Class 10 Social Science MCQ Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য Question Answer can be of great value to excel in the examination.
SEBA Class 10 Social Science MCQ Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য
SEBA Class 10 Social Science MCQ Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য
Chapter – 5
ইতিহাস
Multiple Choice Questions & Answers
1. ভাৰতৰ নাট্যশাস্ত্ৰত শ্লোক আছে—
(a) ৪,০৫০ টা।
(b) ৬,৬০০ টা।
(c) ৬,০০০ টা।
(d) ৫,৫০০ টা।
উত্তৰঃ (c) ৬,০০০ টা।
2. ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা ভাষা—
(a) ২২ টা।
(b) ১৫ টা।
(c) ১৮ টা।
(d) ২৫ টা।
উত্তৰঃ (a) ২২ টা।
3. ‘বসুধৈব কুটুম্বকম’ এই বাক্যশাৰী মূলতঃ আহিছে—
(a) উপনিষদৰ পৰা।
(b) মহোপনিষদৰ পৰা।
(c) মহাভাৰতৰ পৰা।
(d) ৰামায়ণৰ পৰা।
উত্তৰঃ (b) মহোপনিষদৰ পৰা।
4. ‘ভাৰত সম্ভেদ’ নামৰ গ্ৰন্থখনৰ প্ৰণেতা—
(a) জৱাহৰলাল নেহৰু।
(b) মহাত্মা গান্ধী।
(c) আবুল কালাম আজাদ।
(d) গৌতম বুদ্ধ।
উত্তৰঃ (ক) জৱাহৰলাল নেহৰু।
5. বিবিধতাৰ মাজত একতা’ এই কথাঁফাকিয়ে স্থায়িত্ব লাভ কৰিছিল—
(a) ভাৰত সম্ভেদ।
(b) ৰামায়ণ।
(c) ভাগৱত।
(d) গীতা।
উত্তৰঃ (a) ভাৰত সম্ভেদ।
6. “সত্যমেৱ জয়তে” এই বাক্যশাৰী মূলতঃ লোৱা হৈছে—
(a) মহাভাৰতৰ পৰা।
(b) গীতাৰ পৰা।
(c) মুণ্ডক উপনিষদৰ পৰা।
(d) পুৰাণৰ পৰা।
উত্তৰঃ (c) মুণ্ডক উপনিষদৰ পৰা।
7. পৃথিৱীৰ প্ৰাচীনতম লিখিত ধর্মগ্রন্থ—
(a) বাইবেল।
(b) কোৰাণ।
(c) পুৰাণ।
(d) ঋকবেদ সংহিতা।
উত্তৰঃ (d) ঋকবেদ সংহিতা।
8. সিন্ধু সভ্যতাৰ পতন ঘটে—
(a) খ্রীষ্টপূর্ব ১২০০ ত।
(b) খ্রীষ্টপূর্ব ২০০০ ত।
(c) খ্রীষ্টপূর্ব ১৫০০ ত।
(d) খ্রীষ্টপূর্ব ৩০০০ ত।
উত্তৰঃ (c) খ্রীষ্টপূর্ব ১৫০০ ত।
9. অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছিল—
(a) জোনাকী আলোচনীত।
(b) বাঁহী আলোচনীত।
(c) অৰুণোদয় আলোচনীত।
(d) কেশৰী আলোচনীত।
উত্তৰঃ (c) অৰুণোদয় আলোচনীত।
10. শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল—
(a) স্বৰ্গদেউ ৰুদ্ৰসিংহই।
(b) স্বৰ্গদেউ গদাধৰ সিংহই।
(c) স্বৰ্গদেউ প্ৰমত্ত সিংহই।
(d) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।
উত্তৰঃ (a) স্বৰ্গদেউ ৰুদ্ৰসিংহই।
11. অসমৰ প্ৰথম বার্তালোচনী ‘অৰুণোদয়’ প্রকাশ হৈছিল—
(a) ১৮৩৬ খ্ৰীষ্টাব্দত।
(b) ১৮৪৫ খ্ৰীষ্টাব্দত।
(c) ১৮৪০ খ্রীষ্টাব্দত।
(d) ১৮৪৬ খ্ৰীষ্টাব্দত।
উত্তৰঃ (d) ১৮৪৬ খ্ৰীষ্টাব্দত।
12. মধ্যযুগৰ আটাইতকৈ খ্যাতনামা অসমীয়া মনীষীজন—
(a) অনন্ত কন্দলি।
(b) শ্রীমত্ত শংকৰদেৱ।
(c) মাধৱ কন্দলি।
(d) শ্রীশ্রী মাধৱদেৱৰ।
উত্তৰঃ (b) শ্রীমত্ত শংকৰদেৱ।
13. ‘চপচৰ কূট’ কোন জনগোষ্ঠীৰ উৎসব—
(a) নগাসকলৰ।
(b) মিজোসকলৰ।
(c) খাচীয়াসকলৰ।
(d) জয়ন্তীয়াসকলৰ।
উত্তৰঃ (b) মিজোসকলৰ।
14. মিজো শব্দৰ অৰ্থ—
(a) ভৈয়ামৰ বাসিন্দা।
(b) সহজ-সৰল মানুহ।
(c) পাহাৰৰ বাসিন্দা।
(d) গাঁওৰ বাসিন্দা।
উত্তৰঃ (c) পাহাৰৰ বাসিন্দা।
15. চাহ মিলান কোনজন আহোম স্বৰ্গদেউৰ দিনত অসমলৈ আহিছিল—
(a) গদাধৰ সিংহৰ দিনত।
(b) শিৱসিংহৰ দিনত।
(c) ৰুদ্ৰ সিংহৰ দিনত।
(d) প্ৰমত্ত সিংহৰ দিনত।
উত্তৰঃ (a) গদাধৰ সিংহৰ দিনত।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.




Thank you for helping us in such a way. I will be ever grateful to you sir!!!