ভালপোৱা গৰাকীয়ে যদি আপোনাৰ সৈতে ঠিয় দিয়ে তেন্তে আপুনি আপোনাৰ জীৱনলৈ অহা যিকোনো সংঘাত অতিক্ৰম কৰি যাব।-Mahezubin Saikia 
Best Assamese Heart touching Quotes
  • ভালপোৱা বোৰ জানো এনেকুৱাই হয় খং অভিমানবোৰ থকা পিছতো যেন বহু সময় ধৰি এজন আন জনক গোটে দিনটো ignore কৰি কিন্তু দিনটো শেষ হোৱাৰ আগত নিজৰ সকলো অভিমানবোৰ ভাঙি sorry বুলি কোৱা। -Mahezubin Saikia
Best Assamese Heart touching Photos
  • টকা – পইচাৰে কাৰোবাক সহায় কৰিব পৰা নাই কোনো কথা নাই কিন্তু মৰম আৰু অন্তৰিকতাৰেও আপুনি কাৰোবাক সহায় কৰিব পাৰে।– Mahezubin Saikia 
Best Assamese Heart touching Images
  • মূল্যৱান উপহাৰ দি কি লাভ যদিহে আপুনি কাৰোবাক আপোনাৰ অলপমান সময়ে দিব নোৱাৰে। -Mahezubin Saikia 
Best Assamese Heart touching Status
  • তোমাৰ অবিহনে নিশ্চয় মই জীয়াই থাকিম কিন্তু আচল কথা কি জানা  এতিয়া মোৰ হাঁহিবোৰ ভুৱা হ’ব। – Mahezubin Saikia 
Love Assamese Heart touching Photo
  • মই সঁচাকৈয়ে বুজি নাপাও যে মোৰ ভুল ক’ত …… মোৰ নিয়তীয়ে যেন মোক এটা সময়ত এনেকৈ থেকেচা দিয়ে সঁচাকৈয়ে বুজি নেপাওঁ যে আচলতে মোৰ ভুল ক’ত।– Mahezubin Saikia 
Best Love Assamese Heart touching Image
  • লাগিলে জীৱনত যিমান বাৰেই অসফল নোহোৱা কিয় কিন্তু তোমাৰ ধনাত্মক চিন্তা ধাৰায়ে তোমাক এদিন সফলতা প্ৰাপ্ত কৰাব।– Mahezubin Saikia
  • জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্রকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰৱতী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে।
  • জীৱন মানুহে হৃদয়ত অভিমান আৰু মুখত অভিযোগ কমকৈ ৰাখে, সেইজন মানুহে সকলো ধৰণৰ সম্পৰ্ক পালন কৰিবও জানে।
  • সময় আৰু শিক্ষক দুয়োটাই শিকায়,কিন্তু পার্থক্য মাথোএনে যে, শিক্ষকে শিকোৱাৰপিছত পৰীক্ষা লয়।আৰু সময়ে পৰীক্ষা লোৱাৰপিছত শিকায়।
  • নিজকে মানুহৰ পৰা অলপ সময় আঁতৰাই চোৱা তুমি মানুহৰ বিষয়ে বহুত কথা জানিব পাৰিবা।
  • জীৱনৰ সকলোতকৈ ডাঙৰ ভুল হৈছে , নিজেই ভালে থকাৰ দায়িত্ববোৰ আনৰ হাতত তুলি দিয়াটো।
  • সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেই সকলে ভাল দিনত মূল্যৱান সম্পদ। আৰু বেয়া দিনত পতিৰক্ষক হৈ থিয় দিয়ে।
  • জ্ঞানী মানুহৰ ভুল ধৰিলে তুমি হ’বা তেওঁৰ বন্ধু। মূর্খ মানুহৰ ভুল ধৰিলে তুমি হ’বা তেওঁৰ শত্রু।
  • সৰু সৰু কথাবোৰক লৈ আমাক সেইজনেহে খং কৰে যিজনে আমাক হৃদয়েৰে ভাল পায়।
  • তর্কতকৈ নীৰৱতা ভাল। প্রতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল। আৰু স্বর্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুনে ভাল।
  • প্রতিটো কষ্টৰ অভিজ্ঞতাই আমাৰ বাবে এটা নতুন শিক্ষা।
  • সময় আৰু শিক্ষক দুয়োটাই শিকায়, কিন্তু পার্থক্য মাথো এনে যে, শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয়। আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায়।
  • যেতিয়া তোমাৰ ওচৰত অজস্র ধন-সম্পত্তি থাকিব তেতিয়া তুমি পাহৰি যাবা, তুমি কোন ? আৰু যেতিয়া তোমাৰ ওচৰত ধন-সম্পত্তি নাথকিব তেতিয়া এই পৃথিৱীখনে পাহৰি যাব, তুমি কোন ?
  • চকুৰ পানীত অকল পানী নাথাকে তাত থাকে কাৰোবাৰ ভাঙি যোৱা সপোন।
  • আপোন হ’বলৈ কোনো তেজৰ সম্পর্ক নালাগে, দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্রকৃত আপোন।
  • আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা, দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা। কাৰণ পৃথিৱীৰ শ্রেষ্ঠ আদালত হৈছে মানুহৰ বিবেক।
  • জীৱনত এনেকুৱা এজন মানুহ প্রয়োজন যিয়ে স্বার্থ নোহোৱাকৈ ভাল পাব, আৰু প্রয়োজন নোহোৱাকৈ খবৰ ল’ব।
  • আমি মধ্যবিত্ত, নিজৰ সপোনটো ভাঙি, আনৰ সপোনবোৰ সজোৱাৰ চেষ্টাৰেই পাৰ হয় আমাৰ জীৱন।
  • আপোন হ’বলৈ কোনো তেজৰ সম্পর্ক নালাগে, দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্রকৃত আপোন।

FAQ

১) “Heart touching” উদ্ধৃতিৰ অৰ্থ কি? 

Ans: “Heart touching” উদ্ধৃতি”ৰ অৰ্থ হৈছে শব্দ, বাক্যাংশ বা বাক্যৰ এক সংগ্ৰহ যি গভীৰ আৱেগ সৃষ্টি কৰে। এই উদ্ধৃতিবোৰে প্ৰায়ে গভীৰ সত্য, আন্তৰিক অনুভূতি, বা অন্তৰ্দৃষ্টিপূৰ্ণ দৃষ্টিভংগী প্ৰকাশ কৰে যি আৱেগক স্পৰ্শ কৰে আৰু আত্মাক আলোড়িত কৰে।

২) সহজ অৰ্থত প্ৰেম কি?

উত্তৰ: সহজ অৰ্থত প্ৰেম হৈছে কোমলতা, অনুৰাগ, উষ্ণতা, আৱেগ, আৰাধনা, পছন্দ, প্ৰৱণতা, সন্মান, বন্ধুত্ব।

৩) প্ৰিয়জনক প্ৰেৰণ কৰিব পৰা এটি “heart touching” উদ্ধৃতি লিখা?

উত্তৰ: প্ৰিয়জনক প্ৰেৰণ কৰিব পৰা এটি “heart touching” উদ্ধৃতি হৈছে – 

  • ভালপোৱা বোৰ জানো এনেকুৱাই হয় খং অভিমানবোৰ থকা পিছতো যেন বহু সময় ধৰি এজন আন জনক গোটে দিনটো ignore কৰি কিন্তু দিনটো শেষ হোৱাৰ আগত নিজৰ সকলো অভিমানবোৰ ভাঙি sorry বুলি কোৱা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top