Application to BDO Requesting to Supply High Yielding Variety of Paddy Seeds | খণ্ড উন্নয়ন বিষয়ালৈ উন্নত মানৰ শস্যৰ বীজ বিচাৰি কৰা আবেদন পত্ৰ।

খণ্ড উন্নয়ন বিষয়ালৈ উন্নত মানৰ শস্যৰ বীজ বিচাৰি কৰা আবেদন পত্ৰ।

প্ৰতি,

মাননীয় খণ্ড উন্নয়ন বিষয়া,           

ডিমৰীয়া খণ্ড,

সোণাপুৰ (কামৰূপ মেট্ৰো)

তাৰিখ…………….

বিষয়: খণ্ড উন্নয়ন বিষয়ালৈ উন্নত মানৰ শস্যৰ বীজ বিচাৰি কৰা আবেদন পত্ৰ।

মাননীয় মহোদয়,

সন্মানপূৰ্বক ইয়াৰ দ্বাৰা আপোনাক জনাব খোজোঁ যে যোৱাবছৰ আপোনালোকৰ কাৰ্য্যালয়ৰ পৰা ডিমৰীয়া খণ্ডৰ কৃষক সকলক উন্নতমানৰ ধানৰ বীজৰ যোগান ধৰিছিল। খেতিয়কে উক্ত বীজ কৃষিত ব্যৱহাৰ কৰি উৎপাদন দুগুণলৈ বৃদ্ধি কৰিব পাৰিছিল। এইবছৰো কৃষি কাৰ্য্য কৰাৰ সময় আহিছে। গতিকে এই অঞ্চলৰ খেতি-মাটিৰ উপযোগীকৈ ধানৰ বীজ পঞ্চায়ত নাইবা গাওঁসভাৰ জৰিয়তে যোগান ধৰিবলৈ অনুৰোধ জনালোঁ। খেতিয়কে সময়তে বীজ পালেহে কৃষিকাৰ্য্যত মনোনিবেশ কৰিব পাৰিব।

ধন্যবাদসহ,

আপোনাৰ একান্ত বিশ্বাসী

ৰমাকান্ত বৈশ্য

তেতেলীয়া, মালয়বাৰী পথ

কামৰূপ (মেট্ৰো)।

Application to BDO Requesting to Supply High Yielding Variety of Paddy Seeds.

To                                           

The B.D.O.

Dimoria Block

Sonapur (Kamrup Metro)

Date_________

Sub: Application to BDO Requesting to Supply High Yielding Variety of Paddy Seeds.

Respected Sir,

With due respect, I would like to state that last year high high-yielding variety of paddy seeds was distributed to the farmers of the Dimoria Block from your office. The farmers could double their yield last year with this variety of paddy seeds. The farming season is already approaching near and as such the cultivators have prepared for their cultivation.

Therefore, Sir, you are requested to kindly make the necessary arrangements to provide high yielding variety of paddy like last year so that the farmers can harvest a good crop this year too. The seeds good for this area may be distributed through the Panchayat or the Gaonsabha/Gramsevak.

Thanks

Yours faithfully,

Ramakanta Baishya,

Teteliya, Maloibari

Road, Kamrup (Metro).

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top