Hailakandi District | হাইলাকান্দি জিলা
হাইলাকান্দি (Hailakandi) অসমৰ বৰাক উপত্যকাৰ অন্তৰ্গত এখন জিলা। ই ৰাজ্যখনৰ একেবাৰে দক্ষিণ-পূৰ্ব প্ৰান্তত অৱস্থিত। জিলাখনৰ সদৰ ঠাই হাইলাকান্দি নগৰ, যি ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ নিলগত। বৰাক উপত্যকাৰ কেন্দ্ৰীয়ভাগত অৱস্থিত এই জিলা উত্তৰ […]