⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Application to The Chairman of The Municipality to Accord Trade Licence | ব্যৱসায়, বাণিজ্য আৰম্ভ কৰিবলৈ অনুমতি বা লাইচেঞ্চ বিচাৰি কৰা আবেদন পত্ৰ

ব্যৱসায়, বাণিজ্য আৰম্ভ কৰিবলৈ অনুমতি বা লাইচেঞ্চ বিচাৰি কৰা আবেদন পত্ৰ।

প্ৰতি,                                       

মাননীয় চেয়াৰমেন মহোদয়

সমীপেষু,

তেজপুৰ পৌৰসভা,

তেজপুৰ (অসম)

তাৰিখ________

বিষয়: ব্যৱসায়, বাণিজ্য আৰম্ভ কৰিবলৈ অনুমতি বা লাইচেঞ্চ বিচাৰি কৰা আবেদন পত্ৰ।

সন্মানীয় মহাশয়,

সন্মানপূৰ্বক ইয়াৰ দ্বাৰা আপোনাক জনাব খুজিছোঁ যে মই এজন শিক্ষিত নিবনুৱা আৰু মোৰ কোনো আৰ্থিক সংস্থান নাই। সেয়েহে চাকৰি বিচাৰি মূল্যবান সময় অপচয় নকৰি ব্যৱসায় কৰিবলৈ স্থিৰ কৰিছোঁ। ইতিমধ্যে মই যাৱতীয় প্ৰশিক্ষণ আদিও গ্ৰহণ কৰিছোঁ। মই এখন বৈদ্যুতিক সামগ্ৰী বিক্ৰী কৰাৰ দোকান খুলিবলৈ বিচাৰিছোঁ। সেই মৰ্মে মই ইয়াৰ জে.বি. ৰোডত এখন দোকান ভাৰাত লৈছোঁ, (ৱাড নং-১২)।

গতিকে, দয়ালু মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি যেন যাৱতীয় পৌৰসভাৰ অনুমতিপত্ৰ প্ৰদান কৰি এই নিবনুৱা যুৱকক সংস্থাপনৰ এটা সুবিধা কৰি দিব।

ধন্যবাদ।

ইতি

আপোনাৰ বিশ্বাসী

মনোজ কুমাৰ চৌধুৰী

কলিবাৰী, তেজপুৰ

Application to The Chairman of The Municipality to Accord Trade Licence.

To                                           

The Hon’ble Chairman,

Tezpur Municipality,

Tezpur (Assam)

Date___________

Sub: Application to The Chairman of The Municipality to Accord Trade Licence.

Respected Sir,

With due respect, I would like to state that I am an educated unemployed youth having no economic support. I have decided not to waste valuable time hankering after the white collard job. Instead, I am determined to take business as my livelihood. I have undertaken the necessary training in this regard. I have decided to start an Electrical goods shop and have taken a room on monthly rent for the purpose at J.B. Road in ward no. 12.

Therefore, this is my humble prayer and request to you, Sir, to accord the necessary trade license to me for self-employment and oblige.

Thanking you.

Yours faithfully,

Monoj Kumar Chaudhury

Kolibari, Tezpur (Assam).

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top