Class 10 Assamese Chapter 12 পাৰস্যত এভূমুকি Short Type Question Answer

Class 10 Assamese Chapter 12 পাৰস্যত এভূমুকি Short Type Question Answer | অসমীয়া Class 10 Short Type Question Answer, SEBA Class 10 Assamese Short Type Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA Class 10 Assamese Multiple Choice Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese Chapter 12 পাৰস্যত এভূমুকি can be of great value to excel in the examination.

Class 10 Assamese Chapter 12 পাৰস্যত এভূমুকি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Class 10 Assamese Chapter 12 পাৰস্যত এভূমুকি Short Type Question Answerr to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 12 পাৰস্যত এভূমুকি and select needs one.

পাৰস্যত এভূমুকি

Group – A গদ্যাংশ

১। লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক’ত অৱস্থিত?

উত্তৰঃ লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত।

২। বুশ্বেৰ কি?

উত্তৰঃ ইৰাণৰ এখন বন্দৰ নগৰ।

৩। বুশ্বেৰ হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ বুশ্বেৰৰ হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত ইৰাণী যুৱক মেহদি আৰু ঘাছেম আছিল।

৪। বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে?

উত্তৰঃ বুশ্বেৰ বিমান বন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি। সেয়েহে ইয়াক গুৰুত্বপূৰ্ণ বুলিছে।

৫। লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?

উত্তৰঃ লেখকে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ আছে বুলি শুনিছে।

৬। মেহদি আৰু ঘাছেম কোন?

উত্তৰঃ মেহদি আৰু ঘাছেম দুয়োজন ইৰাণী যুৱক৷

৭। মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানিটোৰ নাম কি?

উত্তৰঃ মেহেদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম হ’ল – জিঅ’লগ।

৮। ভেংকি কত থাকে?

উত্তৰঃ ভেংকি বুশ্বেৰত থাকে।

৯। ভেংকিয়ে কি কৰে?

উত্তৰঃ ভেংকিয়ে বুশ্বেৰৰপৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে। 

১০। আবুজাৰ কোন?

উত্তৰঃ আবুজাৰ এজন ট্রেভেল এজেন্ট।

১১। ‘আগা’ শব্দৰ অৰ্থ কি?

উত্তৰঃ আগা শব্দটো শ্ৰীযুতৰ সমাৰ্থক শব্দ।

১২। ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিছাপে স্বীকৃতি লাভ কৰে?

উত্তৰঃ ১৯৭৯ চনৰ পহিলা এপ্ৰিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে।

১৩। ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা হ’ল ইমান আয়াতুল্লা খোমেনি।

১৪। ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল?

উত্তৰঃ ইৰাণত পাৰমাণৱিক গৱেষণা চলি আছে বুলি লেখকে জানিব পাৰিছিল৷ ডাটা ইঞ্জিনিয়াৰ জাভাদেও লেখকক জনাইছিল যে বুশ্বেৰত এটা ৰিয়েক্টৰ আছে। সেয়েহে যেতিয়াই তেওঁ হেলিকপ্টাৰেৰে বুশ্বেৰলৈ অহা-যোৱা কৰে তেতিয়াই গোলাকৃতিৰ স্থাপত্যটোৱে তেওঁক  কৌতূহলী কৰে। তেওঁৰ ধাৰণা তাতেই পাৰমাণৱিক গৱেষণা চলি আছে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top