Class 10 Social Science MCQ Chapter 4 ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 4 ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Question Answer can be of great value to excel in the examination.
Class 10 Social Science MCQ Chapter 4 ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
SEBA Class 10 Social Science MCQ Chapter 4 ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 4 ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
Chapter – 4
ইতিহাস
Multiple Choice Questions & Answers
1. ‘অসমীয়া লিটাৰেৰী ছচাইটী’ নামৰ সংগঠনটো গঠন হৈছিল—
(a) ১৮৬২ চনত।
(b) ১৮৬৭ চনত।
(c) ১৮৭২ চনত।
(d) ১৮৭৬ চনত।
উত্তৰঃ (c) ১৮৭২ চনত।
2. “অসমীয়া লিটাৰেৰী চ’চাইটী” নামৰ সংগঠনটো গঠন হৈছিল—
(a) কলিকতাত।
(b) যোৰহাটত।
(c) গুৱাহাটীত।
(d) দৰঙত।
উত্তৰঃ (a) কলিকতাত।
3.অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল—
(a) ১৮৮৮ চনত।
(b) ১৮৭৩ চনত।
(c) ১৯৮৮ চনত।
(d) ১৮৩৭ চনত।
উত্তৰঃ (a) ১৮৮৮ চনত।
4. “অসমীয়া ভাষা-উন্নতি সাধিনী” সভাই প্রকাশ কৰা আলোচনীখন হ’ল—
(a) অৰুণোদয।
(b) যুগান্তৰ।
(c) জোনাকী।
(d) বন্দেমাতম।
উত্তৰঃ (c) জোনাকী।
5. অসম ছাত্র সন্মিলন গঠন হৈছিল—
(a) ১৯১৪ চনত।
(b) ১৯১৫ চনত।
(c) ১৯১৬ চনত।
(d) ১৯১৭ চনত।
উত্তৰঃ (c) ১৯১৬ চনত।
6. অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন আছিল—
(a) মিলন।
(b) বন্তি।
(c) জ্ঞান বিকাশ।
(d) স্বাধীন।
উত্তৰঃ (a) মিলন।
7. গুৱাহাটীত অনুষ্ঠিত ‘অসম ছাত্ৰ সন্মিলন’ৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কৰিছিল—
(a) জ্যোতিপ্ৰসাদ আগৰৱালাই।
(b) চন্দ্ৰকুমাৰ আগৰৱালাই।
(c) লক্ষীনাথ বেজবৰুৱাই।
(d) মাণিক চন্দ্ৰ বৰুৱাই।
উত্তৰঃ (c) লক্ষীনাথ বেজবৰুৱাই।
8. সদৌ অসম ৰায়ত সভা গঠন হৈছিল—
(a) ১৯২৮ চনত।
(b) ১৯৩০ চনত।
(c) ১৯৩২ চনত।
(d) ১৯৩৩ চনত।
উত্তৰঃ (d) ১৯৩৩ চনত।
9. সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিবেশন বহিছিল—
(a) দেৰগাঁৱত।
(b) তেজপুৰত।
(c) নগাঁৱত।
(d) শিৱসাগৰত।
উত্তৰঃ (a) দেৰগাঁৱত।
10. সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিবেশনত সভাপতিত্ব কৰিছিল—
(a) জ্যোতিপ্ৰসাদ আগৰৱালাই।
(b) তৰুণৰাম ফুকনে।
(c) নবীন চন্দ্ৰ বৰদলৈয়ে।
(d) যতীন্দ্ৰ নাথ দুৱৰাই।
উত্তৰঃ (c) নবীন চন্দ্ৰ বৰদলৈয়ে।
11. অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সভাপতি আছিল—
(a) কুলধৰ চলিহা।
(b) গোপীনাথ বৰদলৈ।
(c) অম্বিকাগিৰী ৰায় চৌধুৰী।
(d) লক্ষ্মীনাথ বেজবৰুৱা।
উত্তৰঃ (a) কুলধৰ চলিহা।
12. অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সম্পাদক আছিল—
(a) পদ্মনাথ গোহাঞিবৰুৱা।
(b) অমিয় কুমাৰ দাস।
(c) নবীন চন্দ্ৰ বৰদলৈ।
(d) কুলধৰ চলিহা।
উত্তৰঃ (c) নবীন চন্দ্ৰ বৰদলৈ।
13. অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হৈছিল—
(a) ১৯৬২ চনত।
(b) ১৯৬৮ চনত।
(c) ১৯৬৫ চনত।
(d) ১৯৬৯ চনত।
উত্তৰঃ (d) ১৯৬৯ চনত।
14. গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল —
(a) ১৯৪৭ চনৰ ২১ জানুৱাৰী।
(b) ১৯৪৭ চনৰ ২৫ জানুৱাৰী।
(c) ১৯৪৮ চনৰ ২৬ জানুৱাৰী।
(d) ১৯৪৮ চনৰ ১১ জানুৱাৰী।
উত্তৰঃ (c) ১৯৪৮ চনৰ ২৬ জানুৱাৰী।
15. শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল—
(a) ১৯৬৮ চনত।
(b) ১৯৬০ চনত।
(c) ১৯৬৪ চনত।
(d) ১৯৬৬ চনত।
উত্তৰঃ (a) ১৯৬৮ চনত।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



