Class 10 Social Science MCQ Chapter 1 বংগ বিভাজন (১৯০৫ – ২৯১১) আৰু স্বদেশী আন্দোলন, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 1 বংগ বিভাজন (১৯০৫ – ২৯১১) আৰু স্বদেশী আন্দোলন Question Answer can be of great value to excel in the examination.
Class 10 Social Science MCQ Chapter 1 বংগ বিভাজন (১৯০৫ – ২৯১১) আৰু স্বদেশী আন্দোলন
SEBA Class 10 Social Science MCQ Chapter 1 বংগ বিভাজন (১৯০৫ – ২৯১১) আৰু স্বদেশী আন্দোলন Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 1 বংগ বিভাজন (১৯০৫ – ২৯১১) আৰু স্বদেশী আন্দোলন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
বংগ বিভাজন (১৯০৫ – ২৯১১) আৰু স্বদেশী আন্দোলন
Chapter – 1
ইতিহাস
Multiple Choice Questions & Answers
১। বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক-
(ক) অমৰ নাথ।
(খ) গিৰীশ কুমাৰ।
(গ) অমৃত প্রভা।
(ঘ) অম্বিকাগিৰি ৰায় চৌধুৰী।
উত্তৰঃ (ঘ) অম্বিকাগিৰি ৰায় চৌধুৰী।
২। ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল—
(ক) ২৬ জানুৱাৰী।
(খ) ১৬ অক্টোবৰ।
(গ) ১৫ আগষ্ট।
(ঘ) ১৪ মার্চ।
উত্তৰঃ (খ) ১৬ অক্টোবৰ।
৩। ‘পূর্ব বংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল—
(ক) শ্বিলঙত।
(খ) পাকিস্তানত।
(গ) বংগদেশত।
(ঘ) ঢাকাত।
উত্তৰঃ (ঘ) ঢাকাত।
৪। কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল—
(ক) লর্ড মিন্টো।
(গ) লর্ড নেথানিয়েল কার্জন।
(খ) লর্ড হামিল্টন।
(ঘ) লর্ড ৰিপণ।
উত্তৰঃ (গ) লৰ্ড নেথানিয়েল।
৫। ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয়—
(ক) দিল্লীক।
(খ) বাংলাদেশক।
(গ) বংগদেশক।
(ঘ) ঢাকাক।
উত্তৰঃ (গ) বংগদেশক।
৬। ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল—
(ক) অমৃতলাল।
(খ) ভূপেন্দ্রনাথ দত্ত।
(গ) অৰবিন্দ ঘোষ।
(ঘ) মহিৰাম বসু।
উত্তৰঃ (খ) ভূপেন্দ্ৰনাথ দত্ত।
৭। বংগদেশৰ একত্ৰীকৰণ হৈছিল—
(ক) ১৯১০ খ্ৰীঃৰ ২২ ডিচেম্বৰত।
(খ) ১৯১১ খ্ৰীঃৰ ১২ ডিচেম্বৰত।
(গ) ১৯১২ খ্ৰীঃৰ ২ ডিচেম্বৰত।
(ঘ) ১৯১৩ খ্ৰীঃৰ ২২ ডিচেম্বৰত।
উত্তৰঃ (খ) ১৯১১ খ্ৰীঃৰ ১২ ডিচেম্বৰত।
৮। বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল—
(ক) ১৯০২ চনৰ ৫ আগষ্ট।
(খ) ১৯০৩ চনৰ ২৬ আগষ্ট।
(গ) ১৯০৪ চনৰ ১৫ আগষ্ট।
(ঘ) ১৯০৬ চনৰ ১১ মাৰ্চত।
উত্তৰঃ (ঘ) ১৯০৬ চনৰ ১১ মাৰ্চত।
৯। ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ’ল—
(ক) আচার্য প্রফুল্ল ৰায়।
(খ) অমৃতলাল বসু।
(গ) গিৰীশ ঘোষ।
(ঘ) খীৰোদ প্ৰসাদ।
উত্তৰঃ (ক) আচার্য প্রফুল্ল ৰায়।
১০। ‘বংগলক্ষী কটন মিল’ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ’ল—
(ক) অম্বিকাগিৰী ৰায় চৌধুৰী।
(খ) নীলৰতন চৰকাৰ।
(গ) ভূপেন্দ্রনাথ।
(ঘ) লর্ড মিন্টো।
উত্তৰঃ (খ) নীল ৰতন চৰকাৰ৷
১১। অসম নামৰ প্ৰদেশখন গঠন হৈছিল—
(ক) ১৮৭৪ খ্রীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।
(খ) ১৮৮৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।
(গ) ১৮৮৫ খ্রীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।
(ঘ) ১৮৮৭ খ্রীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।
উত্তৰঃ (ক) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।
১২। ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তারিত “পূব বংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ জনসংখ্যা হ’ল-
(ক) ৫ কোটি ১০ লাখ।
(খ) ৪ কোটি ১০ লাখ।
(গ) ৩ কোটি ১০ লাখ।
(ঘ) ৬ কোটি ১০ লাখ।
উত্তৰঃ (গ) ৩ কোটি ১০ লাখ।
১৩। ‘বন্দে মাতৰম’ সংবাদপত্ৰৰ সম্পাদক-
(ক) সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়।
(খ) বংকিমচন্দ্র চট্টোপাধ্যায়।
(গ) ৰবীন্দ্ৰনাথ ঠাকুৰ।
(ঘ) ঋষি অৰবিন্দ ঘোষ।
উত্তৰঃ (ঘ) ঋষি অৰবিন্দ ঘোষ।
১৪। কাৰ নেতৃত্বত ‘ছাত্র সংসদ’ গঠন হৈছিল—
(ক) ৰবীন্দ্ৰ নাথ ঠাকুৰ।
(খ) অমৃত লাল বসু।
(গ) অমৰেন্দ্ৰ নাথ।
(ঘ) সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়।
উত্তৰঃ (ঘ) সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়।
১৫। স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্রমথনাথ ৰায় চৌধুৰীৰ গ্ৰন্থখন হ’ল—
(ক) জয় সংগীত।
(খ) জাপানী বীচ।
(গ) কেশৰী।
(ঘ) যুগান্তৰ।
উত্তৰঃ (ক) জয় সংগীত।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



I want all MCQ for hslc please help me for Assamese medium social science, science, maths