Class 10 Social Science MCQ Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ

Class 10 Social Science MCQ Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ Question Answer can be of great value to excel in the examination.

Class 10 Social Science MCQ Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Table of Contents

SEBA Class 10 Social Science MCQ Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ

Chapter – 3

ইতিহাস

Multiple Choice Questions & Answers

1. মণিৰাম দেৱানৰ বিচাৰ কৰিছিল— 

(a) মফট মিলচে।

(b) কেপ্টেইন হলৰইডে।

(c) জে ডব্লিউ কুইণ্টনে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(d) জেনকিন্সে।

উত্তৰঃ (b) কেপ্টেইন হলৰইডে।

2. মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল— 

(a) মধুমল্লিক।

(b) মিলচ চাহাবে।

(c) মহিৰাম মুক্তিয়াৰ।

(d) মণিৰাম দেৱাণে।

উত্তৰঃ (a) মধুমল্লিক।

3. অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল—

(a) ১৮৪০ চনত।

(b) ১৮৪৩ চনত।

(c) ১৮৪১ চনত।

(d) ১৮৪৫ চনত।

উত্তৰঃ (b) ১৮৪৩ চনত।

4. গোবিন্দ চন্দ্ৰ ৰজা আছিল— 

(a) মণিপুৰৰ।

(b) কাছাৰৰ।

(c) ডিমাপুৰৰ।

(d) চীনৰ।

উত্তৰঃ (a) মণিপুৰৰ।

5. অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰজন আছিল—

(a) মণিৰাম দেৱান।

(b) পিয়লি ফুকন।

(c) গমধৰ কোঁৱৰ।

(d) পুৰন্দৰ সিংহা।

উত্তৰঃ (c) গমধৰ কোঁৱৰ।

6. অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল—

(a) ১৮২৪ চনত।

(b) ১৮২৮ চনত।

(c) ১৮২৬ চনত।

(d) ১৮৩০ চনত।

উত্তৰঃ (c) ১৮২৬ চনত।

7. ফুলগুৰিৰ ধাৱা সংঘটিত হৈছিল—

(a) ১৮৫১ চনত।

(b) ১৮৬১ চনত।

(c) ১৮৬৩ চনত।

(d) ১৮৫৬ চনত।

উত্তৰঃ (b) ১৮৬১ চনত।

8. ব্ৰিটিছে টিকট কৰ প্ৰৱৰ্তন কৰিছিল—

(a) ১৮৪৮ চনত।

(b) ১৮৫৮ চনত।

(c) ১৮৬৮ চনত।

(d) ১৮৭৮ চনত।

উত্তৰঃ (a) ১৮৪৮ চনত।

9. মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচিকাঠত ওলমোৱা হৈছিল— 

(a) জিউৰাম দুলীয়া বৰুৱাক।

(b) পিয়লি বৰুৱাক।

(c) গোমধৰ কোঁৱৰক।

(d) দুতিৰাম বৰুৱাক।

উত্তৰঃ (b) পিয়লি বৰুৱাক।

10. জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়—

(a) ১৮৩০ চনত।

(b) ১৮৪৫ চনত।

(c) ১৮৩৫ চনত।

(d) ১৮৬১ চনত।

উত্তৰঃ (c) ১৮৩৫ চনত।

11. ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা আছিল— 

(a) পুৰন্দৰ সিংহ।

(b) গোমধৰ কোঁৱৰ।

(c) কন্দৰ্পেশ্বৰ সিংহ।

(d) গদাধৰ সিংহ।

উত্তৰঃ (a) পুৰন্দৰ সিংহ।

12. ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল—

(a) টিকেন্দ্রজিতে।

(b) সম্বোধন কছাৰী।

(c) ৰাজেন্দ্ৰ সিঙে।

(d) ওকিয়াং নং বাহে।

উত্তৰঃ (d) ওকিয়াং নং বাহে।

13. ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল— 

(a) টিকেন্দ্রজিতে।

(b) ওকিয়াং নং বাহে।

(c) শম্ভু ধন কছাৰীয়ে।

(d) ৰাজেন্দ্ৰ সিঙে।

উত্তৰঃ (c) শম্ভু ধন কছাৰীয়ে।

14. তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল?

(a) ১৮৪৩ চনত।

(b) ১৮৬০ চনত।

(c) ১৮৫৭ চনত।

(d) ১৮৬৩ চনত।

উত্তৰঃ (a) ১৮৪৩ চনত।

15. অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল?

(a) মণিৰাম দেৱান।

(b) পিয়লি বৰুৱা।

(c) মহাত্মা গান্ধী।

(d) আনন্দৰাম ঢেকিয়াল ফুকন।

উত্তৰঃ (d) আনন্দৰাম ঢেকিয়াল ফুকন।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top