Class 10 Assamese Chapter 6 উদ্যোগী হওঁ আহাঁ Short Type Question Answer

Class 10 Assamese Chapter 6 উদ্যোগী হওঁ আহাঁ Short Type Question Answer | অসমীয়া Class 10 Short Type Question Answer, SEBA Class 10 Assamese Short Type Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA Class 10 Assamese Multiple Choice Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese MCQ Chapter 6 উদ্যোগী হওঁ আহাঁ can be of great value to excel in the examination.

Class 10 Assamese Chapter 6 উদ্যোগী হওঁ আহাঁ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Class 10 Assamese Chapter 6 উদ্যোগী হওঁ আহাঁ answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 6 উদ্যোগী হওঁ আহাঁ and select needs one.

উদ্যোগী হওঁ আহাঁ

অতি চমু প্রশ্নোত্তৰ

১। উদ্যোগী হওঁ আহা’ পাঠটিৰ লেখক কোন?

উত্তৰঃ দেৱজিৎ ভূঞা। 

২। দেৱজিৎ ভূঞাৰ জন্ম ক’ত হৈছিল ?

উত্তৰঃ তেজপুৰ মিছন চাৰিআলিৰ সমীপৰ কেতেকীবাৰীত। 

৩। দেৱজিৎ ভূঞাৰ এখন কবিতা পুথিৰ নাম লিখা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ এনিশাৰ কবিতা।

৪। “ছাৰ! এজন সফল উদ্যোগী হ’বলৈনো কিয় কঠিন?” – এই কথাষাৰ কোনে সুধিছিল ?

উত্তৰঃ বিদিশা নামৰ ছোৱালীজনীয়ে।

৫। “Eat cricket, sleep cricket, dream cricket, drink cricket” – এইটো কিহৰ বিজ্ঞাপনত দেখা পোৱা যায় ?

উত্তৰঃ ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনত।  

৬। ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰঃ নাৰায়ণ মূৰ্তী।

৭। ইন্‌ফচিচ কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তীক তেওঁৰ পত্নীয়ে কিমান টকা আগবঢ়াইছিল ?

উত্তৰঃ দহ হাজাৰ টকা।

৮। মটৰ গাড়ী ভাল কৰা গেৰেজ, মোবাইল ফোন, টিভি ভাল কৰা দোকান খুলিবৰ বাবে কিহৰ প্ৰয়োজন ? 

উত্তৰঃ নিজৰ কামৰ কৌশল বা skill থকাটো প্রয়োজন।

৯। GNRC Hospital ৰ স্বত্বাধিকাৰীজনৰ নাম কি ?

উত্তৰঃ নোমল চন্দ্ৰ বৰা।

১০। Down Town Hospital ৰ স্বত্বাধিকাৰী কোন ?

উত্তৰঃ নৰেন্দ্ৰ নাথ দত্ত।

১১। Name Care Hospital ৰ স্বত্বাধিকাৰী কোন ?

উত্তৰঃ হিতেশ বৰুৱা।

১২। অভিজিৎ বৰুৱাই প্ৰতিষ্ঠা কৰা উদ্যোগকেইটাৰ নাম কি ?

উত্তৰঃ অসম এয়াৰ প্ৰডাক্টছ আৰু প্ৰিমিয়াৰ ক্ৰায়জেনিক। 

১৩। মেনেজমেন্ট শাস্ত্ৰৰ গুৰু কোন ?

উত্তৰঃ পিটাৰ ড্ৰাকাৰ।

১৪। অসমৰ এজন প্ৰখ্যাত গৃহ নিৰ্মাণকাৰী বা বিল্ডাৰৰ নাম লিখা।

উত্তৰঃ জে.এন. খাটনিয়াৰ। 

১৫। ইলেক্ট্রিক বাল্ব কোনে প্ৰস্তুত কৰিছিল?

উত্তৰঃ টমাচ আলভা এডিছনে।

১৬। ১৮৭৬ খ্ৰীষ্টাব্দত নিজৰ আৱিষ্কৃত এটা যন্ত্ৰ লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাডাৰফৰ্ডৰ কাষ চপা ডেকাজন কোন আছিল ?

উত্তৰঃ আলেকজেণ্ডাৰ গ্রাহাম বেল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top