December 22, 2024

খণ্ডবাক্য, বাক্যাংশ আৰু জতুৱা ঠাঁচ

খণ্ডবাক্য, বাক্যাংশ আৰু জতুৱা ঠাঁচ | Clause and Phrase

(ক) খণ্ডবাক্য গোটেই বাক্যৰ এটা অংশ। খণ্ডবাক্যত কৰ্তা আৰু সমাপিকা ক্রিয়া থাকে। খণ্ডবাক্য নিজেই এটা বাক্য। ইংৰাজীত ইয়াক Clause বোলে।

খণ্ডবাক্য, বাক্যাংশ আৰু জতুৱা ঠাঁচ | Clause and Phrase Read More »

Scroll to Top