Class 10 Social Science MCQ Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

Class 10 Social Science MCQ Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Question Answer can be of great value to excel in the examination.

Class 10 Social Science MCQ Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

SEBA Class 10 Social Science MCQ Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

Chapter – 2

ইতিহাস

Multiple Choice Questions & Answers

১। সত্যাগ্ৰহৰ ভিত্তি হ’ল—

(ক) অহিংসা।

(খ) স্বৰাজ।

(গ) সত্য।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) গ্রাম্য।

উত্তৰঃ (ক) অহিংসা।

২। কোনটো শব্দ গান্ধীজীয়ে দক্ষিণ আফ্রিকাত প্রথমে ব্যৱহাৰ কৰিছিল—

(ক) স্বৰাজ।

(খ) সত্যাগ্রহ।

(গ) অহিংসা।

(ঘ) সত্য।

উত্তৰঃ (খ) সত্যাগ্রহ।

৩। ১৯১৭ চনত ইতিহাসত কোনটো বিপ্লৱ সংঘটিত হৈছিল—

(ক) ফৰাচী বিপ্লৱ।

(খ) আগষ্ট বিপ্লৱ।

(গ) ৰুচ বিপ্লৱ।

(ঘ) সেউজ বিপ্লৱ।

উত্তৰঃ (ঘ) ৰুচ বিপ্লৱ।

৪। সীমান্ত গান্ধী হিচাপে জনা যায় –

(ক) খান আব্দুল গফুৰ খাঁ।

(খ) খান ৰহমত খান।

(গ) মহম্মদ আলি জিন্না।

(ঘ) তয়বুৰ জিন্নাতুল।

উত্তৰঃ (ক) খান আব্দুল খফুৰ খাঁ।

৫। গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান কোনটো আন্দোলনৰ সময়ত দিছিল –

(ক) সত্যাগ্রহ।

(খ) ভাৰত ত্যাগ।

(গ) অসহযোগ।

(ঘ) আইন অমান্য।

উত্তৰঃ (খ) ভাৰত ত্যাগ।

৬। সবৰ্মতী আশ্ৰম অৱস্থিত—

(ক) বিহাৰত।

(খ) গুজৰাটত।

(গ) ৰাজস্থানত।

(ঘ) নেপালত।

উত্তৰঃ (গ) গুজৰাটত।

৭। মহাত্মা গান্ধীয়ে ব্যৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল—

(ক) ১৮৮৯ চনত।

(খ) ১৮৮১ চনত।

(গ) ১৮৯১ চনত।

(ঘ) ১৭৮১ চনত।

উত্তৰঃ (গ) ১৮৯১ চনত।

৮। জালিৱানৱালাবাগ অৱস্থিত—

(ক) বিহাৰত।

(খ) অসমত।

(গ) পশ্চিমবংগত।

(ঘ) পঞ্জাৱত।

উত্তৰঃ (ঘ) পঞ্জাৱত।

৯। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্রী আছিল—

(ক) ক্লিমেন্ট এটলী।

(খ) উইনষ্টন চার্চিল।

(গ) প্ৰধানমন্ত্রী ডিজৰেলী।

(ঘ) ৰামজে মেক ডোনাল্ড।

উত্তৰঃ (গ) প্রধানমন্ত্ৰী ডিজৰেলী।

১০। গান্ধীৰ দাণ্ডিযাত্ৰা আৰম্ভ হৈছিল—

(ক) ১৯৩০ চনৰ ১২ মাৰ্চত।

(খ) ১৯৩০ চনৰ ১৭ মাৰ্চত।

(গ) ১৯৩১ চনৰ ২ মাৰ্চত।

(ঘ) ১৯৩১ চনৰ ১২ মাৰ্চত।

উত্তৰঃ (ক) ১৯৩০ চনৰ ১২ মাৰ্চত।

১১। গান্ধীজীয়ে কল্পনা কৰা গ্ৰাম্য স্বৰাজৰ মধ্যমান আছিল—

(ক) চৰকাৰ।

(খ) পৌৰসভা।

(গ) পঞ্চায়ত।

(ঘ) পৌৰনিগম।

উত্তৰঃ (গ) পঞ্চায়ত।

১২। অহিংসা নীতি প্ৰৱৰ্তন কৰা লোকজন—

(ক) মহাত্মা গান্ধী।

(খ) মতিলাল নেহৰু।

(গ) জৱাহৰলাল নেহৰু।

(ঘ) বিনোৱা ভাবে।

উত্তৰঃ (ক) মহাত্মা গান্ধী।

১৩। দক্ষিণ আফ্ৰিকাৰ স্বৈৰতান্ত্রিক শাসকগোষ্ঠীৰ বিৰুদ্ধে পোনতে মহাত্মা গান্ধীয়ে অহিংসা নীতি প্ৰয়োগ কৰা সময়ছোৱা আছিল—

(ক) ১৯৪২-৪৭

(খ) ১৮৮৫-৯৫

(গ) ১৮২৬-৬২

(ঘ) ১৮৯৩-১৯১৪

উত্তৰঃ (ঘ) ১৮৯৩-১৯১৪।

১৪। দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল –

(ক) ১৯১৩ চনত।

(খ) ১৯২৩ চনত।

(গ) ১৯৩১ চনত।

(ঘ) ১৯৩২ চনত।

উত্তৰঃ (গ) ১৯৩১ চনত।

১৫। মুছলিম লীগে ‘মুক্তি দিৱস’ হিচাপে পালন কৰে—

(ক) ১৯৩৯ চনৰ ২২ ডিচেম্বৰত।

(খ) ১৯৩৮ চনৰ ২ ডিচেম্বৰত।

(ঘ) ১৯৩৮ চনৰ ১২ ডিচেম্বৰত।

(গ) ১৯৩৮ চনৰ ২২ ডিচেম্বৰত।

উত্তৰঃ (ক) ১৯৩৯ চনৰ ২২ ডিচেম্বৰত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top