Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি Short Type Question Answer

Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি Short Type Question Answer | অসমীয়া Class 10 Short Type Question Answer, SEBA Class 10 Assamese Short Type Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA Class 10 Assamese Multiple Choice Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese MCQ Chapter 7 ভাৰতীয় সংস্কৃতি can be of great value to excel in the examination.

Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি Short Type Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি and select needs one.

ভাৰতীয় সংস্কৃতি

Group – A গদ্যাংশ

১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?

উত্তৰঃ ক্রমবদ্ধমান শক্তি।

২। ‘ফ্ৰম ভগা টু গংগা’ কাৰ ৰচনা?

উত্তৰঃ পণ্ডিত ৰাহুল সংস্কৃতায়ন।

৩। সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন’ৰ কি আখ্যা দিছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন ‘ৰ আখ্যা দি কৈছে যে ই আর্যই অনাৰ্যক সংস্কৃত কৰাৰ প্রতীকধর্মী নৃত্য।

৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিৰ পাৰি?

উত্তৰঃ বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।

৫। শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল?

উত্তৰঃ শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত আবিস্কৃত হৈছিল।

৬। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?

উত্তৰঃ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হল গঠনৰ সৰলতা আৰু সুক্ষ্মতা।

৭। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি?

উত্তৰঃ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভারবস্তু দুটা হ’ল—সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন।

৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে?

উত্তৰঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে।

৯৷ সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছিস্থায়ী বোলা হৈছে?

উত্তৰঃ চিত্রশিল্পক সুকুমাৰ কলাৰ ভিতৰত বেছি স্থায়ী বোলা হৈছে।

১০। সন্ধি ভাঙাঃ

সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত 

উত্তৰঃ সংস্কৃতি = সম + কৃতি

সমন্বয় = সম + অন্বয়

ভাৰাক্ৰান্ত = ভাৰ + আক্রান্ত

সন্মত = সম + মত

। বিশেষণ আৰু বিশেষ্যলৈ নিয়া।

বৈচিত্র্য, ভৌগোলিক, বিস্তৃতি, নৈৰাশ্য, বিপ্লৱ।

উত্তৰঃ 

শব্দ বিশেষণবিশেষ্য
বৈচিত্র্য বৈচিত্র্যতাবিচিত্র
ভৌগোলিক ভৌগলিকতাভূগোল
বিস্তৃতিবিস্তাৰিতবিস্তাৰ
নৈৰাশ্যনৈৰাশ্যতানিৰাশ
বিপ্লৱবৈপ্লৱিকবিপ্লৱী

অতিৰিক্ত প্ৰশ্নোত্তৰ

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top